প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অযোধ্যাত ‘শ্রী ৰাম জন্মভূমি মন্দিৰ’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্রীয়ে

এই অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্রীয়ে হনুমানগড়ি দর্শন কৰাৰ লগতে পূজা আগবঢ়াব৷ ইয়াৰ পাছত তেওঁ শ্রী ৰাম জন্মভূমিলৈ যাব৷ তাত ‘ভগৱান শ্রী ৰামলালা বিৰাজমান’ দর্শন আৰু পূজা আগবঢ়াব৷ তাৰপাছত প্ৰধানমন্ত্ৰীয়ে এটা পাৰিজাত গছৰ পুলি ৰোপণ কৰাৰ লগতে ভূমি পূজন কৰিব৷

প্ৰধানমন্ত্রীয়ে ইয়াৰ পাছত মন্দিৰৰ আধাৰশিলা স্থাপন আৰু ‘শ্রী ৰাম জন্মভূমি মন্দিৰ’ৰ স্মাৰক ডাক টিকট মুকলি কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026-27 lays blueprint for a future-ready digital ecosystem

Media Coverage

Budget 2026-27 lays blueprint for a future-ready digital ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 ফেব্ৰুৱাৰী 2026
February 02, 2026

Citizens Celebrate PM Modi's Roadmap to Prosperity: Budget 2026 Drives Investment, Jobs, and Sustainable Growth for Every Indian