প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰকাৰৰ মুৰব্বী হিচাপে ৰাজহুৱা সেৱাৰ ২০ বছৰ সম্পূৰ্ণ কৰিলে। ছ’চিয়েল মিডিয়াত কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, দলীয় কাৰ্য্যকৰ্তাসকলৰপৰা প্ৰধানমন্ত্ৰী মোদীৰ অনুৰাগীসকললৈকে সমাজৰ সৰ্বস্তৰৰ লোকে ঘটনাপ্ৰৱাহক স্মৰণ কৰিছে। 

#20YearsOfSevaSamarpan আছিল সমগ্ৰ দিনটোত ছ’চিয়েল মিডিয়াত টপ ট্ৰেণ্ডিং হেছটেগ।

মুখ্যমন্ত্ৰী হিচাপে গুজৰাটৰ জনতাক ১৩ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পাছত আৰু এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ৭ বছৰে সেৱা আগবঢ়াই থকা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰখনৰ প্ৰগতিৰ অৰ্থে ৰাজহুৱা জীৱনৰ ২০ বছৰক উৎসর্গা কৰিছিল।

চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰীৰ ২০ বছৰ পূৰ্তিত, জনসাধাৰণে তেখেতক অভিনন্দন জনাইছে আৰু তেখেতৰ নিঃস্বাৰ্থ সেৱা আৰু নিষ্ঠাৰ শলাগ লৈছে।

প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাই কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদসকলৰ টুইটসমূহঃ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

BJP President JP Nadda tweeted:

 

 

Chief Ministers of various states greeted PM Modi :

 

 

 

 

 

 

Tweets by other citizens:

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint

Media Coverage

Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength