Quoteবিভিন্ন ক্ষেত্ৰত আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ আলোচনা
Quoteপ্ৰধানমন্ত্ৰীয়ে বিমষ্টেকৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা সুনিশ্চিত কৰে
Quoteপ্ৰধানমন্ত্ৰীয়ে আগন্তুক বিমষ্টেক সন্মিলনৰ বাবে থাইলেণ্ডৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে

বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক যৌথভাৱে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী গোটৰ সৈতে সংযোগ, শক্তি, বাণিজ্য, স্বাস্থ্য, কৃষি, বিজ্ঞান, নিৰাপত্তা আৰু জনসাধাৰণৰ পৰস্পৰৰ সৈতে থকা আদান-প্ৰদানকে ধৰি বিভিন্ন ক্ষেত্ৰত আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ আলোচনা কৰে। তেওঁ অৰ্থনৈতিক আৰু সামাজিক বিকাশ ত্বৰান্বিত কৰাৰ হোতা হিচাপে বিমষ্টেকৰ ভূমিকা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।

তেওঁ এক শান্তিপূৰ্ণ, সমৃদ্ধ, স্থায়ী আৰু সুৰক্ষিত বিমষ্টেক অঞ্চলৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাদোহৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিতথাপ্ৰাচ্য দৰ্শন নীতিৰউপৰি নিৰাপত্তাৰ বাবেথকা সাগৰ দৃষ্টিভংগীৰ তাৎপৰ্য সন্দৰ্ভত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক বিমষ্টেক সন্মিলনৰ বাবে থাইলেণ্ডৰ প্ৰতি ভাৰতৰ সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে।

 

  • Dheeraj Thakur September 22, 2024

    जय श्री राम ,
  • Dheeraj Thakur September 22, 2024

    जय श्री राम,
  • Himanshu Adhikari September 18, 2024

    ❣️❣️
  • दिग्विजय सिंह राना September 18, 2024

    हर हर महादेव
  • Vivek Kumar Gupta September 01, 2024

    नमो ....🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta September 01, 2024

    नमो ........….......🙏🙏🙏🙏🙏
  • Raja Gupta Preetam August 26, 2024

    जय श्री राम
  • Sandeep Pathak August 22, 2024

    jai shree Ram
  • AmpiliJayaprakash August 03, 2024

    🙏
  • Pradhuman Singh Tomar July 30, 2024

    bjp
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
11 years of Modi government: The transformation and the road ahead

Media Coverage

11 years of Modi government: The transformation and the road ahead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 জুন 2025
June 09, 2025

Citizens Appreciate 11 Years of Transformation: PM Modi's Vision for Viksit Bharat

Farm to Future: $1.4 Trillion Agricultural Vision under the Leadership of PM Modi