প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱ সাম্ৰাজ্যৰ ৰিয়াধত ফিউচাৰ ইনভেষ্টমেণ্ট ইনিচিয়েটিভ ফ’ৰাম(এফআইআই)ত মূল ভাষণ আগবঢ়ায়৷

এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে তেওঁৰ লক্ষ্য হ’ল অতি দৰিদ্ৰ লোকসকলৰ সবলীকৰণ আৰু তেওঁলোকৰ মর্যাদাপূৰ্ণ জীৱনযাপন সুনিশ্চিত কৰা। তেওঁ লগতে কয়, “মই সদায় এই কথা ভাবো যে ভাৰতে কিদৰে বিশ্বৰ কল্যাণত বৰঙণি আগবঢ়াব পাৰে।” প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতত যিবোৰ কাম আমি কৰি আছো, সেইবোৰে বিশ্বজুৰি গ্ৰহণ কৰা প্ৰচেষ্টাৱলীক আৰু অধিক শক্তিশালী কৰিব৷ উদাহৰণস্বৰূপে তেওঁ উল্লেখ কৰে যে ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ পৰা যক্ষ্মা দূৰীকৰণৰ লক্ষ্য স্থিৰ কৰা হৈছে যদিও ভাৰতে ২০২৫ চনৰ ভিতৰতে এই ৰোগ চিৰকাললৈ নির্মূলকৰণৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে৷ ভাৰতে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিলেই বিশ্বৰ বাকী ৰাষ্ট্ৰসমূহো স্বাস্থ্যকৰ হৈ উঠিব বুলি তেওঁ মত প্ৰকাশ কৰে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India car sales to hit 4.7 million in FY26 despite bumps

Media Coverage

India car sales to hit 4.7 million in FY26 despite bumps
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মাৰ্চ 2026
March 16, 2026

Thoughtful Strength: Balancing Security, Growth, and Autonomy Under PM Modi's Leadership