শেহতীয়া ‘মনকীবাত’ অনুষ্ঠানতপ্ৰধানমন্ত্ৰীশ্ৰীনৰেন্দ্ৰমোদীয়েঅ’নামমহোৎসৱৰবিষয়েবিশেষভাৱেউল্লেখকৰে। তেওঁকয়যেছিংগমমাহতঅনুষ্ঠিতএইমহোৎসৱৰসময়ছোৱাতৰাইজেপ্ৰত্যেকেইকোনোনতুনসামগ্ৰীক্ৰয়কৰে, নিজৰঘৰবোৰসজাইতোলে, ঘৰতেপুকালমপ্ৰস্তুতকৰেআৰুঅ’নামশদিয়াউপভোগকৰে।

প্ৰধানমন্ত্ৰীয়েউল্লেখকৰেযেইতিমধ্যেইএইঅ’নামমহোৎসৱেবিদেশৰমাটিওস্পৰ্শকৰিবলৈসক্ষমহৈছেআৰুবিদেশতোসমানেইজনপ্ৰিয়তাঅৰ্জনৰযোগেদিএইমহোৎসৱেক্ৰমাৎ একআন্তঃৰাষ্ট্ৰীয়মহোৎসৱলৈপৰিৱৰ্তিতহ’বলৈলৈছে।

তেওঁকয়যেঅ’নামহৈছেএনেএকমহোৎসৱ, যিয়েকৃষিকএকাত্মকৰিদেসৰগ্ৰাম্যঅৰ্থনীতিৰবাবেএকনতুনআৰম্ভণিৰসূচনাকৰে। তেওঁলগতেউল্লেখকৰেযেকৃষকৰআত্মগাঁথাৰপৰাইএকোখনসমাজৰআদিমূলৰসৃষ্টিহয়। বেদতোতেওঁলোককআমাৰঅন্নদাঁতাহিচাপেউল্লেখকৰাহৈছে। প্ৰধানমন্ত্ৰীয়েকয়যেক’ৰোনাৰএইজটিলসময়তোআমাৰকৃষকসকলেস্থিতপ্ৰজ্ঞহৈথাকিশস্যসিঁচাৰপৰাআৰম্ভকৰিশস্যচপোৱালৈকেসকলোকামসুচাৰুৰূপেসম্পন্নকৰিগৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates Namo Hospital at Daman
June 05, 2026

Prime Minister Shri Narendra Modi today inaugurated the Namo Hospital at Daman. He stated that this is in line with the ongoing efforts towards providing quality health treatment to the people, noting that the hospital features modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas.

The Prime Minister posted on X:

"In line with our efforts towards providing quality health treatment to the people, the Namo Hospital at Daman was inaugurated. It has modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas."