Innovation, integrity and inclusion have emerged as key mantras in the field of management: PM
Focus is now on collaborative, innovative and transformative management, says PM
Technology management is as important as human management: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ শিলান্যাস মুকলি কৰে। অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাঙ্ক’, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ ছাৰেঙ্গিও উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত কয় যে আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদটো ওড়িশাৰ সংস্কৃতি আৰু সম্পদৰ নিদৰ্শন হিচাপে গঢ় লৈ উঠিব, তাৰ লগে লগে মেনেজমেন্ট বিষয়ত ৰাজ্যখনক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰিব। তেওঁ লগতে কয়, সম্প্ৰতি দেশত ভালেমান ভাৰতীয় বহুজাতিক সংস্থা দেখা গৈছে, ইয়াৰ পূৰ্বে ভাৰতলৈ বিদেশৰ পৰা বহুজাতিক সংস্থা আহিছিল। সম্প্ৰতি সমস্যা জৰ্জৰিত সময়ত ভাৰতৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চহৰবোৰত ষ্টাৰ্ট–আপ সংস্থা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে, কৃষিক্ষেত্ৰতো দ্ৰুত সংস্কাৰ হৈছে। এই পৰিস্থিতিত ছাত্ৰ–ছাত্ৰীসকলক দেশৰ চাহিদাৰ সৈতে সামঞ্জস্য ৰাখি তেওঁলোকৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। নতুন এই দশকত ব্ৰেণ্ড ইণ্ডিয়াক আন্তৰ্জাতিক স্বীকৃতি আনি দিয়াৰ দায়িত্ব ছাত্ৰ–ছাত্ৰীসকলৰ বুলি তেওঁ মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে স্থানীয় সংস্থাবোৰক আন্তৰ্জাতিক মানৰ কৰি তোলাৰ বাবে ছাত্ৰ–ছাত্ৰীসকলৰ ভূমিকাৰ কথা উল্লেখ কৰে। চম্বলপুৰ অঞ্চলত যথেষ্ট সম্ভাৱনা থকাত কিদৰে ইয়াত পৰ্যটন শিল্পৰ প্ৰসাৰ ঘটাব পৰা যায় তাক লৈ তেওঁ ছাত্ৰ–ছাত্ৰীসকলক চিন্তা–চৰ্চা কৰিবলৈ আহ্বান জনায়। স্থানীয় হস্তশিল্প, বস্ত্ৰ আৰু জনজাতিসকলৰ শিল্পকলাৰো যথেষ্ঠ সম্ভাৱনা আছে। এইবোৰক লৈ তেওঁ কাম কৰাৰো আহ্বান জনায়। শ্ৰী মোদীয়ে আত্মনিৰ্ভৰ ভাৰত অভিযানত ভূমিকা পালন কৰিবৰ বাবে এই অঞ্চলৰ প্ৰচুৰ খনিজ সম্পদ আৰু অন্যান্য সম্পদৰ যথাযথ ব্যৱহাৰক লৈ কাম কৰাৰ বাবেও পৰামৰ্শ দিছে আইআইএমৰ ছাত্ৰ–ছাত্ৰীসকলক। তেওঁ কয়, আত্মনিৰ্ভৰ অভিযান, স্থানীয় পণ্য আৰু আন্তৰ্জাতিক সহযোগিতাৰ মাজেৰে তেওঁলোকে সেঁতুবন্ধৰ কাম কৰিব লাগিব, যাতে স্থানীয় পণ্যক আন্তৰ্জাতিক স্তৰত পৰিচয় কৰাই দিয়াৰ বাবে উদ্ভাৱনীমূলক বিভিন্ন উদ্যোগ গ্ৰহণ কৰিব পৰা যায়। শ্ৰী মোদীয়ে কয়, ‘উদ্ভাৱন, সমন্বয় আৰু বিশুদ্ধতাৰ মন্ত্ৰেৰে আপোনালোকে মেনেজমেন্টৰ দক্ষতা দেখুৱাব লাগিব’।

প্ৰধানমন্ত্ৰীয়ে সংযোজিত মুদ্ৰণ, উৎপাদন প্ৰক্ৰিয়াৰ প্ৰযুক্তিৰ পৰিবৰ্তন, লজিষ্টিক্স আৰু সৰবৰাহ শৃঙ্খল ব্যৱস্থাপনাৰ নতুন ধাৰাৰ দৰে মেনেজমেন্টৰ চূড়ান্ত ধাৰাক লৈ আলোচনা কৰিছে। এই প্ৰযুক্তিবোৰে ডিজিটেল সংযোগৰ সৈতে জড়িত আৰু বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা এতিয়া কাম কৰাৰ যি সুবিধা সৃষ্টি হৈছে তাত সমগ্ৰ পৃথিবীয়ে এক গ্লোবেল ভিলেজত পৰিণত হৈছে। ভাৰতত সম্প্ৰতি বিভিন্ন ক্ষেত্ৰত দ্ৰুত সংস্কাৰ সাধন কৰা হৈছে আৰু পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি চলাৰ সমান্তৰালকৈ ভৱিষ্যতে কি হ’বলৈ আগবাঢ়িছে সেই বিষয়ে ধাৰণা কৰি পূৰ্বৰে পৰাই প্ৰয়োজনীয় উদ্যোগ গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, বৰ্তমান পৰিৱৰ্তিত কৰ্মধাৰাত মেনেজমেন্টৰ দক্ষতাৰ ক্ষেত্ৰতো পৰিবৰ্তন আহিছে। এতিয়া ওপৰৰ পৰা তললৈ অথবা উৰ্ধ্বতন মহলত যথেষ্ট পৰিমাণৰ মেনেজমেন্টত দক্ষ লোকসকল থকাৰ পৰিৱৰ্তে সহযোগী, উদ্ভাৱনমূলক আৰু সংস্কাৰমুখী মেনেজমেন্টৰ ধাৰণা গ্ৰহণ কৰা হৈছে। বৰ্তমান নিম্ন স্তৰত কাৰিকৰী ক্ষেত্ৰত মেনেজমেন্টক হিউমেন মেনেজমেন্টকো সমানেই গুৰুত্ব দিয়া হৈছে।

যিদৰে ভাৰতত উদ্ভাৱনমূলক উদ্যোগত সহযোগিতাৰ মাধ্যমেৰে ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰা হৈছে তাক লৈ শ্ৰী মোদীয়ে ছাত্ৰ–ছাত্ৰীসকলক গৱেষণাৰ আহ্বান জনাইছে। কিদৰে অতি কম সময়ৰ ভিতৰতে দক্ষতা আৰু ক্ষমতাৰ প্ৰসাৰ ঘটোৱা সম্ভৱ হৈছে সেই বিষয়ক লৈও তেওঁ গৱেষণা কৰিবলৈ কয়। দেশে বৰ্তমান বিভিন্ন সমস্যাৰ সমাধানৰ বাবে স্বল্পম্যাদী উদ্যোগৰ পৰিৱৰ্তে দীৰ্ঘম্যাদী সমাধানৰ দিশেৰে কাম কৰাৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰিছে। এই প্ৰসঙ্গত জনধন একাউন্ট আৰু ৰন্ধন গেছৰ সংযোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ২০১৪ চনত মাত্ৰ ৫৫ শতাংশ লোকেহে ৰন্ধন গেছ ব্যৱহাৰ কৰিছিল, আজি সেয়া বৃদ্ধি পাই ৯৮ শতাংশ হৈছে। বিপুলভাৱে উদ্ভাৱন, পৰিকল্পনা আৰু বাস্তৱায়নৰ ফলতেই এয়া সম্ভৱ হৈছে। তেওঁ কয়, ‘মেনেজমেন্টৰ অৰ্থ কেৱল বৃহৎ সংস্থাবোৰৰ কাম–কাজ পৰিচালনা কৰাই নহয়, মেনেজমেন্টৰ সাহায্যৰে মানুহৰ জীৱনো ৰক্ষা কৰিব পাৰিব লাগিব’।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ভাল মেনেজাৰ হ’বলৈ হ’লে দেশৰ সমূখত যিবোৰ প্ৰত্যাহ্বান আছে, সেইবোৰ বুজিব লাগিব। ইয়াৰ বাবে উচ্চ শিক্ষা প্ৰতিষ্ঠানবোৰে কেৱল বিশেষ এটা দিশেই গুৰুত্ব দিলে নহ’ব, ইয়াৰ বাবে বিপুল পৰিমাণৰ সুযোগ গঢ়ি তুলিব লাগিব। দীৰ্ঘ দিন ধৰি পেছাদাৰী শিক্ষাৰ এক বিশেষ ক্ষেত্ৰতেই আৱৰ্তিত হৈ থকাৰ বিষয়টোৰ পৰা ওলাই অহাৰ বাবেই ৰাষ্ট্ৰীয় শিক্ষা নীতিত বৃহত্তৰ, বহু বিষয়ক সৰ্বাঙ্গীণ উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।