প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰ্দাৰ সৰোবৰ বান্ধৰ ডাইনেমিক লাইটিং উদ্বোধন কৰে৷ তেওঁ লগতে ৰাষ্ট্ৰসংঘৰ সকলো চৰকাৰী ভাষাত ষ্টেছ্যু অৱ ইউনিটীৰ ৱেবছাইটৰ লগতে ইউনিটী গ্ল’ গাৰ্ডেনত কেৱাদিয়া ম’বাইল এপ উন্মোচন কৰে৷ তেওঁ কেকটাছ উদ্বোধন আৰু পৰিদৰ্শনো কৰে৷

চৰ্দাৰ সৰোবৰ বান্ধৰ ডাইনেমিক লাইটিং

ইউনিটী গ্ল’ গাৰ্ডেন

এইখন ৩.৬১একৰ এলেকা বিস্তৃত এক বিশেষ বিষয়বস্তৰ ব্যতিক্ৰমী উদ্যান৷ ইয়াৰ লাইটিং এনেদৰে সংস্থাপন কৰা হৈছে, য’ত ইয়াৰ চিকমিকনিয়ে ইয়াৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি কৰে৷ তদুপৰি, ইয়াত মূৰ্তিও সংস্থাপন কৰা হৈছে৷ উদ্যানখনৰ বিশেষত্ব এই যে এই উদ্যানত পৰ্যটকক প্ৰধানমন্ত্ৰীৰ অপ্টিকেল ইলুশ্যন ব্যৱস্থাৰ জৰিয়তে অভিবাদন জনাব৷ পৰ্যটকে নিশাৰ ভাগতো এই উদ্যান উপভোগ কৰিব পাৰিব৷

 

 

কেকটাছ গাৰ্ডেন

 

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Retail inflation cools to 0.25% in October on GST cuts, low food prices

Media Coverage

Retail inflation cools to 0.25% in October on GST cuts, low food prices
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
য়েল মিডিয়া কৰ্ণাৰ 12 নৱেম্বৰ 2025
November 12, 2025

Bonds Beyond Borders: Modi's Bhutan Boost and India's Global Welfare Legacy Under PM Modi