প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দৰিদ্ৰ লোকসকলৰ কল্যাণ আমাৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ। তেওঁ কয় যে কৰোনা মহামাৰীৰ সময়তো আমি ইয়াৰ বাবে সংকল্পবদ্ধ হৈ আছিলো।
শ্ৰী মোদীয়ে লগতে কয়, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাই দেশবাসীক আশ্বাস দিছে যে প্ৰতিটো অসুবিধাত চৰকাৰে তেওঁলোকৰ সৈতে থিয় থাকিব।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"দৰিদ্ৰলোকৰ কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। আনকি কৰোনা মহামাৰীৰ সময়তো, আমি ইয়াৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছিলো। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাই দেশবাসীক আশ্বাস দিছে যে চৰকাৰে প্ৰতিটো অসুবিধাত তেওঁলোকৰ কাষত থিয় দিছে। "
गरीबों का कल्याण ही हमारी सर्वोच्च प्राथमिकता रही है। कोरोना महामारी के दौर में भी हम इसे लेकर प्रतिबद्ध रहे। प्रधानमंत्री गरीब कल्याण अन्न योजना ने देशवासियों को आश्वस्त किया है कि सरकार हर मुसीबत में उनके साथ खड़ी है। pic.twitter.com/A7VDJH6DtQ
— Narendra Modi (@narendramodi) April 13, 2022