বুজাবুজি চুক্তি আৰু চুক্তিৰ বিনিময়

ক্ৰয় নং

বুজাবুজি চুক্তি/ চুক্তিৰ নাম

তাঞ্জানিয়াৰ প্ৰতিনিধি

ভাৰতৰ প্ৰতিনিধি

১.

ডিজিটেল পৰিৱৰ্তনৰ বাবে জনসংখ্যাৰ হিচাপত জিডিটেল সমাধান ৰূপায়ণৰ সফলতা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু তাঞ্জানিয়াৰ তথ্য, যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ৷

নেপ এম ননৌয়ে, তাঞ্জানিয়াৰ তথ্য, যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী

ড০ এছ. জয়শংকৰ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী 

২.

ভাৰতীয় নৌসেনা আৰু তাঞ্জানিয়াৰ তাঞ্জানিয়া জাহাজ সংস্থা নিগমৰ মাজত হোৱাইট শ্বিপিঙৰ তথ্য বিনিময়ৰ সন্দৰ্ভত কাৰিকৰী চুক্তি 

শ্ৰীযুত জানুৱাৰী ৱাই মাকাম্বা, তাঞ্জানিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু পূব আফ্ৰিকান সহযোগিতা মন্ত্ৰী 

ড০ এছ. জয়শংকৰ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

৩.

ভাৰত চৰকাৰ আৰু সংযুক্ত তাঞ্জানিয়া চৰকাৰৰ মাজত ২০২৩-২০২৭ বৰ্ষৰ বাবে সাংস্কৃতিক বিনিময় কাৰ্যসূচী

শ্ৰীযুত জানুৱাৰী ৱাই মাকাম্বা, তাঞ্জানিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু পূব আফ্ৰিকান সহযোগিতা মন্ত্ৰী 

ড০ এছ. জয়শংকৰ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

৪..

ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে তাঞ্জানিয়াৰ ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদ আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মাজত বুজাবুজিৰ চুক্তি 

শ্ৰীযুত জানুৱাৰী ৱাই মাকাম্বা, তাঞ্জানিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু পূব আফ্ৰিকান সহযোগিতা মন্ত্ৰী 

ড০ এছ. জয়শংকৰ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

ভাৰতৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণ আৰু সংযুক্ত তাঞ্জানিয়াৰ তাঞ্জানিয়া বিনিয়োগ কেন্দ্ৰৰ মাজত তাঞ্জানিয়াত ঔদ্যোগিক উদ্যান স্থাপনৰ সন্দৰ্ভত বুজাবুজি চুক্তি

অধ্যাপক কিটিলা এ.  মকুম্ব,

তাঞ্জানিয়াৰ ৰাজ্যিক, পৰিকল্পনা আৰু বিনিয়োগ মন্ত্ৰী 

ড০ এছ. জয়শংকৰ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী 

৬.

সামুদ্ৰিক উদ্যোগত সহযোগিতাৰ বাবে কোচি শ্বিপয়াৰ্ড লিমিটেড আৰু মেৰাইন ছাৰ্ভিচেজ লিমিটেডৰ মাজত বুজাবুজি চুক্তি  

ৰাষ্ট্ৰদূত শ্ৰীমতী এনিছা কে. এবেগা, ভাৰতস্থিত তাঞ্জানিয়াৰ উচ্চায়ুক্ত

শ্ৰী বিনয়া শ্ৰীকান্ত প্ৰধান, তাঞ্জানিয়াস্থিত ভাৰতৰ উচ্চায়ুক্ত

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India has emerged as global benchmark in financial inclusion over past decade

Media Coverage

India has emerged as global benchmark in financial inclusion over past decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength