Share
 
Comments
Minister of Foreign Affairs & International Cooperation of the UAE calls on PM

ইউএইৰ বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী শ্বেইখ আব্দুলা বিন জায়েদ অল নাহিয়ানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

আবু ঢাবিৰ ৰাজকুমাৰৰ হৈ তেওঁ প্ৰধানমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে আন্তৰিকতাৰে তেওঁৰ শুভেচ্ছাবাণী গ্ৰহণ কৰে৷

দুই নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নাগৰিকৰ পৰা নাগৰিকলৈ সম্পৰ্ক আদি দিশক লৈ দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰে৷ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শক্তি, আৱাসগৃহ, খাদ্য প্ৰস্তুতকৰণ আৰু আন্তঃগাথনিৰ দৰে ক্ষেত্ৰত ভাৰতত বিনিয়োগ কৰিবলৈ ইউএইত আগ্ৰহ বৃদ্ধি পাইছে৷ ৪৪ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিময়ত ৬০ এমএমটিপিএ ক্ষমতাসম্পন্ন নিৰ্মীয়মান গ্ৰীণফিল্ড মেগা ৰিফাইনেৰী আৰু পেট্ৰ’কেমিকেল কমপ্লেক্সত আবু ঢাবিৰ ৰাষ্ট্ৰীয় তৈল কোম্পানীৰ বিনিয়োগৰ বাবে বৈঠকত প্ৰধানমন্ত্ৰীয়ে মোদীয়ে ইউএই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু এই সন্দৰ্ভত আজি স্বাক্ষৰিত এক বুজাবুজিৰ চুক্তিক আদৰণি জনায়৷

মন্ত্ৰীগৰাকীয়ে ইউএইৰ অৰ্থনীতি আৰু সামগ্ৰিক বিকাশত প্ৰৱাসী ভাৰতীয়সকলৰ বৰঙণিক নিষ্ঠাৰে স্বীকাৰ কৰে৷

 

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
21 Exclusive Photos of PM Modi from 2021
Explore More
Kashi Vishwanath Dham is a symbol of the Sanatan culture of India: PM Modi

Popular Speeches

Kashi Vishwanath Dham is a symbol of the Sanatan culture of India: PM Modi
Kevin Pietersen Applauds PM Modi As Rhino Poaching In Assam Drops To Lowest Under BJP Rule

Media Coverage

Kevin Pietersen Applauds PM Modi As Rhino Poaching In Assam Drops To Lowest Under BJP Rule
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to inaugurate new Circuit House at Somnath on 21st January
January 20, 2022
Share
 
Comments

Prime Minister Shri Narendra Modi will inaugurate the new Circuit House at Somnath on 21st January, 2022 at 11 AM via video conferencing. The inauguration will be followed by the Prime Minister’s address on the occasion.

Somnath Temple is visited by lakhs of devotees from India and abroad every year. The need for the new Circuit House was felt as the existing government facility was located far off from the temple. The new Circuit House has been built at a cost of over Rs 30 crore and is located near the Somnath Temple. It is equipped with top class facilities including suites, VIP and deluxe rooms, conference room, auditorium hall etc. The landscaping has been done in such a manner that sea view is available from every room.