প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-
“सुवर्ण-रौप्य-माणिक्य-वसनैरपि पूरिताः।
तथापि प्रार्थयन्त्येव कृषकान् भक्ततृष्णया।।”
এই হিতোপদেশত উল্লেখ কৰা হৈছে যে সোণ, ৰূপ, মাণিক আৰু সুন্দৰ বস্ত্ৰ থকাৰ পাছতো মানুহে খাদ্যৰ বাবে কৃষকসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“सुवर्ण-रौप्य-माणिक्य-वसनैरपि पूरिताः।
तथापि प्रार्थयन्त्येव कृषकान् भक्ततृष्णया।।"
सुवर्ण-रौप्य-माणिक्य-वसनैरपि पूरिताः।
— Narendra Modi (@narendramodi) December 23, 2025
तथापि प्रार्थयन्त्येव कृषकान् भक्ततृष्णया।। pic.twitter.com/C3DXH9O0a7


