Union Government aims to develop eastern India as the gateway to South-East Asia: PM Modi
IIT Bhubaneswar would spur the industrial development of Odisha and work towards improving the lives of the people: PM
Central Government is devoted towards ensuring all-round development of Odisha: PM Modi

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ২৪ ডিচেম্বৰ, ২০১৮ত ওড়িশা ভ্ৰমণ কৰে৷

এই উপলক্ষে আইআইটি ভূৱনেশ্বৰ চৌহদত তেওঁ আজি পাইকা বিদ্রোহৰ স্মৃতি এটি স্মাৰক ডাকটিকট মুকলি কৰে৷ ওড়িশাত ১৮১৭ চনত ব্রিটিছ শাসনৰ বিৰোধিতাৰে পাইকা বিদ্রোহ হৈছিল।

অনুষ্ঠানত ভূৱনেশ্বৰত উৎকল বিশ্ববিদ্যালয়ত পাইকা বিদ্রোহক লৈ এখন আসন প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰা হয়৷

প্ৰধানমন্ত্রীয়ে ললিত গিৰি সংগ্ৰাহালয় উদ্বোধন কৰে৷ ললিত গিৰি হৈছে ওড়িশাৰ বিশিষ্ট বৌদ্ধ স্থাপত্য কেন্দ্ৰ৷ ইয়াত ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি আৰু স্তুপ আছে।

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে আইআইটি ভূৱনেশ্বৰ দেশবাসীৰ উদ্দেশ্যো উৎসর্গা কৰে। তেওঁ ভূৱনেশ্বৰত নতুন ইএছআইচি হাস্পাতালৰো শুভাৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰীয়ে এটি পাইপ লাইন আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে আজি প্রায় ১৪,০০০ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্প উদ্বোধনৰ লগতে একাধিক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। পূব ভাৰতৰ উন্নয়নত কেন্দ্রীয় চৰকাৰে বিশেষ লক্ষ্য লোৱা বুলিও তেওঁ সদৰি কৰে৷

প্ৰধানমন্ত্রীয়ে কয় যে আইআইটি ভূৱনেশ্বৰে ওড়িশাৰ ঔদ্যোগিকৰণত আৰু জনসাধাৰণৰ জীৱনযাত্রাৰ মান উন্নয়নতো বিশেষ ভূমিকা পালন কৰিব৷

প্ৰধানমন্ত্রীয়ে কয় যে ওড়িশাৰ আন্তঃগাঁথনি, তেল আৰু প্ৰাকৃতিক গেছৰ পাইপ লাইন, পথ যোগাযোগ, আন্তঃগাঁথনি আৰু স্বাস্থ্য সেৱা সম্প্ৰসাৰণৰো পৰিকল্পনা কৰিছে।

ওড়িশাৰ সৰ্বাংগীন উন্নয়নত কেন্দ্রীয় চৰকাৰৰ প্ৰতিশ্রুতিৰ কথাও পুনৰ দোঁহাৰে প্ৰধানমন্ত্রীয়ে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FTAs boost global demand for Indian talent, expand mobility options

Media Coverage

FTAs boost global demand for Indian talent, expand mobility options
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi performs Darshan and Pooja at Baba Vishwanath Temple; prays for the prosperity and good health of all countrymen
April 29, 2026

 

Prime Minister Shri Narendra Modi today performed darshan and pooja at the Baba Vishwanath Temple in Kashi, where he prayed for the happiness, prosperity, and healthy lives of the people of the nation.

"हर हर महादेव !

काशी में बाबा विश्वनाथ मंदिर में दर्शन और पूजन का सौभाग्य मिला। यहां भगवान भोलेनाथ से समस्त देशवासियों के लिए सुख-समृद्धि और आरोग्यपूर्ण जीवन की कामना की।

माँ अन्नपूर्णा एवं माँ गंगा के दर्शन से असीम शांति मिली। उनकी कृपा से हर किसी में सकारात्मक ऊर्जा का संचार हो !

काशी की जनता को पुनः नमन