QuoteThe world is clear that the 21st century is Asia’s century. We must rise to the occasion and take that leadership: PM Modi
QuoteWe must treat every challenge as an opportunity: PM Narendra Modi
QuoteGreater use of space technology augurs well for human progress, says PM Modi
QuoteWe have progressed through the ages due to innovation and due to ethics as well as humanitarian values: PM
QuoteTechnology is aiding human creativity. Various social media platforms have given voice to millions: PM Modi
QuoteTechnology is what empowers people. A technology driven society breaks social barriers. Technology has to be affordable and user-friendly: PM
QuoteWe should not see every disruption as destruction. People were apprehensive about computers but see how computers changed human history: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিংগাপুৰস্থিত নানয়াং প্ৰযুক্তি বিশ্ববিদ্যালয় পৰিভ্ৰমণ কৰে৷

তেওঁ এক মত বিনিময় অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে৷

|

২১ শতিকাত এছিয়াই সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২১ শতিকাক সাধাৰণতে এছিয়াৰ শতিকা বুলি কোৱা হয়৷ নিজৰ ওপৰত বিশ্বাস ৰখাতো অত্যন্ত আৱশ্যক আৰু এয়া উপলব্ধি কৰিব লাগিব যে এয়া আমাৰ সময়৷ আমি এই সুযোগতে আগুৱাব লাগিব আৰু নেতৃ্ত্ব গ্ৰহণ কৰিব লাগিব বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷

|

প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে উনুকিয়ায় যে শেহতীয়াকৈ তেওঁ চীনৰ ৰাষ্ট্ৰপতি জি ঝিনপিঙক সাক্ষাৎ কৰোতে এখন দস্তাবেজ দিছিল, য’ত উল্লেখ আছিল যে বিগত ২০০০ বছৰৰ ভিতৰত ১৬০০ বছৰৰ গোলকীয় জিডিপিত ভাৰত আৰু চীনে যৌথভাৱে ৫০ শতাংশতকৈ অধিক অৰিহণা আগবঢ়াইছে৷ তদুপৰি, এয়া কোনো সংঘাত নোহোৱাকৈ সম্ভৱ হৈছিল৷ 

|

প্ৰধানমন্ত্ৰীয়ে কয় যে সংঘাত অবিহনে আমি যোগাযোগ ব্যৱস্থাৰ উন্নীকৰণত মনোনিৱেশ কৰা উচিত৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সু্প্ৰশাসনত মহাকাশ প্ৰযুক্তিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ইয়ে সাধাৰণ নাগৰিকৰ জীৱনলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে৷

|

পৰম্পৰা আৰু গোলকীকৰণৰ মাজত ভাৰসাম্য সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন উদ্ভাৱন, নৈতিকতা আৰু মানৱীয় প্ৰমূল্যবোধৰ ভিত্তিত প্ৰাচীন কালৰে পৰা মানুহে প্ৰগতিৰ পথেৰে আগুৱাইছে৷ তেওঁ কয় যে প্ৰযুক্তিয়ে মানুহৰ সৃষ্টিশীলতাক সহযোগ কৰিছে৷

|

চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ সময়ছোৱাত সৰ্বব্যাপী বিকাশ নিশ্চিত কৰা সন্দৰ্ভত মত ব্যক্তি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যৱধানৰ অৰ্থ বিনাশ নহয়৷ প্ৰযুক্তিয়ে মানুহক সৱল কৰে আৰু প্ৰযুক্তি-চালিত সমাজে সামাজিক ব্যাধি নাশ কৰে৷ প্ৰযুক্তি সুলভ আৰু ব্যৱহাৰ উপযোগী হ’ব লাগে৷ তেওঁ উল্লেখ কৰে যে এসময়ত মানুহে কম্পিউটাৰক লৈ আশংকা প্ৰকাশ কৰিছিল কিন্তু এতিয়া কম্পিউটাৰে আমাৰ জীৱন সলনি কৰাত সহায় কৰিছে৷

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
 At 354MT, India's foodgrain output hits an all-time high

Media Coverage

At 354MT, India's foodgrain output hits an all-time high
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles passing of Shri Sukhdev Singh Dhindsa Ji
May 28, 2025

Prime Minister, Shri Narendra Modi, has condoled passing of Shri Sukhdev Singh Dhindsa Ji, today. "He was a towering statesman with great wisdom and an unwavering commitment to public service. He always had a grassroots level connect with Punjab, its people and culture", Shri Modi stated.

The Prime Minister posted on X :

"The passing of Shri Sukhdev Singh Dhindsa Ji is a major loss to our nation. He was a towering statesman with great wisdom and an unwavering commitment to public service. He always had a grassroots level connect with Punjab, its people and culture. He championed issues like rural development, social justice and all-round growth. He always worked to make our social fabric even stronger. I had the privilege of knowing him for many years, interacting closely on various issues. My thoughts are with his family and supporters in this sad hour."