ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

মোৰ সৈতে আপোনালোকে ধ্বনি দিয়ক, জয় জোৱান - জয় কিষান, জয় জোৱান - জয় কিষান,

লগতে মই আৰু এষাৰ কৈছোঁ। মই ক'ম জয় বিজ্ঞান, আপোনালোকে ক'ব জয় অনুসন্ধান, জয় বিজ্ঞান - জয় অনুসন্ধান, জয় বিজ্ঞান - জয় অনুসন্ধান, জয় বিজ্ঞান - জয় অনুসন্ধান, জয় জোৱান - জয় কিষান, জয় জোৱান - জয় কিষান, জয় বিজ্ঞান - জয় অনুসন্ধান, জয় বিজ্ঞান - জয় অনুসন্ধান, জয় বিজ্ঞান - জয় অনুসন্ধান।

সূৰ্যোদয়ৰ বেলা হওক আৰু বেংগালুৰুৰ এই দৃশ্য হওক, দেশৰ বৈজ্ঞানিকে দেশক যেতিয়া ইমান ডাঙৰ উপহাৰ দিয়ে, ইমান ডাঙৰ সিদ্ধি প্ৰাপ্ত কৰে তেতিয়া যি দৃশ্য মই আজি বেংগালুৰুত দেখিছোঁ, সেয়া মই গ্ৰীচতো দেখা পালোঁ। জোহান্সবাৰ্গতো দেখা পালোঁ। পৃথিৱীৰ প্ৰতিটো কোণত, ভাৰতীয় বিজ্ঞানত বিশ্বাস কৰা, ভৱিষ্যতক দেখা পোৱা, মানৱতাক সমৰ্পিত সকলো লোক ইমানেই উদ্যম আৰু উৎসাহেৰে পৰিপূৰ্ণ। আপোনালোক পুৱাই ইমান সোনকালে আহিল, মই নিজকে ৰখাব পৰা নাছিলোঁ। কিয়নো মই ইয়াৰ পৰা দূৰ বিদেশত আছিলোঁ, সেয়ে মই সিদ্ধান্ত ল'লোঁ যে ভাৰতলৈ যাম যদি প্ৰথমতে বেংগালুৰুলৈ যাম, সৰ্বপ্ৰথমে সেই বৈজ্ঞানিকসকলক নমন কৰিম। যিহেতু ইমান দূৰৰ পৰা আহিবলগীয়া হৈছিল সেয়ে কেতিয়া পামগৈ ৫-৫০ মিনিট ইফাল-সিফাল হৈ যায়। মই ইয়াত আদৰণীয় মুখ্যমন্ত্ৰী জী, উপমুখ্যমন্ত্ৰী জী, গৱৰ্ণৰ চাহাব এই সকলোকে অনুৰোধ কৰিছিলোঁ, যে আপোনালোকে ইমান সোনকালে কষ্ট কৰিব নালাগে। মই তো বৈজ্ঞানিকসকলক প্ৰণাম কৰি গুছি যাম। সেয়ে মই তেখেতলোকক অনুৰোধ কৰিছিলোঁ কিন্তু যেতিয়া মই বিধিৱত ৰূপত কৰ্ণাটকলৈ আহিম জৰুৰ মুখ্যমন্ত্ৰী জী, উপমুখ্যমন্ত্ৰী জীয়ে প্ৰটোকল নিশ্চয় পালন কৰিব। কিন্তু তেখেতলোকে সহযোগ কৰিলে মই তেখেতসকলক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

এয়া সময় ইয়াত মোৰ উদ্বোধনৰ নহয়, কিয়নো মোৰ মন সেই বৈজ্ঞানিকসকলৰ কাষ পাবলৈ বহুত উৎসুক, কিন্তু মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে বেংগালুৰুৰ নাগৰিকে এতিয়াও সেই পলক উদ্যম আৰু উৎসাহেৰে যাপন কৰি দেখুৱাইছে। ইমান পুৱাই-পুৱাই মই দেখিছোঁ সৰু সৰু শিশুসকলো মই দেখা পাইছোঁ। এয়া ভাৰতৰ ভৱিষ্যৎ। মোৰ সৈতে আকৌ কওক ভাৰত মাতা কী - জয়, ভাৰত মাতা কী - জয়, ভাৰত মাতা কী - জয়, জয় জোৱান - জয় কিষান, জয় জোৱান - জয় কিষান, জয় জোৱান - জয় কিষান। এতিয়া জয় বিজ্ঞান - জয় অনুসন্ধান, জয় বিজ্ঞান - জয় অনুসন্ধান, জয় বিজ্ঞান - জয় অনুসন্ধান, জয় বিজ্ঞান - জয় অনুসন্ধান, জয় বিজ্ঞান - জয় অনুসন্ধান।

বহুত বহুত ধন্যবাদ বন্ধুসকল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s 5G traffic surges 70% Y-o-Y: Nokia report

Media Coverage

India’s 5G traffic surges 70% Y-o-Y: Nokia report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 এপ্ৰিল 2026
April 01, 2026

Grassroots Heart, Global Vision: How PM Modi is Weaving Culture, Commerce & Confidence into Viksit Bharat