৫ বছৰৰ ভিতৰত ৫০,০০০ দক্ষ কৰ্মী আৰু সম্ভাৱ্য প্ৰতিভাকে ধৰি ভাৰতৰ পৰা জাপানলৈ ৫০০,০০০ কৰ্মীৰ পাৰস্পৰিক বিনিময় লক্ষ্য লোৱা হৈছে।

ভাৰত-জাপান বাৰ্ষিক সন্মিলন ২০২৫ৰ সময়ত ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ আৰু বিনিময়ৰ জৰিয়তে তেওঁলোকৰ নাগৰিকসকলৰ মাজত গভীৰ বুজাবুজি গঢ়ি তোলাৰ লগতে তেওঁলোকৰ মানৱ সম্পদৰ বাবে সহযোগিতামূলক পথ বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত সহমত প্ৰকাশ কৰে আৰু নিজ নিজ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ অনুসৰি কাম কৰে।

সেই অনুসৰি ভাৰত আৰু জাপানৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডই পৰৱৰ্তী প্ৰজন্মত দুয়োখন দেশৰ মাজত সেতু হিচাপে কাম কৰিবলৈ কৰ্মী বিনিময় সম্প্ৰসাৰণৰ বাবে চেষ্টা চলাব। অহা পাঁচ বছৰত দুয়ো পক্ষৰ মাজত ৫,০০,০০০ৰো অধিক কৰ্মীৰ বিনিময়ৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে দুয়োখন দেশে। ইয়াৰ ভিতৰত ভাৰত আৰু জাপানৰ জনসাধাৰণৰ মাজত বিনিময়ৰ নতুন ঢৌ সৃষ্টি কৰিবলৈ ভাৰতৰ পৰা জাপানলৈকে ৫০ হাজাৰ দক্ষ কৰ্মী আৰু সম্ভাৱ্য প্ৰতিভা অন্তৰ্ভুক্ত কৰা হৈছে। এনে প্ৰচেষ্টাসমূহে তলত উল্লেখ কৰা উদ্দেশ্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

i. আনুষংগিক ধাৰণাৰ ব্যৱধান দূৰ কৰি ভাৰতৰ পৰা জাপানলৈ দক্ষ কৰ্মী আৰু সম্ভাৱ্য প্ৰতিভাক আকৰ্ষণ কৰা।

ii. দুয়োখন দেশতে যৌথ গৱেষণা, বাণিজ্যিকীকৰণ আৰু মূল্য সৃষ্টিৰ বাবে জনশক্তিৰ সুযোগৰ লাভ আহৰণ কৰা।

iii. ভাৰতত জাপানী ভাষা শিক্ষাক প্ৰসাৰ কৰা, লগতে ভৱিষ্যতৰ বাবে বিনিয়োগ হিচাপে দ্বিমুখী সাংস্কৃতিক, শৈক্ষিক আৰু তৃণমূল পৰ্যায়ৰ আদান-প্ৰদানক প্ৰসাৰ কৰা।

iv. দক্ষতা বিকাশৰ প্ৰসাৰ আৰু ইয়াৰ উৎপাদন খণ্ড শক্তিশালী কৰাৰ লক্ষ্যৰে আই টি কৰ্মীকে ধৰি জনশক্তিৰ নাটনিৰ সন্মুখীন হোৱা জাপান আৰু ভাৰত উভয়ৰে বাবে অৰ্থনৈতিকভাৱে উপকাৰী সুযোগসমূহ ব্যৱহাৰ কৰা।

v.জাপানী কোম্পানী আৰু ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত যোগাযোগ বিন্দু শক্তিশালী কৰা।

ইয়াৰ দিশত ভাৰত আৰু জাপানে যৌথভাৱে তলত দিয়া কাৰ্য্য পৰিকল্পনা আৰম্ভ কৰিছে, যিয়ে চৰকাৰ, উদ্যোগ আৰু শিক্ষা বিভাগৰ বিভিন্ন সত্তাৰ প্ৰচেষ্টাৰ সহায় লৈ ভাৰতৰ পৰা জাপানলৈ দক্ষ কৰ্মী আৰু সম্ভাৱ্য প্ৰতিভাৰ সংখ্যা আগন্তুক পাঁচ বছৰত ৫০,০০০লৈ বৃদ্ধি কৰিব।

 

(১) উচ্চ দক্ষতাসম্পন্ন কৰ্মী:

অহা ৫ বছৰত জাপানলৈ ভাৰতীয় অভিযান্ত্ৰিক পেছাদাৰী আৰু শৈক্ষিক কৰ্মীৰ প্ৰবাহ বৃদ্ধি কৰা:

ক) অৰ্ধপৰিবাহী আৰু এআইকে ধৰি লক্ষ্য নিৰ্ধাৰণ কৰা ক্ষেত্ৰত জাপানী কোম্পানীসমূহত নিয়োগৰ সুযোগ সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰতীয় উচ্চ শিক্ষানুষ্ঠানসমূহলৈ জাপানী কোম্পানীসমূহৰ বিশেষ অভিযান।

খ) জাপানত ভাৰতীয় পেছাদাৰীসকলৰ নিয়োগৰ জৰীপ চলোৱা, উত্তম পদ্ধতি/সফলতাৰ কাহিনী চিনাক্ত কৰা, সজাগতা বৃদ্ধি আৰু নিয়োগৰ সুযোগ সহজ কৰা, যাৰ ফলত জাপানত ভাৰতীয় প্ৰতিভাৰ চাকৰি বৃদ্ধি আৰু ধৰি ৰখা।

গ) জাপান এক্সচেঞ্জ এণ্ড টিচিং (JET) কাৰ্যসূচীৰ অধীনত জাপানত ভাৰতৰ ইংৰাজী ভাষাৰ এডজাণ্ট শিক্ষকসকলক নিয়োগ প্ৰসাৰ কৰা।

(২) ছাত্ৰ আৰু গৱেষক:

অহা ৫ বছৰত জাপানলৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু গৱেষকৰ প্ৰবাহ বৃদ্ধি কৰা, যিটো নিম্নোক্ত মাধ্যমেৰে সহজ কৰি তোলা হ’ব:

ক) মেক্ট জাপান আৰু ভাৰতীয় শিক্ষা মন্ত্ৰালয়ৰ মাজত শিক্ষাৰ ওপৰত দ্বিপাক্ষিক উচ্চ পৰ্যায়ৰ নীতি আলোচনা, ভাৰত আৰু জাপানৰ মাজত ছাত্ৰ বিনিময়ক প্ৰসাৰিত কৰাৰ ব্যৱস্থা আৰু জাপানত ভাৰতীয় প্ৰতিভাৰ বাবে শিক্ষাৰ পিছৰ ইণ্টাৰশ্বিপ আৰু নিয়োগ সুশৃংখলিত কৰাৰ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা।

খ) ভাৰতৰ অংশীদাৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে গুণগত মানৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ বিনিময় কাৰ্যসূচী বিকশিত/পৰিচালনা কৰাত জাপানী বিশ্ববিদ্যালয়সমূহক সহায় কৰা মেক্সটৰ দ্বাৰা আন্তঃবিশ্ববিদ্যালয় বিনিময় প্ৰকল্পৰ প্ৰচাৰ।

গ) জাপান বিজ্ঞান আৰু প্ৰযুক্তি সংস্থা (জে এছ টি)ৰ ছাকুৰা বিজ্ঞান বিনিময় কাৰ্যসূচীৰ অধীনত ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ বাৰ্ষিক জাপান ভ্ৰমণ, য’ত মহিলা গৱেষকসকলক অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হ’ব।

ঘ) জাপানত অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে জাপান চৰকাৰৰ (MEXT) বৃত্তিৰ জৰিয়তে অবিৰত সহায় আগবঢ়োৱা।

    

ঙ) দুয়োখন দেশৰ মাজত দীৰ্ঘম্যাদী প্ৰতিভাৰ বিনিময়ৰ অনুঘটক হিচাপে জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ আৰম্ভ কৰা মিৰাই-ছেটু কাৰ্যসূচী, যিয়ে ভাৰতীয় বিশ্ববিদ্যালয় আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক জাপানী কোম্পানীত ভ্ৰমণ আৰু এমাহৰ ইণ্টাৰশ্বিপ প্ৰশিক্ষণৰ বাবে আমন্ত্ৰণ জনায়।

 

চ) ভাৰতীয় আৰু জাপানৰ মন্ত্ৰালয় বা সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃৰাষ্ট্ৰীয় যুৱ বিজ্ঞান বিনিময় কাৰ্যসূচী, যিয়ে দুয়োখন দেশৰ মাজত দীৰ্ঘম্যাদী বৈজ্ঞানিক প্ৰতিভা স্থানান্তৰৰ অনুঘটক হিচাপে জাপানী প্ৰতিষ্ঠানসমূহত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত হ্ৰস্বম্যাদী বিনিময়ৰ বাবে হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ আমন্ত্ৰণ জনায়।

ছ) স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীকে ধৰি যুৱ গৱেষকসকলৰ বাবে শেহতীয়াকৈ জাপানৰ মেক্সটে আৰম্ভ কৰা LOTUS প্ৰগ্ৰেম (India-Japan Movement Programme of Talented Youth in Science)। ইয়াৰ লক্ষ্য ভাৰত আৰু জাপান বিশ্ববিদ্যালয়ৰ মাজত অত্যাধুনিক ক্ষেত্ৰত যৌথ গৱেষণাক প্ৰসাৰিত কৰা। তদুপৰি,, METI এ আগ্ৰহী জাপানী কোম্পানীসমূহৰ সৈতে ইণ্টাৰশ্বিপৰ জৰিয়তে মিলনত সহায় কৰি এই কাৰ্যসূচীক সমৰ্থন কৰিব, যাৰ ফলত উদ্যোগ-শৈক্ষিক সহযোগিতা আৰু অধিক বৃদ্ধি পাব।

(৩) নিৰ্দিষ্ট দক্ষ কৰ্মী (SSW) ব্যৱস্থা/কাৰিকৰী ইণ্টাৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচী (TITP):

 

৫ বছৰৰ ভিতৰত জাপানৰ এছ এছ ডব্লিউ ব্যৱস্থাৰ অধীনত ভাৰতীয় কৰ্মীৰ প্ৰবাহ বৃদ্ধি কৰা, যাৰ সহায়ত:

 

ক) ভাৰতত এছ এছ ডব্লিউ পৰীক্ষাৰ বাবে ১৬টা শাখাৰ সকলোবোৰ সামৰি ল’বলৈ চেষ্টা কৰা।

 

খ) ভাৰতৰ উত্তৰ, পূব, দক্ষিণ, পশ্চিম আৰু উত্তৰ-পূব অঞ্চল সামৰি দক্ষতা পৰীক্ষা আৰু জাপানী ভাষা পৰীক্ষাৰ বাবে নতুন পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বাবে চেষ্টা কৰা।

 

গ) ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (এম ই এ) বহিঃৰাজ্য দক্ষতা বিকাশ আঁচনি কাৰ্যসূচীৰ জৰিয়তে যোগ্য ভাৰতীয় এছ এছ ডব্লিউ কৰ্মীসকলৰ বাবে প্ৰস্থানৰ পূৰ্বে বৃত্তিমূলক ভাষা প্ৰশিক্ষণ প্ৰদান কৰা।

 

ঘ) ভাৰতৰ ই-মাইগ্ৰেট পৰ্টেলত জাপানক গন্তব্য দেশ হিচাপে অন্তৰ্ভুক্ত কৰা আৰু জাপানী নিয়োগকৰ্তাসকলে প্ৰমাণিত ভাৰতীয় কৰ্মীক নিৰাপদ, আইনী আৰু পদ্ধতিগত নিযুক্তিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা মঞ্চত এক নিৰ্দিষ্ট ভাৰত-জাপান কৰিডৰ সৃষ্টি কৰা।

 

ঙ) ভাৰতীয় সম্ভাৱ্য প্ৰতিভাক জাপানলৈ আকৰ্ষণ কৰা, টি আই টি পি আৰু দক্ষতা বিকাশৰ বাবে নিয়োগ (ই এছ ডি) কাৰ্যসূচীৰ জৰিয়তে, এবাৰ আৰম্ভ হোৱা।

 

(৪) দক্ষতা বিকাশঃ

 

ভাৰতত দক্ষতাৰ স্তৰ উন্নীত কৰিবলৈ আৰু বৃহৎ পৰিসৰত জাপানৰ বাবে সাজু কৰ্মশক্তি সৃষ্টি কৰিবলৈ জাপানৰ পৰিচালনা, ঔদ্যোগিক আৰু উৎপাদন ক্ষমতাক লাভৱান কৰা, য’ত অন্তৰ্ভুক্ত আছে:

 

ক) ভাৰতত জাপানী কোম্পানীসমূহে পৰিচালনা কৰা পাঠ্যক্ৰম আৰু বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ খৰচৰ বাবে আৰু জাপানত ভাৰতীয় কৰ্মীসকলৰ প্ৰশিক্ষণৰ বাবে, ইণ্ডো-নিপ্পন প্ৰগ্ৰেম ফৰ এপ্লাইড কম্পিটেন্সি ট্ৰেইনিং (INPACT)ৰ দৰে পদক্ষেপৰ অধীনত ৰাজসাহায্যৰ ব্যৱস্থা কৰা।

 

খ) নতুনকৈ আৰম্ভ কৰা কাৰ্যসূচী “ভাৰত-জাপান প্ৰতিভা সেতুঁ” আৰু অন্যান্য আঁচনিৰ জৰিয়তে ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু মধ্য কেৰিয়াৰৰ ভাৰতীয় দক্ষ পেছাদাৰীসকলৰ বাবে ইণ্টাৰশ্বিপ কাৰ্যসূচী আৰু চাকৰিৰ মিলন কাৰ্যসূচী প্ৰচাৰ কৰা।

 

গ) ভাৰতৰ ৰাজ্য চৰকাৰসমূহক ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (NSDC)ৰ সৈতে সমন্বয়ত তেওঁলোকৰ বাসিন্দাসকলক প্ৰাসংগিক প্ৰশিক্ষণ আৰু নিযুক্তিৰ ক্ষেত্ৰত সাহায্য প্ৰদান কৰা।

 

ঘ) সমগ্ৰ জাপানত ভাৰতীয় দূতাবাস আৰু ভাৰতৰ আয়ুষ মন্ত্ৰালয়ৰ আয়ুষ কোষৰ তত্বাৱধানত যোগ আৰু আয়ুৰ্বেদৰ উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰি পৰম্পৰাগত স্বাস্থ্য পদ্ধতিৰ প্ৰতি সজাগতা বৃদ্ধি কৰা আৰু বিশেষকৈ জেৰিয়াট্ৰিক যত্নৰ ক্ষেত্ৰত ইয়াৰ অনুশীলনক উৎসাহিত কৰা।

 

(৫) ভাষা সামৰ্থ্য বিকাশঃ

 

দক্ষতা ক্ষেত্ৰসমূহৰ সৈতে প্ৰাসংগিক জাপানী ভাষা শিক্ষাৰ প্ৰসাৰ:

 

ক) চৰকাৰী পদক্ষেপ আৰু ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰতৰ শিক্ষানুষ্ঠানসমূহত ব্যৱহাৰিক জাপানী ভাষা পাঠদানৰ সুবিধা উন্নত কৰা।

 

খ) জাপানী কোম্পানীয়ে প্ৰদান কৰা ভাষা প্ৰশিক্ষণৰ খৰচৰ বাবে ৰাজসাহায্য।

 

গ) জাপানী ভাষা শিক্ষকৰ বাবে প্ৰশিক্ষণৰ সুযোগ সম্প্ৰসাৰণ কৰাৰ লগতে জাপানী ভাষা শিক্ষাৰ বিশেষজ্ঞ প্ৰেৰণ কৰি দক্ষ পাঠ্যক্ৰম আৰু সামগ্ৰী প্ৰস্তুত কৰাত সহায় কৰা।

 

ঘ) ভাৰতত নিহংগ(NIHONGO) অংশীদাৰ কাৰ্যসূচী আৰম্ভ কৰা (দীৰ্ঘম্যাদী), যাৰ জৰিয়তে জাপানী নাগৰিকসকলক মাধ্যমিক বিদ্যালয়লৈ পঠিয়াই স্থানীয় জাপানী ভাষাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা হয়।

 

ঙ) উদ্যোগ আৰু দক্ষ শ্ৰমিকৰ চাহিদা পূৰণৰ বাবে ভাৰতত জাপান ফাউণ্ডেচনে চলোৱা ৩৬০ ঘণ্টীয়া শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ সম্প্ৰসাৰণ আৰু অভিমুখী কৰাৰ কথা চিন্তা কৰা।

 

চ) জাপানী ভাষা দক্ষতা পৰীক্ষা (JLPT) আৰু জাপান ফাউণ্ডেশ্যন টেষ্ট ফৰ বেচিক জাপানীজ (JFT-Basic)ৰ চাহিদা পূৰণৰ বাবে ভাৰতত জাপানী ভাষা পৰীক্ষা কেন্দ্ৰৰ সংখ্যা আৰু ক্ষমতা বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা।

 

(৬) সজাগতাসমৰ্থন আৰু সমন্বয় বৃদ্ধি কৰা:

 

অহা পাঁচ বছৰৰ পাছতো এই বিনিময়সমূহক স্বাৱলম্বী কৰি তোলাৰ ভিত্তি স্থাপনৰ বাবে সজাগতা বৃদ্ধিৰ বাবে দলসমূহে সক্ৰিয়ভাৱে কাম কৰিব।

 

ক) দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয় (এম এছ ডি ই), এন এছ ডি চি আৰু অন্যান্য অংশীদাৰসকলে বিশ্ববিদ্যালয়সমূহত চাকৰি মেলা, লক্ষ্যভিত্তিক বিজ্ঞাপন অভিযান আৰু ছ’চিয়েল মিডিয়া প্ৰচাৰৰ জৰিয়তে জাপানত নিয়োগৰ সুযোগ আৰু জাপানী ভাষা শিক্ষাৰ ওপৰত অনুষ্ঠানৰ আয়োজন কৰিব।

 

খ) জাপানৰ প্ৰিফেকচাৰত এন এছ ডি চিৰ দ্বাৰা নিয়োগকৰ্তা-কৰ্মচাৰীৰ মিলন আলোচনা চক্ৰৰ আয়োজন কৰা হ’ব।

 

গ) জাপান চৰকাৰৰ সহযোগত ভাৰতীয় মিছন আৰু পদসমূহত আগমনৰ সময়ত সহায়, অভিমুখী কৰ্মশালা আৰু অভিযোগ নিৰাময়।

 

ঘ) বিভিন্ন খণ্ডত দুয়োখন দেশৰ মাজত গতিশীলতা বৃদ্ধিৰ প্ৰাসংগিক তথ্য একত্ৰিত আৰু প্ৰচাৰৰ বাবে এটা ৱেবছাইট সৃষ্টি কৰা।

 

ঙ) ৰাজ্য-প্ৰদেশ অংশীদাৰিত্বৰ জৰিয়তে মানৱ সম্পদ আৰু প্ৰতিভাৰ বিনিময়, ভাৰতীয় ৰাজ্যসমূহৰ দক্ষতা পদক্ষেপসমূহক জাপানৰ নিজ নিজ প্ৰিফেকচাৰত ভিত্তি কৰি কোম্পানীসমূহৰ নিযুক্তি অভিযানৰ সৈতে মিলাই দিয়া।

 

চ) দুয়োখন দেশৰ মাজত কৰ্মী বিনিময়ক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত মতামত বিনিময়ৰ বাবে মানৱ সম্পদ বিনিময় আলোচনা চক্ৰৰ আয়োজন।

 

(৭) ৰূপায়ণ আৰু অনুসৰণৰ ব্যৱস্থা:

 

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপৰোক্ত কাৰ্য্য পৰিকল্পনা ৰূপায়ণৰ বাবে সামগ্ৰিকভাৱে দায়বদ্ধ হ’ব আৰু ইয়াৰ বাবে বাৰ্ষিক যুটীয়া সচিব/প্ৰধান সঞ্চালক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰিব। লগতে দুয়োখন দেশৰ মাজত মানৱ সম্পদ বিনিময় আৰু সহযোগিতাৰ প্ৰসাৰৰ বাবে প্ৰয়োজন অনুসৰি অতিৰিক্ত পদক্ষেপৰ বিষয়েও আলোচনা কৰিব। শিক্ষা, দক্ষতা, বিজ্ঞান আৰু প্ৰযুক্তি, ডিজিটেল অৰ্থনীতিৰ ক্ষেত্ৰতো বৰ্তমানৰ আলোচনাৰ ব্যৱস্থাসমূহ প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হ’ব।

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Vande Mataram: The first proclamation of cultural nationalism

Media Coverage

Vande Mataram: The first proclamation of cultural nationalism
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Congress kept misleading ex-servicemen with false promises of One Rank One Pension: PM Modi in Aurangabad, Bihar
November 07, 2025
Record turnout in first phase shows Bihar has decided to retain the NDA government: PM Modi in Aurangabad rally
'Phir ek baar, NDA sarkar... Bihar mein phir se Sushasan sarkar...': PM Modi in Aurangabad
‘I do what I say’: PM Modi cites Ram Temple, Abrogation of Article 370 and Operation Sindoor as proof of NDA’s commitment

भारत माता की... भारत माता की... भारत माता की...

सूर्य देव के इ पावन भूमि के हम नमन करीत ही! उम्गेश्वरी माता एवं देवकुंड के इ वैभवशाली भूमि पर अपने सब के अभिनन्दन करीत ही !

साथियों,

औरंगाबाद, तप-त्याग और बलिदान की भूमि है। इस मिट्टी ने अनुग्रह बाबू और जगतपति जगदेव जी के रूप में महान स्वतंत्रता सेनानी दिए। औरंगाबाद हो या गयाजी हो...ये पक्के इरादे वाली धरती है। दशरथ मांझी जी...इसी का प्रतीक रहे हैं। मैं इस क्षेत्र की सभी महान विभूतियों को नमन करता हूं।

साथियों,

कल ही बिहार ने पहले चरण का मतदान किया है। और वाकई बिहार के लोगों ने अब तक के सारे रिकॉर्ड तोड़ दिए हैं। बिहार के इतिहास का अब तक का सबसे अधिक मतदान हुआ है। और इसमें हमारी माताएं-बहने सुबह से ही कतार लगा के खड़ी हो गई और उन्होंने तो सारे रिकार्ड तोड़ दिए हैं। पहले चरण में करीब पैंसठ परसेंट वोटिंग हुई है...ये दिखाता है कि NDA सरकार की वापसी का मोर्चा...खुद बिहार की जनता ने संभाला हुआ है। बिहार के नौजवानों ने संभाला है, बिहार की माताओं बहनों ने संभाला है, बिहार के किसान भाइयों ने संभाला है। साथियों, पहले चरण के मतदान से ये स्पष्ट है... बिहार के लोग अब किसी भी कीमत पर जंगलराज को लौटने देना नहीं चाहते। बिहार का नौजवान...RJD के झूठे वादों पर नहीं...NDA के ईमानदार इरादों पर वोट दे रहा है। आरजेडी ने झूठे वादों का भ्रम फैलाने की भरसक कोशिश की...इनके वादों पर तो खुद कांग्रेस को ही भरोसा नहीं है... इसलिए वो RJD के घोषणापत्र की बात ही नहीं करती। बिहार के लोगों ने...बिहार के नौजवानों ने भी...RJD के झूठ के पिटारे को खारिज कर दिया है।

साथियों,

बिहार का मतदाता...नरेंद्र-नीतीश के ट्रैक रिकॉर्ड पर भरोसा कर रहा है...हमारे पक्के इरादों को समर्थन दे रहा है। पहले चरण के मतदान से ये तय है...फिर एक बार...NDA सरकार! फिर एक बार... फिर एक बार... फिर एक बार...बिहार में फिर से...सुशासन सरकार!

साथियों,

मुझे बिहार के सामर्थ्य पर भरोसा है। बिहार के पास मां गंगा का आशीर्वाद है...यहां इतनी ऊपजाऊ भूमि है,यहां इतने परिश्रमी लोग हैं... बिहार को समृद्ध बनाने का संकल्प सच हो सकता है।

साथियों,

आप याद रखिए... आपने जब यहां नीतीश जी को अवसर दिया...तो उनके कार्यकाल के पहले नौ साल दिल्ली में RJD-कांग्रेस की सरकार थी। तब इन लोगों ने मिलकर दिल्ली में बैठे-बैठे दिन-रात एक ही काम किया बिहार से बदला लेना। और वो लगातार बिहार के विकास में रोड़े अटकाते रहते थे। नीतीश जी को काम नहीं करने देते थे। बिहार का एक काम होने नहीं देते थे। 2014 में जब आपने मुझे सेवा का अवसर दिया...जब पहली बार बिहार में डबल इंजन की सरकार बनी। हमारी डबल इंजन की सरकार ने बिहार के विकास के लिए तीन गुना ज्यादा पैसा दिया...आज बिहार के हर इलाके में...सड़कें बन रही हैं...लंबे-लंबे पुल बन रहे हैं...रेलवे के ट्रैक बन रहे हैं... नए अस्पताल और नए कॉलेज बन रहे हैं।

साथिय़ों,

अब NDA की डबल इंजन सरकार ने बिहार के उज्जवल भविष्य के लिए नए संकल्प लिए हैं। हमने अपने घोषणापत्र में बताया है कि इन संकल्पों को सिद्धि का रास्ता क्या है। हम इसे कैसे करेंगे ये भी बताया है। अपनी घोषणाओं को हम कैसे पूरा करने वाले हैं।

साथियों,

NDA के पास हर क्षेत्र से और उसकी आवश्यकता के अनुसार वहां के लोगों की जरूरत के हिसाब से अलग-अलग योजना है। कहीं फूड प्रोसेसिंग से जुड़े उद्योग पर बल दिया जा रहा है। कहीं टूरिज्म का विकास हो रहा है। कहीं टेक्नोलॉजी से जुड़ी कंपनियों का विस्तार करने वाले हैं। कहीं मैन्युफेक्चरिंग से जुड़े उद्योगों को बढ़ावा दिया जा रहा है। यानि जहां जैसा सामर्थ्य है, वहां वैसी ही इंडस्ट्री लगाई जा रही है। जैसे मगध का हमारा ये क्षेत्र है...यहां हज़ारों एकड़ इलाके में उद्योगों का खाका खींचा गया है। इसके लिए बिजली, सड़क, रेल का नेटवर्क, तेज़ी से बनाया जा रहा है। गया जी में बिहार का सबसे बड़ा इंडस्ट्रियल कॉरिडोर बन रहा है। इसका फायदा...इस पूरे क्षेत्र को होगा।


साथियों,

मोदी और नीतीश जी का ट्रैक रिकॉर्ड सबके सामने है। अब आप याद कीजिए, जब मैं कहता हूं ये करने वाला हूं तो मैं उसे करके ही रहता हूं। मैं आपको याद दिलाता हूं, बिहार के मेरे भाई-बहन मोदी ने कहा था, मोदी ने कहा था- राम मंदिर बनेगा...आप मुझे बताइए, मंदिर बना की नहीं बना? मंदिर बना की नहीं बना? डंके की चोट पर बना कि नहीं बना। 500 साल का अधूरा काम पूरा किया कि नहीं किया। मोदी ने देश को वादा किया था और मैंने कहा था आर्टिकल 370 की दीवार गिरेगी...आप मुझे बताइए.. 370 हटा कि नहीं हटा? और मोदी ने बिहार की इसी धरती से पहलगाम हमले का बदला लेने की बात भी कही थी... और फिर आपने ऑपरेशन सिंदूर में तबाह होते पाकिस्तान को भी देखा है… मैंने बिहार की धरती से जो कहा था वो किया कि नहीं किया?

साथियों,

मोदी ने वन रैंक वन पेंशन,हमारे देश की रक्षा करने वालों, हमारे देश के वीर जवानों, हमारे फौजियों को वादा किया था, हम वन रैंक वन पेंशन लागू करेंगे। आज 7 नवंबर को ही वन रैंक वन पेंशन लागू हुए 11 वर्ष हो रहे हैं,.. 11 वर्ष। हमारे सैनिक परिवार...चार दशकों से OROP की मांग कर रहे थे। लेकिन कांग्रेस हर बार उनसे झूठ बोलती रही। कांग्रेस ने पांच सौ करोड़ रुपए दिखाकर कहा था कि लो OROP लागू हो गया। और इसके बाद भी उसने पूर्व फौजियों से किया वायदा कभी नहीं निभाया। आप मुझे बताइए अपने फौज के जवानों के किया वादा कोई धोखा कर सकता है क्या?. धोखा करना चाहिए क्या? अगर वे ऐसा धोखा करते हैं तो वो कितने निकम्मे लोग हैं। वो आप जानते हैं कि नहीं जानते हैं? मैंने अपने सैनिक भाइयों को OROP लागू करने की गारंटी दी थी। आप मुझे बताइए, ये गारंटी मैंने पूरी कि नहीं की। ये गारंटी मैंने पूरी कि नहीं की? और साथियों ये ऐसे ही गारंटी पूरी नहीं हुई है। आप जानते हैं इन 11 सालों में हमारे जो फौजी भाई-बहन हैं, जो निवृत्त फौजी भाई-बहन हैं, उनके परिवारों को कितना पैसा मिला है, आप अंदाजा कर सकते हैं। अब तक OROP लागू करने के कारण एक लाख करोड़.. कितना? कितना? कितना? ये आरजेडी वालों को एक लाख करोड़ रुपए कैसे लिखना, एक के पीछे कितने बिंदू लगेंगे, उनको इतना भी समझ नहीं आएगा। एक लाख करोड़ रुपया देश के खजाने से फौजियों के खाते में गए हैं। बताइए...कांग्रेस-आरजेडी वाले ये लोग 500 करोड़ का झूठ बोल रहे थे। यही इनकी सच्चाई है...इनकी राजनीति झूठ पर ही टिकी हुई है।

इसलिए साथियों,

जब हम कहते हैं कि बिहार में एक करोड़ नए रोजगार देंगे...तो देश के बिहार के नौजवानों को हमारी बात पर भरोसा होता है। बीते कुछ सालों में ही बिहार में लाखों भर्तियां हुई हैं...पूरी ईमानदारी से भर्तियां हुई हैं। जबकि साथियों, आपके सामने RJD-कांग्रेस का ट्रैक रिकॉर्ड भी है...ये वो लोग हैं... जो बिहार के युवाओं से नौकरी के बदले जमीन लिखवा लेते हैं… आपको नौकरी चाहिए तो आपके खेत मेरे परिवारवालों के नाम कर दो, ये खेल चला अदालत ने भी माना और आज ये जमानत पर बैठे हुए हैं। जांच एजेंसियां इनकी जांच कर रही हैं..ये जंगलराज वाले जमानत पर चल रहे हैं...ये आरजेडी-कांग्रेस वाले बिहार के युवाओं को कभी भी नौकरी नहीं दे सकते।

साथियों,

आप औरंगाबाद के लोग तो नक्सलवाद...माओवादी आतंक से भी पीड़ित रहे हैं। वो दिन भुलाए नहीं भूलते...जब अंधेरा होने से पहले ही यहां सड़कों पर सन्नाटा पसर जाता था। यहां से आने-जाने वाली बसों को सुरक्षित चलने के लिए नक्सलियों को रंगदारी देनी होती थी। स्कूटर-मोटरसाइकिल से तो आने-जाने की कोई सोच भी नहीं पाता था। इस क्षेत्र की चर्चा...देश और दुनिया में नरसंहारों के लिए होती थी।

साथियों,

जैसे ही जंगलराज की सरकार गई...नीतीश जी के नेतृत्व में आप सुशासन लाए... तो नरसंहार की घटनाएं बंद हो गईं। जब आपने दिल्ली में मोदी को बिठाया...तो मैंने तय किया... कि नक्सलवाद..माओवादी आतंक की कमर तोड़कर करके रहूंगा। हमने नक्सलवाद, माओवादी आतंक के खिलाफ कार्रवाई की। आज बिहार...माओवादी आतंक के डर से मुक्त हो रहा है। माओवादी आतंक अब समाप्ति के कगार पर है। और य़े इसलिए हुआ है...क्योंकि बिहार में डबल इंजन की सरकार है।

साथियों,

जंगलराज और सुशासन राज में क्या अंतर आया है...ये हमने कल मतदान वाले दिन भी देखा है। कल बिहार के हर गरीब..दलित-महादलित, पिछड़े-अतिपिछड़े सबने, बिना किसी रोकटोक के वोट डाला। जबकि हमने जंगलराज का वो दौर भी देखा है। जब बूथ लूटे जाते थे...मतदान के दिन...गोलियां चलती थीं, बम फटते थे। खून की नदियां बहाई जाती थीं...गरीबों, दलितों, पिछड़ों की आवाज़ कुचल दी जाती थी।

साथियों,

जंगलराज के गुर्गे...साजिश तो अभी भी बहुत कर रहे हैं...लेकिन मैं चुनाव आयोग की प्रशंसा करूंगा। मैं चुनाव आयोग को बधाई दूंगा कि प्रथम चरण के चुनाव इतने अच्छे तरीके से संपन्न कराए हैं। और मुझे कुछ लोगों ने बताया कि कल जो मतदान का लोकतंत्र का उत्सव चल रहा था । बहुत सारे विदेश के लोग ये हमारे चुनाव देखने के लिए आए थे। हमारा मतदान देखने के लिए आए थे, मतदाताओं के उत्साह उमंग देख करके वो भूरि-भूरि प्रशंसा कर रहे थे।

साथियों,

आपको एक बात हमेशा याद रखनी है। जंगलराज वालों के पास हर वो चीज़ है, जो निवेश और नौकरी के लिए खतरा हैं। ये जंगलराज वालों का खतरा है। ये अभी से बच्चों तक को रंगदार बनाने की बातें कर रहे हैं। खुलेआम कर रहे हैं। ये लोग खुली घोषणा कर रहे हैं...कि भइया की सरकार आएगी तो...कट्टा, दु-नाली, फिरौती, रंगदारी, यही सब चलेगा। और इसलिए आपको इन लोगों से बहुत सतर्क रहना है। बिहार को कट्टा सरकार नहीं चाहिए...बिहार को कुशासन सरकार नहीं चाहिए…



साथियों,

बिहार को भाजपा-NDA पर भरोसा है। क्योंकि NDA ने बिहार को जंगलराज से बाहर निकाला। अब बिहार को विश्वास है...कि NDA ही बिहार को विकसित बना करके ही रहेगी। इसलिए बिहार...NDA के ईमानदार संकल्प पत्र पर विश्वास करता है। बिहार की बहनें-बेटियां सब देख रही हैं।

((साथियों ये उमंग और उत्साह यहां पंडाल से भी ज्यादा लोग बाहर हैं.. चारो तरफ जो मैं उत्साह उमंग देख रहा हूं माताओं-बहनों में जो उत्साह देख रहा हूं मैं बिहार का उज्जवल भविष्य देख रहा हूं।))

साथियों

ये एनडीए ही है जिसने पंचायती राज संस्थाओं और नगर निकायों में महिलाओं को 50 प्रतिशत आरक्षण दिया...ये NDA ही है...NDA ने सरकारी नौकरी में भी महिलाओं को 35 प्रतिशत आरक्षण दिया.ये NDA ही है...जिसने विधानसभा और लोकसभा में भी महिलाओं को आरक्षण दिया.. और ये NDA ही है...जो बहनों-बेटियों को स्व-रोजगार के अवसर दे रहा है। लखपति दीदी का अभियान चल रहा है।

साथियो,

ये लोग जो संविधान दिखाने वाले लोग हैं न, उन्हें समान्य समाज के गरीबों की कभी याद नहीं आई। ये मोदी है जिसने सामान्य समाज के गरीबों को 10 प्रतिशत आरक्षण दे करके उनकी जिंदगी बदलने का काम किया है। हम सिर्फ घोषणाएं नहीं करते...काम करते हैं। जैसे मुख्यमंत्री महिला रोजगार योजना है..बिहार की एक करोड़ 40 लाख बहनों के खाते में...दस-दस हज़ार रुपए पहुंच चुके हैं। इस पैसे से किसी ने सिलाई मशीन खरीदी...किसी ने कुछ सामान बेचना शुरू किया...हमने जो कहा वो करके दिखाया... इसलिए बहनों को भरोसा है कि...NDA ही उनको जीवन के हर कदम पर आगे भी मदद करेगी।

साथियों,

अभी हमारे सम्राट जी लालटेन वाले की झूठ की बात कह रहे थे मैं आपको 2019 की बात याद दिलाता हूं। 2019 में जनवरी फरवरी महीने में हमने पीएंम किसान सम्मान योजना शुरू की और किसानों के खातों में दो-दो हजार रुपया भेजना शुरू किया तो बिहार झारखंड और बंगाल जैसे राज्यों में ये पराजय के कारण भयभीत लोग झूठ फैलाने में लगे किसानों को जाके कहने लगे देखिए ये मोदी जी ने जो पैसा भेजा है ना वो आपसे सूद समेत वापस लेने वाला है। डरा रहे थे और झारखंड के एक इलाके में तो लोगों ने पैसा जमा करने से मना कर दिया इतना झूठ चलाते थे आज उस बात को 2019 से 2025 आ गया आज भी किसानों को पैसे देने का काम जारी है। मोदी जो कहता है ना वो काम पूरा करता है।

साथियों,

मोदी वंचितों को वरीयता देता है...पिछड़ों को प्राथमिकता देता है। आप देखिए...बिहार में साठ लाख गरीबों को पक्के आवास मिले हैं। 60 लाख ये पक्के घर...हमारे गरीब परिवारों को, हमारे दलित परिवारों को, हमारे माहदलित परिवारों को मेरे पिछड़े परिवारों को, मेरे अतिपिछड़े परिवारों के टोलों में बनाए गए हैं। उनको एक नई जिंदगी देने का काम किया। घर-घर बिजली, नल, शौचालय, मुफ्त गैस कनेक्शन...ये सबकुछ पहुंच रहा है। इसका फायदा भी वंचितों को ही सबसे ज्यादा हुआ है। मुफ्त अनाज हो या मुफ्त इलाज...इससे गरीब का, वंचित का फायदा हो रहा है।

साथियों,

कांग्रेस ने छोटे किसानों को कभी पूछा तक नहीं। ये मोदी है जो छोटे किसानों की चिंता करता है। हमारी सरकार किसानों के खाते में छह-छह हज़ार रुपए जमा कराती है। और अब तो बिहार एनडीए ने घोषणा की है...जब फिर से यहां NDA सरकार बनेगी, तो तीन हज़ार रुपए बिहार के किसानों को अतिरिक्त दिए जाएंगे। यानि डबल इंजन सरकार...बिहार के किसानों को नौ हज़ार रुपए देगी।

साथियों,

कांग्रेस और RJD ने...आप किसानों को बूंद-बूंद पानी के लिए तरसाया था। आप याद कीजिए...उत्तर कोयल बांध परियोजना की चर्चा कबसे चल रही थी... इस क्षेत्र के किसानों ने तो उम्मीद ही छोड़ दी थी। इस बांध के निर्माण का काम पूरा हो...इसके लिए हमने अतिरिक्त पैसा दिया और अब बांध का काम तेजी से चल रहा है। और मुझे मालूम है ये सुशील जी जब सांसद के रूप में काम को लेकर के दिन-रात मेहनत करते थे।

साथियों,

लालटेन वालों ने खेत को सिंचाई के लिए तरसाया...और बिहार को अंधेरे में रखा। हमारी सरकार बिजली कारखाने लगा रही है। कुछ महीने पहले ही...मुझे नबीनगर कारखाने के अगले चरण का शिलान्यास करने का अवसर मिला था। इससे आपको बिजली भी मिलेगी...और नौजवानों को रोजगार भी मिलेगा।

साथियों,

कांग्रेस और आरजेडी वाले सत्ता के लिए किसी को भी धोखा दे सकते हैं। औरंगाबाद तो इसका सबसे बड़ा साक्षी है। यहां जो कुटुंबा सीट है...उस पर क्या हुआ, ये पूरे बिहार ने देखा। कांग्रेस के प्रदेश अध्यक्ष तक को आरजेडी ने अपमानित किया। आरजेडी ने कांग्रेस को सिर्फ वही सीटें दीं...जहां वो 35-40 साल से नहीं जीत पाई है। आरजेडी ने कांग्रेस की कनपट्टी पर कट्टा रखकर...मुख्यमंत्री पद की उम्मीदवारी भी चोरी कर ली... आज भी अनेकों सीटों पर आरजेडी-कांग्रेस वाले आमने-सामने हैं। आप मुझे बताइए...जो अपने साथियों को धोखा दे सकते हैं...वो आपके सगे हो सकते हैं क्या? आपका भला कर सकते हैं क्या? ये वादे पूरे कर सकते हैं क्या?

साथियों,

कांग्रेस और आरजेडी...सिर्फ अपमान की, गाली-गलौज की राजनीति करते हैं। आपने देखा...कांग्रेस के शाही परिवार के नामदार ने छठी मैया की पूजा को ड्रामा कहा। ये लोग महाकुंभ को भी फालतू कहते हैं...इन्हें हमारे हर पर्व-त्योहार से चिढ़ है। ये नामदार...हमारी आस्था को ऐसे ही अपमानित करते हैं। मैं जरा अपनी माताओ-बहनों से पूछना चाहता हूं..छठी मैया का महापर्व हमारी माताएं-बहनें पानी तक नहीं पीती पानी तक नहीं पीती ऐसी साधना करती हैं। अब उनको नौटंकी कहना.. ड्रामा कहना वो छठी मैया का अपमान है कि नहीं है? अपमान है कि नहीं है? जिन्होंने इस महान तपस्या का अपमान किया है उनको सजा मिलनी चाहिए कि नहीं मिलनी चाहिए? इस चुनाव में उनको सजा दोगे कि नहीं दोगे? सारी माताएं-बहने पूरी ताकत से सजा दोगे कि नहीं दोगे?

साथियों,

याद रखना...11 नवंबर को अपने एक वोट से इन्हें सज़ा देनी है। आपका वोट उन्हे सजा देने की ताकत रखता है। NDA की अब तक की सबसे बड़ी विजय इस चुनाव में पक्की है दोस्तों। और इसलिए 14 तारीख के बाद आपको मैं कह रहा हूं विजयोत्सव की तैयारी कर लीजिए। जनता का मिजाज बताता है और कांग्रेस वालों की बातें भी बताती है कि वो पराजय के कारण अभी से ढूंढने में लग गए हैं। अभी से क्यों हार गए बिहार इसके लिए क्या-क्या कहना है अभी से इसकी प्रैक्टिस करना चालू कर दिया है उन्होंने... और इसलिए भाइयों-बहनों विजयी की ओर आगे बढ़ना है आपके आशीर्वाद से। मैं सभी उस्मीदवारों से आग्रह करूंगा कि जरा आगे आइए.. एक-एक दो-दो कदम आपके इन सभी उम्मीदवारों को आशीर्वाद चाहिए।

मेरे साथ बोलिए..

भारत माता की... जय!

भारत माता की... जय!

भारत माता की... जय!

वंदे.. वंदे.. वंदे.. वंदे.. वंदे..