The world is clear that the 21st century is Asia’s century. We must rise to the occasion and take that leadership: PM Modi
We must treat every challenge as an opportunity: PM Narendra Modi
Greater use of space technology augurs well for human progress, says PM Modi
We have progressed through the ages due to innovation and due to ethics as well as humanitarian values: PM
Technology is aiding human creativity. Various social media platforms have given voice to millions: PM Modi
Technology is what empowers people. A technology driven society breaks social barriers. Technology has to be affordable and user-friendly: PM
We should not see every disruption as destruction. People were apprehensive about computers but see how computers changed human history: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিংগাপুৰস্থিত নানয়াং প্ৰযুক্তি বিশ্ববিদ্যালয় পৰিভ্ৰমণ কৰে৷

তেওঁ এক মত বিনিময় অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে৷

২১ শতিকাত এছিয়াই সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২১ শতিকাক সাধাৰণতে এছিয়াৰ শতিকা বুলি কোৱা হয়৷ নিজৰ ওপৰত বিশ্বাস ৰখাতো অত্যন্ত আৱশ্যক আৰু এয়া উপলব্ধি কৰিব লাগিব যে এয়া আমাৰ সময়৷ আমি এই সুযোগতে আগুৱাব লাগিব আৰু নেতৃ্ত্ব গ্ৰহণ কৰিব লাগিব বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে উনুকিয়ায় যে শেহতীয়াকৈ তেওঁ চীনৰ ৰাষ্ট্ৰপতি জি ঝিনপিঙক সাক্ষাৎ কৰোতে এখন দস্তাবেজ দিছিল, য’ত উল্লেখ আছিল যে বিগত ২০০০ বছৰৰ ভিতৰত ১৬০০ বছৰৰ গোলকীয় জিডিপিত ভাৰত আৰু চীনে যৌথভাৱে ৫০ শতাংশতকৈ অধিক অৰিহণা আগবঢ়াইছে৷ তদুপৰি, এয়া কোনো সংঘাত নোহোৱাকৈ সম্ভৱ হৈছিল৷ 

প্ৰধানমন্ত্ৰীয়ে কয় যে সংঘাত অবিহনে আমি যোগাযোগ ব্যৱস্থাৰ উন্নীকৰণত মনোনিৱেশ কৰা উচিত৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সু্প্ৰশাসনত মহাকাশ প্ৰযুক্তিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ইয়ে সাধাৰণ নাগৰিকৰ জীৱনলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে৷

পৰম্পৰা আৰু গোলকীকৰণৰ মাজত ভাৰসাম্য সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন উদ্ভাৱন, নৈতিকতা আৰু মানৱীয় প্ৰমূল্যবোধৰ ভিত্তিত প্ৰাচীন কালৰে পৰা মানুহে প্ৰগতিৰ পথেৰে আগুৱাইছে৷ তেওঁ কয় যে প্ৰযুক্তিয়ে মানুহৰ সৃষ্টিশীলতাক সহযোগ কৰিছে৷

চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ সময়ছোৱাত সৰ্বব্যাপী বিকাশ নিশ্চিত কৰা সন্দৰ্ভত মত ব্যক্তি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যৱধানৰ অৰ্থ বিনাশ নহয়৷ প্ৰযুক্তিয়ে মানুহক সৱল কৰে আৰু প্ৰযুক্তি-চালিত সমাজে সামাজিক ব্যাধি নাশ কৰে৷ প্ৰযুক্তি সুলভ আৰু ব্যৱহাৰ উপযোগী হ’ব লাগে৷ তেওঁ উল্লেখ কৰে যে এসময়ত মানুহে কম্পিউটাৰক লৈ আশংকা প্ৰকাশ কৰিছিল কিন্তু এতিয়া কম্পিউটাৰে আমাৰ জীৱন সলনি কৰাত সহায় কৰিছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥