বুণ্ডেলখণ্ডৰ এক্সপ্ৰেছৱেই উত্তৰপ্ৰদেশৰ লোকসকলৰ বাবে চাকৰিৰ সূযোগ সৃষ্টি কৰাৰ লগতে দিল্লীকে ধৰি বৃহ চহৰসমূহৰ সৈতে যোগসুত্ৰ স্থাপন কৰিব পাৰিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰপ্ৰদেশৰ চিত্ৰকুটত ২৯৬ কিলোমিটাৰ দৈঘ্যৰ বুণ্ডেলখণ্ডৰ এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থপন কৰে৷ 

এই এক্সপ্ৰেছৱেই বুণ্ডেলখণ্ড অঞ্চলক আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে আৰু যমুনা এক্সপ্ৰেছৱেৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ সৈতে সংযোগ স্থাপন কৰাৰ লগতে বুণ্ডেলখণ্ড অঞ্চলৰ উন্নয়নত মুখ্য ভুমিকা পালন কৰিব৷ বুণ্ডেলখণ্ডত উত্তৰপ্ৰদেশৰ প্ৰতিৰক্ষা কৰিড’ৰৰ লগতে এক্সপ্ৰেছৱেই ভৱিষ্যতে বিনিয়োগ বৃদ্ধিৰে ‘মেক ইন ইণ্ডিয়া’ক এক প্ৰধান কেন্দ্ৰবিন্দুত পৰিণত কৰাৰ লগতে বিশ্বজুৰি প্ৰতিৰক্ষা হাৰ্ডৱেৰ ৰপ্তানি কৰি অঞ্চলটোৰ আৰ্থ-সামাজিক দৃশ্যপটৰ পৰিৱৰ্তন সাধন কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026