মকৰ সংক্ৰান্তিৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
"দেশবাসীলৈ মকৰ সংক্ৰান্তি উপলক্ষে বহু-বহু শুভেচ্ছা জনালো। উত্তৰায়ণ সূৰ্যদেৱতাই যেন সকলোৰে জীৱনত নতুন শক্তি আৰু নতুন উৎসাহৰ সঞ্চাৰ কৰে, তাৰে কামনা কৰিলো।
সকলোকে মকৰ সংক্ৰান্তিৰ শুভেচ্ছা যাছিলো।
ভাৰতৰ ভিন্ন অংশত মকৰ সংক্ৰান্তি আড়ম্বৰৰে পালন কৰা হয়। এই শুভ উৎসৱে ভাৰতৰ বৈচিত্ৰ্যতা আৰু আমাৰ পৰম্পৰাসমূহৰ প্ৰাণোচ্ছলতাকে প্ৰতিফলিত কৰে। তদুপৰি ই প্ৰকৃতি জননীক সন্মানৰ প্ৰয়োজনীয়তাকে দোহাৰে", প্ৰধানমন্ত্ৰীজনে কয়।
देशवासियों को मकर संक्रांति की बहुत-बहुत बधाई। मेरी कामना है कि उत्तरायण सूर्यदेव सभी के जीवन में नई ऊर्जा और नए उत्साह का संचार करें।
— Narendra Modi (@narendramodi) January 14, 2021
Makar Sankranti greetings to everyone.


