Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰানৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ইব্ৰাহিম ৰেইজিক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ইৰানৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ইব্ৰাহিম ৰেইজিক অভিনন্দন জনাইছো৷ ভাৰত আৰু ইৰানৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে মই তেওঁৰ সৈতে কাম কৰিবলৈ আগ্ৰহী হৈ আছো৷”

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
An order that looks beyond just economics, prioritises humans

Media Coverage

An order that looks beyond just economics, prioritises humans
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 নৱেম্বৰ 2021
November 26, 2021
Share
 
Comments

Along with PM Modi, nation celebrates Constitution Day.

Indians witness firsthand the effectiveness of good governance under PM Modi.