শেহতীয়া ‘মনকীবাত’ অনুষ্ঠানতপ্ৰধানমন্ত্ৰীশ্ৰীনৰেন্দ্ৰমোদীয়েঅ’নামমহোৎসৱৰবিষয়েবিশেষভাৱেউল্লেখকৰে। তেওঁকয়যেছিংগমমাহতঅনুষ্ঠিতএইমহোৎসৱৰসময়ছোৱাতৰাইজেপ্ৰত্যেকেইকোনোনতুনসামগ্ৰীক্ৰয়কৰে, নিজৰঘৰবোৰসজাইতোলে, ঘৰতেপুকালমপ্ৰস্তুতকৰেআৰুঅ’নামশদিয়াউপভোগকৰে।

প্ৰধানমন্ত্ৰীয়েউল্লেখকৰেযেইতিমধ্যেইএইঅ’নামমহোৎসৱেবিদেশৰমাটিওস্পৰ্শকৰিবলৈসক্ষমহৈছেআৰুবিদেশতোসমানেইজনপ্ৰিয়তাঅৰ্জনৰযোগেদিএইমহোৎসৱেক্ৰমাৎ একআন্তঃৰাষ্ট্ৰীয়মহোৎসৱলৈপৰিৱৰ্তিতহ’বলৈলৈছে।

তেওঁকয়যেঅ’নামহৈছেএনেএকমহোৎসৱ, যিয়েকৃষিকএকাত্মকৰিদেসৰগ্ৰাম্যঅৰ্থনীতিৰবাবেএকনতুনআৰম্ভণিৰসূচনাকৰে। তেওঁলগতেউল্লেখকৰেযেকৃষকৰআত্মগাঁথাৰপৰাইএকোখনসমাজৰআদিমূলৰসৃষ্টিহয়। বেদতোতেওঁলোককআমাৰঅন্নদাঁতাহিচাপেউল্লেখকৰাহৈছে। প্ৰধানমন্ত্ৰীয়েকয়যেক’ৰোনাৰএইজটিলসময়তোআমাৰকৃষকসকলেস্থিতপ্ৰজ্ঞহৈথাকিশস্যসিঁচাৰপৰাআৰম্ভকৰিশস্যচপোৱালৈকেসকলোকামসুচাৰুৰূপেসম্পন্নকৰিগৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic

Media Coverage

Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ডিচেম্বৰ 2025
December 19, 2025

Citizens Celebrate PM Modi’s Magic at Work: Boosting Trade, Tech, and Infrastructure Across India