QuoteWe are making our Divyangjans capable to hoist the tricolour of India in Paralympics also, for which special training is being given to the players: PM Narendra Modi

৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰপৰা ভাষণ প্ৰদানেৰে কয় যে অহা মাহত বিশ্বকৰ্মা জয়ন্তীৰ দিনা বিশ্বকৰ্মা যোজনা আৰম্ভ কৰা হ’ব। তেখেতে কয় যে এই আঁচনিখনে পৰম্পৰাগত দক্ষতা থকা লোক অৰ্থাৎ সঁজুলি আৰু হাতেৰে কাম কৰা লোক যাৰ গৰিষ্ঠসংখ্যকেই অ’বিচি সম্প্ৰদায়ৰ যেনেঃ কাঠমিস্ত্ৰী, সোণাৰী, ৰাজমিস্ত্ৰী, কাপোৰ ধোৱা লোক, চুলি কটা ভ্ৰাতৃ-ভগ্নীসকলৰ সবলীকৰণ কৰিব। এই আঁচনিখন প্ৰায় ১৩-১৫ হাজাৰ কোটি টকাৰ বাজেটেৰে আৰম্ভ কৰা হ’ব।

 

লালকিল্লাৰ প্ৰাচীৰৰপৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি দিব্যাংগজনৰ বাবে এখনি সুগম ভাৰত গঢ়াৰ বাবে কাম কৰি আছো। তেখেতে কয় যে আমি দিব্যাংগসকলক পেৰাঅলিম্পিকতো ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ সক্ষম কৰি তুলিছো। ইয়াৰ বাবে তেওঁলোকক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতত জনগাঁথনি, গণতন্ত্ৰ আৰু বৈচিত্ৰ্য বিদ্যমান। তেখেতে কয় যে জনগাঁথনি, গণতন্ত্ৰ আৰু বৈচিত্ৰ্যৰ এই ত্ৰিত্বই ভাৰতৰ প্ৰতিটো সপোন বাস্তৱায়িতকৰণৰ সম্ভাৱনা আছে।

 

  • Ratnesh Pandey April 16, 2025

    भारतीय जनता पार्टी ज़िंदाबाद ।। जय हिन्द ।।
  • Dr srushti March 29, 2025

    namo
  • Jitendra Kumar March 27, 2025

    🇮🇳🙏❤️
  • Santosh paswan jila mahamantri February 18, 2025

    lk
  • Santosh paswan jila mahamantri February 18, 2025

    zl
  • Santosh paswan jila mahamantri February 18, 2025

    xz
  • Santosh paswan jila mahamantri February 18, 2025

    cx
  • Santosh paswan jila mahamantri February 18, 2025

    vc
  • Santosh paswan jila mahamantri February 18, 2025

    बीवी
  • Santosh paswan jila mahamantri February 18, 2025

    nb
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How GeM has transformed India’s public procurement

Media Coverage

How GeM has transformed India’s public procurement
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister lauds the new OCI Portal
May 19, 2025

The Prime Minister, Shri Narendra Modi has lauded the new OCI Portal. "With enhanced features and improved functionality, the new OCI Portal marks a major step forward in boosting citizen friendly digital governance", Shri Modi stated.

Responding to Shri Amit Shah, Minister of Home Affairs of India, the Prime Minister posted on X;

"With enhanced features and improved functionality, the new OCI Portal marks a major step forward in boosting citizen friendly digital governance."