প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বলিভিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত মহামহিম ৰড্ৰিগো পাজ পেৰেইৰাক উষ্ম অভিনন্দন জনায়।

এই সন্দৰ্ভত শ্ৰী মোদীয়ে এক্স-ৰ এটা প’ষ্টত কয়ঃ

"বলিভিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত শ্ৰী ৰড্ৰিগো পাজ পেৰেইৰাক উষ্ম অভিনন্দন জনালোঁ। ভাৰত আৰু বলিভিয়াৰ মাজৰ দীৰ্ঘদিনীয়া ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আমাৰ পাৰস্পৰিকভাৱে উপযোগী সহযোগিতাৰ প্ৰতীক। আগন্তুক সময়ত উমৈহতীয়া প্ৰগতি আৰু সমৃদ্ধিৰ বাবে আমাৰ অংশীদাৰিত্বক গভীৰ কৰিবলৈ মই আগ্ৰহী হৈ উঠিছোঁ।

@Rodrigo_PazP”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s solar power generation jumps 138% in four years: MNRE

Media Coverage

India’s solar power generation jumps 138% in four years: MNRE
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi