ক্ৰমিক নং

দস্তাবেজ

ভাৰতীয় পক্ষ

ভিয়েটনামৰ পক্ষ

১।

শান্তি, সমৃদ্ধি আৰু জনতাৰ অৰ্থে ভাৰত-ভিয়েটনামৰ যুটীয়া লক্ষ্য।
ভাৰত-ভিয়েটনামৰ বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ ভৱিষ্যৎ অগ্ৰগতি, বদ্ধমূল ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক, উমৈহতীয়া মূল্য আৰু স্বাৰ্থৰ ভেটি নিৰ্মাণ আৰু দুই ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিক কৌশলী বিশ্বাস আৰু বুজা-বুজিক আগবঢ়াই নিবলৈ।

 

প্ৰধানমন্ত্ৰীসকলৰদ্বাৰা গৃহীত

২।

বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ পৰৱৰ্তী ৰূপায়ণৰ অৰ্থে ২০২১-২০২৩ সময়ছোৱাৰ বাবে কৰ্ম পন্থা।
২০২১-২০২৩ সময়ছোৱাত উভয় পক্ষৰদ্বাৰা প্ৰস্তাৱিত নিকপকপীয়া কৰ্মৰ জৰিয়তে “শান্তি, সমৃদ্ধি আৰু জনতাৰ অৰ্থে যুটীয়া লক্ষ্য”ৰ ৰূপায়ণ।

ডঃ এছ. জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

শ্ৰী ফাম বিন মিন
উপ প্ৰধানমন্ত্ৰী ও বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

৩।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উৎপাদন বিভাগ আৰু ভিয়েটনামৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উদ্যোগৰ সাধাৰণ বিভাগৰ মাজত প্ৰতিৰক্ষা উদ্যোগৰ সহযোগিতা সন্দৰ্ভত ৰূপায়ণৰ ব্যৱস্থা।
দুয়োখন দেশৰ প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত সহযোগিতাক প্ৰোৎসাহিত কৰি তুলিবলৈ কাৰ্যপন্থা আগবঢ়াবলৈ।

শ্ৰী সুৰেন্দ্ৰ প্ৰসাদ যাদৱ
যুটীয়া সচিব (নৌসেনা প্ৰণালী)

মেজৰ জেনেৰেল লুং থান চৌং
উপাধ্যক্ষ

৪।

ভাৰতৰ দূতাবাস, হানৈ আৰু ভিয়েটনামৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ টেলিকমিউনিকেশ্যন বিশ্ববিদ্যালয়ৰ মাজত ৰাষ্ট্ৰীয় টেলিকমিউনিকেশ্যন বিশ্ববিদ্যালয়, না ট্ৰাংগ, ভিয়েটনামৰ আৰ্মি ছফ্টৱেৰ পাৰ্কৰ অৰ্থে $৫ নিযুত ইণ্ডিয়ান গ্ৰান্ট এচিটেন্সৰ বাবে চুক্তি।
ছফ্টৱেৰ এপ্লিকেশ্যনসমূহৰ ক্ষেত্ৰখনত প্ৰশিক্ষণ আৰু সেৱাৰ অৰ্থে সুবিধাসহ টেলিকমিউনিকেশ্যন বিশ্ববিদ্যালয়, না ট্ৰাংগৰ আৰ্মি ছফ্টৱেৰ পাৰ্কত আইটি আন্তঃগাঁথনি স্থাপন সহজতৰ কৰি তুলিবলৈ।

শ্ৰী প্ৰণয় বাৰ্মা
ভিয়েটনামৰ ভাৰতৰ এম্বেচাদৰ

কৰ্ণেল লি জুৱান হাং,
ৰেক্টৰ

৫।

চেন্টাৰ ফৰ ইউনাইটেড নেশ্যনছ পিছকিপিং অপাৰেশ্যন, ভাৰত আৰু ভিয়েটনাম ডিপাৰ্টমেন্ট অৱ পিছকিপিং অপাৰেশ্যন ফৰ ক’অপাৰেশ্যন ইন ইউনাইটেড নেশ্যনছ পিছকিপিঙৰ মাজত ৰূপায়ণৰ চুক্তি।
ইউএন পিছকিপিঙৰ ক্ষেত্ৰখনত সহযোগিতাৰ উন্নয়নৰ অৰ্থে বিশেষীকৃত ক্ৰিয়া-কলাপসমূহ চিনাক্ত কৰিবলৈ।

মেজৰ জেনেৰেল অনিল কুমাৰ কাছিদ
অতিৰিক্ত সঞ্চালক প্ৰধান (আইচি)

মেজৰ জেনেৰেল হং কিম ফুং
সঞ্চালক

৬।

ভাৰতৰ এট’মিক এনাৰ্জি ৰেগুলেটৰী ব’ৰ্ড (AERB) আৰু ভিয়েটনাম এজেন্সী ফৰ ৰেডিয়েশ্যন এণ্ড নিউক্লিয়াৰ ছেফটি (VARANS)ৰ মাজত বুজাবুজিৰ চুক্তি।
ৰেডিয়েশ্যন সুৰক্ষা আৰু পাৰমাণৱিক সুৰক্ষাৰ ক্ষেত্ৰসমূহত দুয়োখন দেশৰ নিয়ামক সংস্থাৰ মাজত পাৰস্পৰিক সহযোগিতাক প্ৰোৎসাহিত কৰি তুলিবলৈ।

শ্ৰী জি. নাগেশ্বৰ ৰাও
অধ্যক্ষ

প্ৰফেচৰ গুয়েন টুৱান খাই
সঞ্চালক প্ৰধান

৭।

চিএছআইআৰ-ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেট্ৰ’লিয়াম আৰু ভিয়েটনাম পেট্ৰ’লিয়াম ইনষ্টিটিউটৰ মাজত বুজাবুজিৰ চুক্তি।
পেট্ৰ’লিয়াম গৱেষণা আৰু প্ৰশিক্ষণত সহযোগিতাক প্ৰোৎসাহিত কৰি তুলিবলৈ।

ডঃ অঞ্জন ৰায়
সঞ্চালক

শ্ৰী গুয়েন আন ডাও
সঞ্চালক

৮।

ভাৰতৰ টাটা মেম’ৰিয়েল চেন্টাৰ আৰু ভিয়েটনাম নেশ্যনেল কেন্সাৰ হাস্পতালৰ মাজত বুজাবুজিৰ চুক্তি।
কৰ্কট ৰোগীসকলৰ অৰ্থে প্ৰশিক্ষণ আৰু বৈজ্ঞানিক গৱেষণা, হেল্থ কেয়াৰ সেৱা, ডায়েগনছিচ আৰু চিকিৎসাত সহযোগিতা ক্ষেত্ৰসমূহত আদান-প্ৰদানক প্ৰোৎসাহিত কৰি তুলিবলৈ।

ডঃ ৰাজেন্দ্ৰ এ বাডৱে
সঞ্চালক

শ্ৰী লি ভান কোৱাং
সঞ্চালক

৯।

ভাৰতৰ নেশ্যনেল ছ’লাৰ ফেডাৰেশ্যন আৰু ভিয়েটনাম ক্লিন এনাৰ্জি এছ’চিয়েশ্যনৰ মাজত বুজাবুজিৰ চুক্তি।
ভাৰতীয় আৰু ভিয়েটনামৰ সৌৰ শক্তি উদ্য়োগসমূহৰ মাজত জ্ঞান, উত্তম পন্থা, তথ্যৰ আদান-প্ৰদানক প্ৰোৎসাহিত কৰি তুলিবলৈ আৰু ভাৰত আৰু ভিয়েটনামত সৌৰ শক্তিক প্ৰোৎসাহিত কৰি তুলিবলৈ নতুন বাণিজ্যিক সুযোগৰ সন্ধান কৰিবলৈ।

শ্ৰী প্ৰণৱ আৰ. মেহতা
অধ্যক্ষ

শ্ৰী ডাউ ডু ডৌং
অধ্যক্ষ

 

ঘোষণাঃ

১। ভাৰত চৰকাৰৰদ্বাৰা ভিয়েটনামলৈ আগবঢ়োৱা $ ১০০ নিযুত ডিফেন্স লাইন অৱ ক্ৰেডিটৰ অধীনত ভিয়েটনাম ব’ৰ্ডাৰ গাৰ্ড কামাণ্ডৰ অৰ্থে হাই স্পীড গাৰ্ড ব’ট (HSGB) নিৰ্মাণ প্ৰকল্পৰ ৰূপায়ণ; ভিয়েটনামক এখন সম্পূৰ্ণ এইচএছজিবি আগবঢ়োৱা; ভাৰতত নিৰ্মাণ কৰা দুখন এইচএছজিবি মুকলি; আৰু ভিয়েটনামত নিৰ্মাণৰ অৰ্থে সাত এইচএছজিবি ৰ কীল-লেয়িং।

২। ভিয়েটনামৰ নিন থুৱান উপকূলৰ স্থানীয় লোকসকলৰ সুবিধাৰ্থে $১.৫ নিযুতৰ ভাৰতীয় ‘গ্ৰান্ট-ইন-এইড’ সাহাৰ্য্যৰ সৈতে সাত উন্নয়ন প্ৰকল্প সম্পূৰ্ণ আৰু হস্তান্তৰ।

৩। সাম্প্ৰতিক পাঁচৰপৰা ২০২১-২০২২ বিত্তীয় বৰ্ষৰপৰা দহলৈ বাৰ্ষিক কুইক ইমপেক্ট প্ৰজেক্ট (QIP)সমূহৰ সংখ্যা বৃদ্ধি কৰা।

৪। ভিয়েটনাম (মাই চনস্থিত মন্দিৰৰ এফ-ব্লক; কোৱাং নাম উপকূলৰ ডং ডুং বৌদ্ধ বিহাৰ; আৰু ফু য়েন উপকূলৰ হান চাম টাৱাৰ)ৰ ঐতিহ্য সংৰক্ষণত তিনি নতুন উন্নয়ন অংশীদাৰিত্ব প্ৰকল্প।

৫। ভাৰত-ভিয়েটনাম সভ্যতা আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত বিশ্বকোষ প্ৰস্তুতৰ অৰ্থে দ্বিপাক্ষিক প্ৰকল্প মুকলি।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”