India’s position in the world was getting stronger: PM Modi
Democracy is a part of India’s ethos: PM Modi
We have achieved a lot in the last five years and much more has to be done in the coming years: PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় সম্প্ৰদায়ৰ সন্মুখত বক্তব্য প্ৰদান কৰে৷ তেওঁ কয় যে বিশ্ব দৰবাৰত ভাৰতৰ স্থান ক্ৰমে শক্তিশালী হ’বলৈ ধৰিছে আৰু ইয়াৰ বাবে প্ৰবাসী ভাৰতীয়সকল প্ৰশংসাৰ যোগ্য৷ ‘‘মই য’লৈ যাও তাতেই ভাৰতীয় প্ৰবাসীসকলৰ সাফল্যৰ ধাৰাৰ বিষয়ে শুনিবলৈ পাও’’, তেওঁ এইদৰে কয়৷

‘‘গণতন্ত্ৰ ভাৰতৰ প্ৰকৃতিৰ অংশ’’, প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়৷ ‘‘আমি যোৱা পাঁচ বছৰত বহুখিনি সাফল্য লাভ কৰিছো আৰু অনাগত বৰ্ষসমূহতো অধিক পাবলৈ আছে৷ জনতাৰ প্ৰত্যাশা পূৰণ হোৱাৰ বাবে কোনো আপোচ কৰা নহ’ব’’ , তেওঁ এইদৰে কয়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s healthcare sector seeing a fundamental digital transformation: Report

Media Coverage

India’s healthcare sector seeing a fundamental digital transformation: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11ফেব্ৰুৱাৰী 2026
February 11, 2026

Empowering India: PM Modi's Policies Fueling Innovation, Jobs, and Sustainability