উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স হেণ্ডেল পোষ্টত কয়ঃ
“উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @myogiadityanathএ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”.
@CMOfficeUP”
Chief Minister of Uttar Pradesh, Shri @myogiadityanath, met Prime Minister @narendramodi.@CMOfficeUP pic.twitter.com/ugcrolGB43
— PMO India (@PMOIndia) July 19, 2025


