ক্ৰ

নং

বুজাবুজিৰ চুক্তি

১.

বৌদ্ধ দৰ্শন অধ্যয়ণৰ সুবিধাৰ্থে ‘ড০ আম্বেডকাৰ আসন’ স্থাপন কৰাৰ উদ্দেশ্যে ‘ইণ্ডিয়ান কাউন্সিল ফৰ কালশ্যাৰেল ৰিলেশ্যন’(আইচিচিআৰ) আৰু ‘লুম্বিনী বুদ্ধিষ্ট ইউনিভাৰ্ছিটী’ৰ মাজত বুজাবুজিৰ চুক্তি

২.

ভাৰতীয় দৰ্শন অধ্যয়ণৰ সুবিধাৰ্থে ‘আইচিচিআৰ আসন’ স্থাপন কৰাৰ উদ্দেশ্যে ইণ্ডিয়ান কাউন্সিল ফৰ কালশ্যাৰেল ৰিলেশ্যন(আইচিচিআৰ) আৰু ‘চিএনএএছ’, ‘ত্ৰিভূৱন ইউনিভাৰ্ছিটী’ৰ মাজত বুজাবুজিৰ চুক্তি

৩.

ভাৰতীয় দৰ্শন অধ্যয়ণৰ সুবিধাৰ্থে ‘আইচিচিআৰ আসন’ স্থাপন কৰাৰ উদ্দেশ্যে ‘ইণ্ডিয়ান কাউন্সিল ফৰ কালশ্যাৰেল ৰিলেশ্যন’(আইচিচিআৰ) আৰু ‘কাঠমাণ্ডু ইউনিভাৰ্ছিটী’(কেইউ)ৰ মাজত বুজাবুজিৰ চুক্তি

৪.

নেপালৰ ‘কাঠমাণ্ডু ইউনিভাৰ্ছিটী’(কেইউ) আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান-মাদ্ৰাছ(আইআইটিএম)ৰ মাজত সহযোগিতা স্থাপন সম্পৰ্কীয় বুজাবুজিৰ চুক্তি

৫.

নেপালৰ ‘কাঠমাণ্ডু ইউনিভাৰ্ছিটী’(কেইউ) আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান-মাদ্ৰাছ(আইআইটিএম)ৰ মাজত (স্নাতকোত্তৰ পৰ্যায়ত যুটীয়া উপাধি প্ৰদান কাৰ্যক্ৰম পৰিচালনা কৰা)সহযোগিতা স্থাপন সম্পৰ্কীয় চুক্তিপত্ৰ(এলঅ’এ)

 

৬.

‘অৰুণ-৪ প্ৰক্ল্প’ৰ উন্নয়ণ আৰু ৰূপায়ণৰ উদ্দেশ্যে ‘এছজেভিএন লিমিটেড’ আৰু ‘নেপাল বিদ্যুত্ প্ৰধিকৰণ’(এনইএ)ৰ মাজত চুক্তি

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vande Bharat AC chair car fares much lower than those in China, Japan, France: Railway Minister Ashwini Vaishnaw

Media Coverage

Vande Bharat AC chair car fares much lower than those in China, Japan, France: Railway Minister Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ফেব্ৰুৱাৰী 2026
February 12, 2026

Sustainable, Strong, and Global: India's 2026 Surge Under PM Modi's Transformative Leadership