২৬ ছেপ্টেম্বৰ, ২০২০ত ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিলনত মিলিত হ’ব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু শ্ৰী লংকাৰ প্ৰধানমন্ত্ৰী শ্ৰী মহিন্দা ৰাজাপাকছা।

শ্ৰী লংকাৰ সংসদীয় নিৰ্বাচন সম্পন্নৰ ঠিক পাছতে আৰু ৰাষ্ট্ৰ দুখনৰ মাজত সময়-পৰীক্ষিত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰেক্ষাপটত এই ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিলনে দুয়োজন নেতাক দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃত কাৰ্যপন্থাৰ সামগ্ৰিক পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব।

শ্ৰী লংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাৰ এটা টুইটৰ সঁহাৰি জনাই, শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ “সামগ্ৰিকভাৱে দ্বিপাক্ষিক সম্পৰ্ক যুটীয়াভাৱে পৰ্যালোচনা কৰা”ৰ প্ৰতি আগ্ৰহী।

তেওঁ কয়, “ক’ভিডৰ পৰৱৰ্তী সময়ছোৱাত আমাৰ সহযোগিতা বৃদ্ধিৰ অৰ্থে আমি অৱশ্যেই পথৰ সন্ধান কৰিব লাগে।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chhattisgarh signs two key MoUs to strengthen PM GatiShakti implementation

Media Coverage

Chhattisgarh signs two key MoUs to strengthen PM GatiShakti implementation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 আগষ্ট 2026
August 22, 2026

Citizens Appreciate PM Modi’s Leadership Driving India’s Growth, Innovation and Connectivity