ক্ৰমিক নং

ঘোষণা/চুক্তি/বুজাবুজিৰ চুক্তিপত্ৰসমূহ

ভাৰত আৰু কিৰগিজ গণৰাজ্যৰ কৌশলগত সহযোগিতাৰ যৌথ ঘোষণাপত্ৰ

পাঁচ বছৰ (২০১৯–২০২৪)ৰ বাবে ভাৰত আৰু কিৰগিজ গণৰাজ্যৰ মাজত হোৱা বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ৰোডমেপ

ভাৰত আৰু কিৰগিজ গণৰাজ্যৰ মাজত দ্বিপাক্ষিক বিনিময় সন্ধি (বিআইটি)

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ সচিবালয় আৰু কিৰগিজ গণৰাজ্যৰ নিৰাপত্তা পৰিষদৰ কাৰ্যালয়ৰ মাজত হোনা সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

ভাৰত–কিৰগিজস্তান দ্বৈত কৰ পৰিহাৰ চুক্তি (ডিটিএএ)ৰ ধাৰা ২৬ৰ সংশোধনীৰ প্ৰ’টকল

স্বাস্থ্যখণ্ডত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

ডিআৰডিঅ’ আৰু কিৰগিজ ইণ্ডিয়া মাউণ্টেইন বায়’মেডিকেল ৰিচাৰ্ছ চেণ্টাৰৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী আৰু কিৰগিজ গণৰাজ্যৰ সশস্ত্ৰ বাহিনীৰ নিৰাপত্তা বাহিনীৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনী একাডেমী আৰু কিৰগিজ গণৰাজ্যৰ কিৰগিজ মিলিটেৰী প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

১০

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ হাই অল্টিটিউড ৱাৰফেয়াৰ স্কুল (গুলমাৰ্গ) আৰু কিৰগিজ গণৰাজ্যৰ সশস্ত্ৰ বাহিনীৰ যৌথ মাউণ্টেইন প্ৰশিক্ষণ কেন্দ্ৰৰ মাজত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

১১

ভাৰতৰ এক্সপ’ৰ্ট–ইম্প’ৰ্ট বেংক আৰু কিৰগিজ গণৰাজ্যৰ বিনিয়োগৰ প্ৰসাৰণ আৰু সুৰক্ষা প্ৰতিষ্ঠানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

১২

তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু কিৰগিজ গণৰাজ্যৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

১৩

আইনী পৰিমাপৰ ক্ষেত্ৰত ভাৰতৰ গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয় আৰু কিৰগিজ গণৰাজ্যৰ অৰ্থনীতি মন্ত্ৰালয়ৰ মাজত হোৱা সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

১৪

ভাৰতৰ ৰিচাৰ্ছ এণ্ড ইনফ’ৰ্মেছন ছিষ্টেম ফ’ৰ ডেভেলপিং কাণ্ট্ৰিজ (আৰআইএছ) আৰু কিৰগিজ গণৰাজ্যৰ নেচনেল ইন্সটিটিউট অব্ ষ্ট্ৰেটেজিক ষ্টাডিজৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

১৫

হিমাচল প্ৰদেশৰ ৱাই.এছ. পাৰ্মাৰ ইউনিভাৰ্চিটী অব্ হৰ্টিকালচাৰ এণ্ড ফৰেষ্ট্ৰি আৰু কিৰগিজ গণৰাজ্যৰ নেচনেল আগ্ৰাৰিয়ান ইউনিভাৰ্চিটী (কেএনএইউ)ৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi