PM Modi inaugurates the new headquarters building of the Archaeological Survey of India in New Delhi
We need to device new ways to promote civil and social involvement in preserving and promoting our historical heritage: PM
Until we feel proud of our heritage we will not be able to preserve it, says PM Modi
PM Modi says that India must take pride in the rich history of our nation

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তিলক মাৰ্গত “ধৰোহৰ ভৱন” শীৰ্ষক ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মুখ্য কাৰ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰে।

এই উপলক্ষে তেওঁ কয় যে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে বিগত ১৫০তকৈও অধিক কাল কেতবোৰ গুৰুত্বপূৰ্ণ কাম কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে আমাৰ ইতিহাসৰ গৌৰৱোজ্জল দিশবোৰত গুৰুত্বৰ লগতে আমাৰ চহকী প্ৰত্নতাত্ত্বিক ঐতিহ্যত প্ৰতি জোৰ দিয়ে। তেওঁ কয় যে প্ৰতিজন ব্যক্তিয়ে তেওঁলোকৰ চহৰ, নগৰ আৰু অঞ্চলসমূহৰ স্থানীয় বুৰঞ্জী আৰু প্ৰত্নতত্বসমূহৰ বিষয়ে জনাত আগভাগ ল’ব লাগে। স্থানীয় প্ৰত্নতত্বসমূহৰ বিষয়ে পাঠ্যক্ৰমতো সন্নৱিষ্ট কৰিব লাগে বুলি তেও কয়। এই প্ৰসংগত তেওঁ লগতে সু-প্ৰশিক্ষিত স্থানীয় গাইডৰ ওপৰত গুৰুত্ব দিয়ে, যিসকলে তেওঁলোকৰ এলেকাটোৰ ঐতিহ্য আৰু বুৰঞ্জীৰ বিষয়ে ভালকৈ জানে।

তেওঁ কয় যে প্ৰত্নতত্ববিদসকলে বহু সময় কঠোৰ পৰিশ্ৰমেৰে আৱিষ্কাৰ কৰা প্ৰত্নতাত্ত্বিক দিশবোৰৰ এটাকৈ কাহিনী কথিত থাকে। এই প্ৰসংগত তেওঁ কেইবছৰমানৰ আগতে তদানিন্তন ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে চণ্ডীগড় ভ্ৰমণ কৰি ভাৰত-ফ্ৰান্স প্ৰত্নতাত্ত্বিত দলে কৰা আৱিষ্কাৰৰ স্ব-চক্ষে প্ৰত্যক্ষ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ইয়াৰ মহান ঐতিহ্যবোৰ গৌৰৱ আৰু বিশ্বাসেৰে সমগ্ৰ বিশ্বতে প্ৰদৰ্শিত কৰিব লাগে।

নতুন মুখ্য কাৰ্যালয়টো শক্তি সক্ষম পোহৰ আৰু বৰষুণৰ পানী সংগ্ৰহকে ধৰি অত্যাধূনিক সা-সুবিধাৰে সু-সজ্জিতকৈ নিৰ্মাণ কৰা হৈছে। এই কাৰ্যালয়টোত ১.৫ লাখ গ্ৰন্থ আৰু আলোচনী ৰাখিব পৰাকৈ এটা কেন্দ্ৰীয় প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়ো থাকিব।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s contribution to BRICS: Nari Shakti moves from promise to delivery

Media Coverage

India’s contribution to BRICS: Nari Shakti moves from promise to delivery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the President of Iran
June 30, 2026
President Pezeshkian briefs PM on the recent developments in West Asia.
PM welcomes the understanding reached and reiterates the need for continued efforts for lasting peace and stability.

Prime Minister Shri Narendra Modi had a telephone conversation today with the President of the Islamic Republic of Iran, H.E. Dr. Masoud Pezeshkian.

President Pezeshkian briefed the Prime Minister on the recent developments in West Asia and the way forward.

Prime Minister welcomed the understanding reached, and reiterated India’s consistent position that all issues must be resolved through dialogue and diplomacy.

Prime Minister reiterated the need for continued efforts to ensure lasting peace and stability in the region, and for safeguarding freedom of navigation and commerce.