Share
 
Comments

কেনটাকিৰ গৱৰ্ণৰ শ্ৰীযুত মেট বেভিনে আজি গান্ধীনগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত ব্যৱসায় আৰু বিনিয়োগকে ধৰি কেতবোৰ দিশত সম্পৰ্কৰ উন্নতি হোৱাৰ লগতে দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতাও শক্তিশালী হৈছে৷ তেওঁ ভাৰতৰ নিৰ্মাণ খণ্ডত বৃহত্তৰ আমেৰিকাৰ বিনিয়োগক আদৰণি জনায়আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ কোম্পানীসমূহক মেক-ইন-ইণ্ডিয়াৰ সূযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

গৱৰ্ণৰগৰাকীয়ে প্ৰধানমন্ত্ৰীক কেনটাকি আৰু ভাৰতৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি হোৱাৰ সন্দৰ্ভত চমূকৈ অৱগত কৰে৷ তেওঁ কেনটকাৰি প্ৰদেশকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় বৃত্তিধাৰী লোকসকলৰ অৱদানৰ আদৰণি জনায়৷

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Bhupender Yadav writes: What the Sengol represents

Media Coverage

Bhupender Yadav writes: What the Sengol represents
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives due to train accident in Odisha
June 02, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to train accident in Odisha.

In a tweet, the Prime Minister said;

"Distressed by the train accident in Odisha. In this hour of grief, my thoughts are with the bereaved families. May the injured recover soon. Spoke to Railway Minister @AshwiniVaishnaw and took stock of the situation. Rescue ops are underway at the site of the mishap and all possible assistance is being given to those affected."