প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰত আৰু বিশ্বতে উৎসাহেৰে ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ব্যাপক উদযাপন কাৰ্য্যৰ শলাগ লয়।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“সমগ্ৰ ভাৰত আৰু বিশ্বৰ ভিন্ন প্ৰান্তত অসীম উৎসাহেৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কাৰ্য্য প্ৰত্যক্ষ কৰি আনন্দিত হৈছোঁ!”
Glad to see International Day of Yoga being marked with immense enthusiasm all over India and in different parts of the world! https://t.co/2P2xNUCrxM
— Narendra Modi (@narendramodi) June 22, 2025


