Minister of Foreign Affairs & International Cooperation of the UAE calls on PM

ইউএইৰ বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী শ্বেইখ আব্দুলা বিন জায়েদ অল নাহিয়ানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

আবু ঢাবিৰ ৰাজকুমাৰৰ হৈ তেওঁ প্ৰধানমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে আন্তৰিকতাৰে তেওঁৰ শুভেচ্ছাবাণী গ্ৰহণ কৰে৷

দুই নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নাগৰিকৰ পৰা নাগৰিকলৈ সম্পৰ্ক আদি দিশক লৈ দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰে৷ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শক্তি, আৱাসগৃহ, খাদ্য প্ৰস্তুতকৰণ আৰু আন্তঃগাথনিৰ দৰে ক্ষেত্ৰত ভাৰতত বিনিয়োগ কৰিবলৈ ইউএইত আগ্ৰহ বৃদ্ধি পাইছে৷ ৪৪ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিময়ত ৬০ এমএমটিপিএ ক্ষমতাসম্পন্ন নিৰ্মীয়মান গ্ৰীণফিল্ড মেগা ৰিফাইনেৰী আৰু পেট্ৰ’কেমিকেল কমপ্লেক্সত আবু ঢাবিৰ ৰাষ্ট্ৰীয় তৈল কোম্পানীৰ বিনিয়োগৰ বাবে বৈঠকত প্ৰধানমন্ত্ৰীয়ে মোদীয়ে ইউএই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু এই সন্দৰ্ভত আজি স্বাক্ষৰিত এক বুজাবুজিৰ চুক্তিক আদৰণি জনায়৷

মন্ত্ৰীগৰাকীয়ে ইউএইৰ অৰ্থনীতি আৰু সামগ্ৰিক বিকাশত প্ৰৱাসী ভাৰতীয়সকলৰ বৰঙণিক নিষ্ঠাৰে স্বীকাৰ কৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Wed in India’ Initiative Fuels The Rise Of NRI And Expat Destination Weddings In India

Media Coverage

'Wed in India’ Initiative Fuels The Rise Of NRI And Expat Destination Weddings In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ডিচেম্বৰ 2025
December 15, 2025

Visionary Leadership: PM Modi's Era of Railways, AI, and Cultural Renaissance