QuotePM Modi inaugurates the new headquarters building of the Archaeological Survey of India in New Delhi
QuoteWe need to device new ways to promote civil and social involvement in preserving and promoting our historical heritage: PM
QuoteUntil we feel proud of our heritage we will not be able to preserve it, says PM Modi
QuotePM Modi says that India must take pride in the rich history of our nation

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তিলক মাৰ্গত “ধৰোহৰ ভৱন” শীৰ্ষক ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মুখ্য কাৰ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰে।

|

এই উপলক্ষে তেওঁ কয় যে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে বিগত ১৫০তকৈও অধিক কাল কেতবোৰ গুৰুত্বপূৰ্ণ কাম কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে আমাৰ ইতিহাসৰ গৌৰৱোজ্জল দিশবোৰত গুৰুত্বৰ লগতে আমাৰ চহকী প্ৰত্নতাত্ত্বিক ঐতিহ্যত প্ৰতি জোৰ দিয়ে। তেওঁ কয় যে প্ৰতিজন ব্যক্তিয়ে তেওঁলোকৰ চহৰ, নগৰ আৰু অঞ্চলসমূহৰ স্থানীয় বুৰঞ্জী আৰু প্ৰত্নতত্বসমূহৰ বিষয়ে জনাত আগভাগ ল’ব লাগে। স্থানীয় প্ৰত্নতত্বসমূহৰ বিষয়ে পাঠ্যক্ৰমতো সন্নৱিষ্ট কৰিব লাগে বুলি তেও কয়। এই প্ৰসংগত তেওঁ লগতে সু-প্ৰশিক্ষিত স্থানীয় গাইডৰ ওপৰত গুৰুত্ব দিয়ে, যিসকলে তেওঁলোকৰ এলেকাটোৰ ঐতিহ্য আৰু বুৰঞ্জীৰ বিষয়ে ভালকৈ জানে।

|

তেওঁ কয় যে প্ৰত্নতত্ববিদসকলে বহু সময় কঠোৰ পৰিশ্ৰমেৰে আৱিষ্কাৰ কৰা প্ৰত্নতাত্ত্বিক দিশবোৰৰ এটাকৈ কাহিনী কথিত থাকে। এই প্ৰসংগত তেওঁ কেইবছৰমানৰ আগতে তদানিন্তন ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে চণ্ডীগড় ভ্ৰমণ কৰি ভাৰত-ফ্ৰান্স প্ৰত্নতাত্ত্বিত দলে কৰা আৱিষ্কাৰৰ স্ব-চক্ষে প্ৰত্যক্ষ কৰে।

|

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ইয়াৰ মহান ঐতিহ্যবোৰ গৌৰৱ আৰু বিশ্বাসেৰে সমগ্ৰ বিশ্বতে প্ৰদৰ্শিত কৰিব লাগে।

নতুন মুখ্য কাৰ্যালয়টো শক্তি সক্ষম পোহৰ আৰু বৰষুণৰ পানী সংগ্ৰহকে ধৰি অত্যাধূনিক সা-সুবিধাৰে সু-সজ্জিতকৈ নিৰ্মাণ কৰা হৈছে। এই কাৰ্যালয়টোত ১.৫ লাখ গ্ৰন্থ আৰু আলোচনী ৰাখিব পৰাকৈ এটা কেন্দ্ৰীয় প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়ো থাকিব।

|

 

|

Click here to read full text speech

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'2,500 Political Parties In India, I Repeat...': PM Modi’s Remark Stuns Ghana Lawmakers

Media Coverage

'2,500 Political Parties In India, I Repeat...': PM Modi’s Remark Stuns Ghana Lawmakers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Swami Vivekananda Ji on his Punya Tithi
July 04, 2025

The Prime Minister, Shri Narendra Modi paid tribute to Swami Vivekananda Ji on his Punya Tithi. He said that Swami Vivekananda Ji's thoughts and vision for our society remains our guiding light. He ignited a sense of pride and confidence in our history and cultural heritage, Shri Modi further added.

The Prime Minister posted on X;

"I bow to Swami Vivekananda Ji on his Punya Tithi. His thoughts and vision for our society remains our guiding light. He ignited a sense of pride and confidence in our history and cultural heritage. He also emphasised on walking the path of service and compassion."