প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনায় যে চলিত মাহৰ ১২ তাৰিখলৈকে প্ৰধানমন্ত্ৰী স্মৃতিচিহ্ন ২০২২ৰ নিবিদা সময় বৃদ্ধি কৰা হৈছে৷

সাংস্কৃতিক মন্ত্ৰালয়ৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“বিগত বছৰসমূহত মই লাভ কৰা বিশেষ উপহাৰসমূহৰ ভিতৰত এইটো অন্যতম৷ জনতাৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই স্মৃতিচিহ্নসমূহৰ নিবিদাৰ সময় ১২ তাৰিখলৈ বৃদ্ধি কৰা হৈছে৷ সকলোৱে অংশগ্ৰহণ কৰক৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, India sees highest Q1 smartphone exports by value

Media Coverage

Led by iPhones, India sees highest Q1 smartphone exports by value
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond