প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত পুৰুষৰ জেভেলিন থ্ৰো এফ ৪৬ ত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুন্দৰ সিং গুৰ্জাৰক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

"সুন্দৰ সিং গুৰ্জাৰৰ এক অভূতপূৰ্ব প্ৰদৰ্শন, #Paralympics2024ত পুৰুষৰ জেভেলিন থ্ৰো এফ ৪৬ ত ব্ৰঞ্জ জয়! তেওঁৰ নিষ্ঠা আৰু প্ৰদৰ্শন অসামান্য। এই সাফল্যৰ বাবে অভিনন্দন!

#Cheer4Bharat"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi