QuoteUnion Government aims to develop eastern India as the gateway to South-East Asia: PM Modi
QuoteIIT Bhubaneswar would spur the industrial development of Odisha and work towards improving the lives of the people: PM
QuoteCentral Government is devoted towards ensuring all-round development of Odisha: PM Modi

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ২৪ ডিচেম্বৰ, ২০১৮ত ওড়িশা ভ্ৰমণ কৰে৷

|

এই উপলক্ষে আইআইটি ভূৱনেশ্বৰ চৌহদত তেওঁ আজি পাইকা বিদ্রোহৰ স্মৃতি এটি স্মাৰক ডাকটিকট মুকলি কৰে৷ ওড়িশাত ১৮১৭ চনত ব্রিটিছ শাসনৰ বিৰোধিতাৰে পাইকা বিদ্রোহ হৈছিল।

|

অনুষ্ঠানত ভূৱনেশ্বৰত উৎকল বিশ্ববিদ্যালয়ত পাইকা বিদ্রোহক লৈ এখন আসন প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰা হয়৷

|

প্ৰধানমন্ত্রীয়ে ললিত গিৰি সংগ্ৰাহালয় উদ্বোধন কৰে৷ ললিত গিৰি হৈছে ওড়িশাৰ বিশিষ্ট বৌদ্ধ স্থাপত্য কেন্দ্ৰ৷ ইয়াত ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি আৰু স্তুপ আছে।

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে আইআইটি ভূৱনেশ্বৰ দেশবাসীৰ উদ্দেশ্যো উৎসর্গা কৰে। তেওঁ ভূৱনেশ্বৰত নতুন ইএছআইচি হাস্পাতালৰো শুভাৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰীয়ে এটি পাইপ লাইন আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

|

অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে আজি প্রায় ১৪,০০০ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্প উদ্বোধনৰ লগতে একাধিক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। পূব ভাৰতৰ উন্নয়নত কেন্দ্রীয় চৰকাৰে বিশেষ লক্ষ্য লোৱা বুলিও তেওঁ সদৰি কৰে৷

প্ৰধানমন্ত্রীয়ে কয় যে আইআইটি ভূৱনেশ্বৰে ওড়িশাৰ ঔদ্যোগিকৰণত আৰু জনসাধাৰণৰ জীৱনযাত্রাৰ মান উন্নয়নতো বিশেষ ভূমিকা পালন কৰিব৷

|

প্ৰধানমন্ত্রীয়ে কয় যে ওড়িশাৰ আন্তঃগাঁথনি, তেল আৰু প্ৰাকৃতিক গেছৰ পাইপ লাইন, পথ যোগাযোগ, আন্তঃগাঁথনি আৰু স্বাস্থ্য সেৱা সম্প্ৰসাৰণৰো পৰিকল্পনা কৰিছে।

ওড়িশাৰ সৰ্বাংগীন উন্নয়নত কেন্দ্রীয় চৰকাৰৰ প্ৰতিশ্রুতিৰ কথাও পুনৰ দোঁহাৰে প্ৰধানমন্ত্রীয়ে৷

Click here to read full text speech

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Major Boost for Make-in-India: Defence Exports Surge 35-Fold In 11 Years Under Modi Govt, Says Rajnath Singh

Media Coverage

Major Boost for Make-in-India: Defence Exports Surge 35-Fold In 11 Years Under Modi Govt, Says Rajnath Singh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 জুন 2025
June 11, 2025

Citizens Appreciate PM Modi’s Transformative Governance: Building an Inclusive and Connected Bharat