Whichever duty Venkaiah Ji had, he performed with utmost diligence and adapted into that role with ease: PM Modi
Shri Venkaiah Naidu has the ability to endear himself to people across all sections. He is also a disciplinarian: PM Modi
Venkaiah Ji always provides visionary leadership whenever he gets a responsibility. He gets the best experts to ensure justice is done to the work assigned: PM
Venkaiah Ji is a farmer at heart. He is passionate about the welfare of farmers and agriculture: PM Modi
The Pradhan Mantri Gram Sadak Yojana came into being due to the efforts of Venkaiah Naidu Ji: PM Modi

উপ-ৰাষ্ট্ৰপতি হিচাপে ভেংকায়া নাইডুৰ কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে “মোভিং অন, মোভিং ফৰৱাৰ্ড-এ ইয়েৰ ইন অফিছ” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লগতে উপ-ৰাষ্ট্ৰপতিক গ্ৰন্থখনিৰ প্ৰথমটো কপি উপহাৰ দিয়ে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী ভেংকায়া নাইডুৰ সৈতে তেওঁ কেইবাবছৰো কাম কৰাৰ সূযোগ পাইছিল। তেওঁ কয় যে শ্ৰী নাইডুৱে সকলোতকৈ তেওঁক ন্যস্ত কৰা কাৰ্যভাৰত গুৰুত্ব প্ৰদান কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী ভেংকায়া নাইডু ডাঙৰীয়াক যি দায়িত্বই প্ৰদান নকৰক কিয়, অতি কৰ্মদক্ষতাৰে তেওঁৰ ভূমিকা সহজ কৰি তোলে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভেংকায়া নাইডুৱে সূদীৰ্ঘ ৫০ বছৰ ৰাজহুৱা কৰ্মত জড়িত হৈ আছে-১০ বছৰ ছাত্ৰ ৰাজনীতি আৰু ৪০ বছৰ ৰাজ্যৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় ৰাজনীতত আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শ্ৰী ভেংকায়া নাইডুৰ সকলো শ্ৰেণীৰ লোকক আত্মীয় কৰি লোৱা সক্ষমতা আছে আৰু তেওঁ এগৰাকী অতি নিয়মানুৱৰ্তী ব্যক্তি। তেওঁক যি দায়িত্বই প্ৰদান নকৰক কিয়, সকলোতে দূৰদৃষ্টিসম্পন্ন নেতৃত্ব প্ৰদান কৰে। তেওঁক অৰ্পণ কৰা কামৰ জৰিয়তে সম্পূৰ্ণ ন্যায় লাভ কৰাটো সুনিশ্চিত কৰিবলৈ, তেওঁ সৰ্বশ্ৰেষ্ঠ বিশেষজ্ঞৰ সেৱা লয় বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে লগতে দোঁহাৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ শাসনকালত শ্ৰী ভেংকায়া নাইডুক কেবিনেটক অন্তৰ্ভূক্ত কৰা হৈছিল, তেতিয়া ভেংকায়া ডাঙৰীয়াই তেওঁক গ্ৰামোন্নয়ন দপ্তৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল। ভেংকায়া ডাঙৰীয়া অন্তৰৰ পৰা এগৰাকী কৃষক আছিল আৰু কৃষকৰ কল্যান আৰু কৃষিৰ প্ৰতি উৎসাহী আছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা কাৰ্যকৰী হোৱাৰ মুলতে আছিল ভেংকায়া নাইডুৰ প্ৰচেষ্টা। যিসময়ত ৰাজনীতিৰ আলোচনা কেৱল ৰে’ল ষ্টপেজতে কেন্দ্ৰিত আছিল, সেইসময়ত নাইডু ডাঙৰীয়াই এইটো সুনিশ্চিত কৰিছিল যে নেতাসকলে পথৰ লগতে যোগাযোগৰ অন্যান্য মাধ্যমসমূহৰ বিষয়েও ভাবৱ বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে ইংৰাজী অথবা তেলেগু ভাষাত ভেংকায়া নাইডু ডাঙৰীয়াই ব্যৱহাৰ কৰা শব্দাৱলীৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এইটো প্ৰশংসনীয় যে উপ-ৰাষ্ট্ৰপতি ডাঙৰীয়াই তেওঁ কাৰ্যকালৰ প্ৰথম বৰ্ষৰ সন্দৰ্ভত ৰিপোৰ্ট কাৰ্ড প্ৰস্তুত কৰিছে, য’তে তেওঁ সংসদৰ বাহিৰে-ভিতৰে কৰা কামৰ তথ্যৰে সমৃদ্ধ হৈ আছে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to Vice President Thiru CP Radhakrishnan Ji
May 04, 2026

Prime Minister Shri Narendra Modi today extended warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji.

The Prime Minister noted that the Vice President is making numerous efforts to strengthen the collective dream of building a Viksit Bharat. Shri Modi highlighted that his consistent efforts to enhance the productivity and effectiveness of Parliamentary proceedings reflect his deep commitment to democratic values.

The Prime Minister further stated that the Vice President's unwavering passion for all-round development, with a concern for the poor and marginalised, is equally inspiring. Emphasising that his public life continues to be guided by dedication, discipline, and a clear sense of purpose, Shri Modi prayed for his good health, happiness, and a long life in the service of the nation.

The Prime Minister posted on X:

"Warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji. He is making numerous efforts to strengthen our collective dream of building a Viksit Bharat. His consistent efforts to enhance the productivity and effectiveness of our Parliamentary proceedings reflect his deep commitment to democratic values. Equally inspiring is his unwavering passion for all-round development, with a concern for the poor and marginalised. His public life continues to be guided by dedication, discipline and a clear sense of purpose. I pray for his good health, happiness and a long life in the service of the nation."