ভাৰতে ২০২৩ ক আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হিচাপে উদযাপন কৰিবলৈ আগবঢ়াৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন-আন নেতাসকলৰ সৈতে সংসদত দুপৰীয়া বাজৰাৰ ব্যঞ্জনৰ সোৱাদ লয়।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আমি ২০২৩ ক আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হিচাপে উদযাপনৰ অৰ্থে প্ৰস্তুতি চলোৱাৰ সময়তে সংসদত দুপৰীয়া বাজৰাৰ ব্যঞ্জনৰ সোৱাদ লওঁ। এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সকলো দলৰে অংশগ্ৰহণ প্ৰত্যক্ষ কৰি ভাল পাইছো।"
As we prepare to mark 2023 as the International Year of Millets, attended a sumptuous lunch in Parliament where millet dishes were served. Good to see participation from across party lines. pic.twitter.com/PjU1mQh0F3
— Narendra Modi (@narendramodi) December 20, 2022






