প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী বাচী সিং ৰাৱটৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বাচী সিং ৰাৱটজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ গোটেই জীৱনটো জনস্বাৰ্থ আৰু দেশৰ স্বাৰ্থৰ বাবে সমৰ্পিত আছিল।এই শোকৰ সময়ত মই তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।’
भाजपा के वरिष्ठ नेता और पूर्व केंद्रीय राज्य मंत्री बची सिंह रावत जी के निधन से बहुत दुख पहुंचा है। उनका पूरा जीवन जनहित और देशहित में समर्पित रहा। शोक की इस घड़ी में उनके परिजनों और शुभचिंतकों के प्रति मैं अपनी गहरी संवेदना व्यक्त करता हूं। ओम शांति!
— Narendra Modi (@narendramodi) April 18, 2021


