“আপোনালোক উদ্ভাৱকসকল ‘জয় অনুসন্ধান’ শ্লোগানৰ পতাকাধাৰী”
“আপোনালোকৰ অভিনৱ মানসিকতাই অহা ২৫ বছৰত ভাৰতক শীৰ্ষ স্থানত উপনীত কৰাব”
“ভাৰতৰ আকাংক্ষিত সমাজখনে অনাগত ২৫ বছৰত উদ্ভাৱনৰ চালিকা শক্তি হিচাপে কাম কৰিব”
“বৰ্তমান ভাৰতত প্ৰতিভা বিপ্লৱ হৈ আছে”
“গৱেষণা আৰু উদ্ভাৱনক কাম কৰাৰ পদ্ধতিৰ পৰা জীৱন-যাপনৰ পদ্ধতিলৈ ৰূপান্তৰিত কৰিব লাগিব”
“ভাৰতীয় উদ্ভাৱনে সদায় আটাইতকৈ প্ৰতিযোগিতামূলক, সুলভ, বহনক্ষম, সুৰক্ষিত আৰু স্কেলত সমাধান প্ৰদান কৰে”
“একবিংশ শতিকাৰ ভাৰতে ইয়াৰ যুৱক-যুৱতীসকলৰ প্ৰতি সম্পূৰ্ণ আস্থা লৈ অগ্ৰসৰ হৈছে”

যুৱ বন্ধুসকল,

সঁচাকৈয়ে আপোনালোক সকলো উদ্ভাৱকক লগ পাই, কথা পাতি মোৰ বহুত ভাল লাগিছে৷ আপোনালোকে এনে কেতবোৰ নতুন নতুন বিষয় চুই গৈছে, আপোনালোকৰ দৰে যুৱক-যুৱতীসকলে নিজৰ কাম-কাজত যি নতুনত্ব আনিছে, যি আত্মবিশ্বাসেৰে আপোনালোকে নিজৰ কাম কৰিছে, সেইবোৰে মোৰ দৰে বহু লোকক কিবা নহয় কিবা এটা নতুন কৰাৰ বাবে প্ৰেৰণা যোগায়৷ এক কথাত আপোনালোক প্ৰেৰণাৰ উৎস, সেয়েহে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো৷

স্মাৰ্ট ইণ্ডিয়া হেকাথন জনসাধাৰণৰ অংশগ্ৰহণৰ এক বৃহৎ নিদৰ্শন হৈ পৰিছে৷ আৰু বন্ধুসকল, এইবাৰৰ স্মাৰ্ট ইণ্ডিয়া হেকাথন কেইবাটাও দিশত অতি গুৰুত্বপূৰ্ণ। এতিয়াৰ পৰা কিছুদিন আগতে আমি স্বাধীনতাৰ ৭৫বছৰ সম্পূৰ্ণ কৰিলো। স্বাধীনতাৰ ১০০ বছৰৰ পাছত আমাৰ দেশ কেনেকুৱা হ’ব সেই সন্দৰ্ভত দেশে ডাঙৰ ডাঙৰ সংকল্পৰ কাম কৰি আছে। এই সংকল্পসমূহ পূৰণৰ বাবে আপোনালোকেই হৈছে ইয়াৰ ‘জয় অনুসন্ধান’ শ্লোগানৰ ধ্বজাবাহী উদ্ভাৱক।

অমৃতকালৰ এই ২৫ বছৰীয়া সময়ছোৱাই আপোনালোকৰ বাবে কঢ়িয়াই আনিছে অভূতপূৰ্ব সম্ভাৱনা। এই সম্ভাৱনা আৰু এই সংকল্পসমূহো আপোনাৰ কেৰিয়াৰ বৃদ্ধিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। অহা ২৫ বছৰত আপোনালোকৰ দৰে যুৱক-যুৱতীসকলৰ সফলতাই ভাৰতৰ সফলতা নিৰ্ণয় কৰিব। সেইবাবেই আপোনালোক সকলোৰে প্ৰতি মই অতি বিশ্বাসী হৈ আছো। ভাৰতবাসীয়ে আপোনালোকক লৈ গৌৰৱান্বিত। আপোনালোক সকলোৰে অভিনৱ মানসিকতাই আগন্তুক ২৫ বছৰত ভাৰতক শীৰ্ষ পৰ্যায়ত উপনীত কৰাব। আপোনালোক সকলোৰে ওপৰত মোৰ দৃঢ় বিশ্বাস আছে।

বন্ধুসকল,

এইবাৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা কৈছো যে আজি ভাৰতত কিমান ডাঙৰ আকাংক্ষিত সমাজ গঢ় লৈ উঠিছে, সম্প্ৰসাৰণ ঘটিছে। এই আকাংক্ষিত সমাজখনে এই অমৃতকালত চালিকা শক্তিৰ দৰে কাম কৰিব। ইয়াৰ আশা, ইয়াৰ আকাংক্ষা, ইয়াৰ লগত জড়িত প্ৰত্যাহ্বান ইত্যাদিয়ে আপোনালোকৰ বাবে বহু নতুন সুযোগ কঢ়িয়াই আনিব।

বন্ধুসকল,

আপোনালোক সকলোৱে নিশ্চয় শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত পঢ়িছে যে সেউজ বিপ্লৱ ৬০-৭০ৰ দশকত সংঘটিত হৈছিল। ভাৰতৰ কৃষকসকলে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰি খাদ্যৰ ক্ষেত্ৰত আমাক স্বাৱলম্বী কৰি তুলিলে। কিন্তু আপোনালোকে দেখিছে যে যোৱা ৭-৮ বছৰত ইটোৰ পিছত সিটো বিপ্লৱৰ জৰিয়তে দেশখনে দ্ৰুতগতিত আগবাঢ়িছে।

ভাৰতত বৰ্তমান এক আন্তঃগাঁথনি বিপ্লৱ হৈছে। ভাৰতত বৰ্তমান স্বাস্থ্য খণ্ডৰ বিপ্লৱ হৈছে। ভাৰতত বৰ্তমান ডিজিটেল বিপ্লৱ হৈছে। বৰ্তমান ভাৰতত প্ৰযুক্তি বিপ্লৱ হ’ব ধৰিছে। ভাৰতত বৰ্তমান প্ৰতিভা বিপ্লৱ চলি আছে। কৃষি খণ্ডই হওক, শিক্ষা খণ্ডই হওক, প্ৰতিৰক্ষা খণ্ডই হওক, বৰ্তমান দেশৰ গুৰুত্ব প্ৰতিটো খণ্ডক আধুনিকীকৰণ কৰা হৈছে৷ ই প্ৰতিটো খণ্ডক আত্মনিৰ্ভৰশীল কৰি তুলিছে। আৰু সেইবাবেই আপোনালোক সকলো যুৱক-যুৱতীৰ বাবে ভাৰতত প্ৰতিদিনে নতুন নতুন সুযোগৰ সৃষ্টি হৈছে।

ড্ৰোণ প্ৰযুক্তি, টেলি-কনচালটেচন, ডিজিটেল প্ৰতিষ্ঠান, ভাৰ্চুৱেল সমাধান, এই সকলোবোৰত আপোনালোকৰ বাবে সেৱাৰ পৰা আৰম্ভ কৰি উৎপাদনলৈকে বহু সম্ভাৱনা আছে। আপোনাকৰ দৰে যুৱক-যুৱতীসকলে কৃষি আৰু স্বাস্থ্য খণ্ডত ড্ৰোণ প্ৰযুক্তিৰ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ বাবে উদ্ভাৱনীমূলক সমাধানৰ ওপৰত কাম কৰিব পাৰে। আমাৰ জলসিঞ্চনৰ সঁজুলি, জলসিঞ্চনৰ নেটৱৰ্ক কেনেকৈ স্মাৰ্ট কৰি তুলিব পাৰি তাৰো বহু সম্ভাৱনা আছে।

বন্ধুসকল,

বৰ্তমান দেশৰ প্ৰতিখন গাঁৱতে অপটিকেল ফাইবাৰ স্থাপনৰ কাম দ্ৰুত গতিত চলি আছে। আপোনালোকেও দেখিছে যে এতিয়া ভাৰতত ৫জি মুকলি কৰা হৈছে। এই দশকৰ শেষলৈকে আমি ৬জি মুকলি কৰাৰ প্ৰস্তুতি চলাইছো। গেমিং আৰু মনোৰঞ্জনৰ ক্ষেত্ৰতো চৰকাৰে ভাৰতীয় সমাধানক উৎসাহিত কৰিছে। চৰকাৰে যিদৰে এই সকলোবোৰ নতুন খণ্ডত বিনিয়োগ কৰিছে, যিদৰে তেওঁলোকক উৎসাহিত কৰিছে, আপোনালোক সকলো যুৱক-যুৱতীয়ে ইয়াৰ সুবিধা ল’ব লাগিব৷

বন্ধুসকল,

আপোনালোকে এই কথা মনত ৰাখিব লাগিব৷ বিশ্বত এক বিশাল জনসংখ্যা আছে যাৰ সমস্যা ভাৰতৰ দৰেই। কিন্তু সেই সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ উদ্ভাৱন আৰু ষ্টাৰ্ট-আপসমূহৰ বাবে সীমিত সুযোগ আছে। ভাৰতৰ উদ্ভাৱনসমূহে বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰতিযোগিতামূলক, সুলভ, বহনক্ষম, সুৰক্ষিত আৰু বৃহৎ পৰিসৰৰ ৰূপায়ণ সমাধান দিয়ে। সেইবাবেই ভাৰতৰ পৰা, আপোনালোকৰ দৰে যুৱক-যুৱতীৰ পৰা বিশ্বই আশা কৰিছে।

বন্ধুসকল,

আজিৰ কাৰ্যসূচীত আমাৰ সৈতে শিক্ষাৰ দিগ্গজ, নীতি নিৰ্ধাৰকসকল যোগ দিছে। ভাৰতত উদ্ভাৱনৰ সংস্কৃতি বৃদ্ধি কৰিবলৈ হ’লে আমি দুটা কথাত অহৰহ মনোযোগ দিব লাগিব৷ সামাজিক সমৰ্থন আৰু প্ৰতিষ্ঠানিক সমৰ্থন। আজি আমি দেখিবলৈ পাইছো যে উদ্ভাৱন আৰু উদ্যোগৰ সন্দৰ্ভত সমাজত পৰিৱৰ্তন পৰিলক্ষিত হৈছে। কেৰিয়াৰ গঢ়ি তোলাৰ পৰম্পৰাগত বিকল্পৰ উপৰি আমি নতুন নতুন ক্ষেত্ৰতো হাত আগবঢ়াবলৈ চেষ্টা চলাইছো। অৰ্থাৎ সমাজত এক বৃত্তি হিচাপে উদ্ভাৱন, ইয়াৰ গ্ৰহণযোগ্যতা বাঢ়িছে। এনে অৱস্থাত আমি নতুন ধাৰণা আৰু মৌলিক চিন্তাধাৰাক গ্ৰহণযোগ্যতা আৰু সন্মান দিব লাগিব। পদ্ধতিলৈকে গৱেষণা আৰু উদ্ভাৱনক কাম কৰাৰ ধৰণৰ পৰা জীৱন-যাপনৰ আহিলা হিচাপে গঢ় দিব লাগিব।

বন্ধুসকল,

গৱেষণা আৰু উদ্ভাৱনৰ দিশত প্ৰতিষ্ঠানিক সমৰ্থন বৃদ্ধিৰ বাবে চৰকাৰে অহৰহ কাম কৰি আছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত উদ্ভাৱনৰ এক শক্তিশালী ভেটি গঢ়ি তোলাৰ ৰোডমেপ আছে। অটল ইনকিউবেচন মিছনৰ অধীনত স্থাপন কৰা অটল টিংকাৰিং লেবসমূহে বিদ্যালয়সমূহত নতুন প্ৰজন্মৰ উদ্ভাৱকক প্ৰস্তুত কৰি তুলিছে। আই-ক্ৰিয়েটৰ দৰে সংস্থাসমূহেও দেশত সফলতাৰে কাম কৰি আছে, যিয়ে এতিয়ালৈকে পাঁচ শতাধিক ষ্টাৰ্টআপক সহায় কৰিছে।

বন্ধুসকল,

একবিংশ শতিকাৰ আজিৰ ভাৰতে নিজৰ যুৱপ্ৰজন্মৰ প্ৰতি পূৰ্ণ আস্থা লৈ অগ্ৰসৰ হৈছে। ইয়াৰ ফলত বৰ্তমান উদ্ভাৱন সূচকাংকত ভাৰতৰ ৰেংকিং উন্নীত হৈছে। বিগত ৮ বছৰত পেটেণ্টৰ সংখ্যা ৭ গুণ বৃদ্ধি পাইছে। ইউনিকৰ্ণৰ সংখ্যাও ১০০ অতিক্ৰম কৰিছে। আমি এইটো বিশ্বাস নকৰো, সমস্যাবোৰৰ সমাধান কেৱল চৰকাৰৰ হাতত আছে। আপোনালোকে চাওক, মই চৰকাৰক আপোনাৰ ওচৰলৈ লৈ আহিছো। চৰকাৰৰ এই সমস্যাবোৰৰ নৱ প্ৰজন্মই সমাধান দিয়ক আৰু আপোনালোকে আপুনি দিছে। আপোনাৰ সম্ভাৱনা মই সম্পূৰ্ণৰূপে বুজি পাইছো। আজিৰ নৱপ্ৰজন্ম ক্ষিপ্ৰ আৰু স্মাৰ্ট সমাধান লৈ আগবাঢ়ি আহিছে।

এই হেকাথন আয়োজনৰ আঁৰৰ এটা উদ্দেশ্য হ’ল চৰকাৰে যিবোৰ সমস্যা সমাধান কৰিব বিচাৰে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকলে সমস্যাটো বুজি পায়, সমস্যাবোৰৰ কাৰণ বুজি পায় আৰু লগতে তাৰ পৰা মুক্তি পোৱাৰ উপায় বিচাৰি উলিয়ায়, যুৱক-যুৱতীসকলে সেই সমস্যা সমাধান কৰে। ছাত্ৰ-ছাত্ৰী, চৰকাৰ আৰু ব্যক্তিগত সংগঠনৰ মাজত এনে সহযোগিতাৰ মনোভাৱ, সকলোৰে প্ৰচেষ্টাৰ এই মনোভাৱ, এখন উন্নত ভাৰত গঢ়াৰ বাবে অতি প্ৰয়োজনীয়।

বন্ধুসকল,

মই সম্পূৰ্ণ বিশ্বাসী যে আপোনালোক সকলোৱে এইবোৰ কথা মনত ৰাখি এনেদৰে এই উদ্ভাৱনৰ প্ৰদীপ জ্বলাই থাকিব। মই আপোনালোকক আশ্বাস দিছো যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম, আপোনালোকৰ প্ৰচেষ্টাই চৰকাৰৰ নিৰন্তৰ সমৰ্থন লাভ কৰিব। প্ৰতিটো খোজতে চৰকাৰে আপোনালোকৰ লগত থিয় দিয়ে।

মই পুনৰবাৰ আপোনালোক সকলো যুৱক-যুৱতীক... যদিও আপোনালোকৰ বহুত ক’বলগীয়া আছে। আলোনালোকে ঘণ্টাৰ পিছত ঘণ্টা মগজু লগাইছে। আপোনালোকৰ কথা শুনাটোও মোৰ বাবে বহুত শিকাৰ এটা কাৰণ। আপোনালোকৰ বহুতৰে বহুত আছে। সকলোৰে কথা শুনিব পৰা নাছিলো। প্ৰতিনিধি হিচাপে দুই এজন যুৱকৰ সৈতে কথা পাতিছিল। যিসকলে কথা কোৱা নাই, তেওঁলোকৰ কামো কম নহয়, তেওঁলোকৰ প্ৰচেষ্টা কম নহয়। আৰু মই আপোনালোকক আশ্বাস দিছো, মই বিভাগৰ জৰিয়তে তেওঁৰ চমু আভাস লৈ যাম৷ আৰু আপোনালোকে কি কৰিছে বুজিবলৈ চেষ্টা কৰিম। সময় অধিক হোৱা হ’লে ময়ো আপোনালোকৰ লগত কথা পাতিলোহেতেন। কিন্তু যিসকলে কথা পাতিব পৰা নাই তেওঁলোকৰ কামো সমানেই গুৰুত্বপূৰ্ণ।

মই পুনৰবাৰ আপোনালোক সকলো যুৱক-যুৱতীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আৰু চৰকাৰৰ কাম-কাজত চৰকাৰৰ লগত থিয় দি আমি এই জনতাৰ মংগলৰ অভিযানত আগুৱাই গৈ থকা উচিত, এয়াই মোৰ কামনা, আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো।

বহত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of Prime Minister addresses the Indian Community in Paris
June 18, 2026

नमस्ते!

बों जू!

ऐसा लग रहा है, आप सब छुट्टी के मूड में हैं।

साथियों,

ये पेरिस शहर, Lights का शहर है, रंगों का शहर है, यहां Art है, Ideas हैं, और innovation की प्रेरणा भी है। इस शहर को भारत के अलग-अलग राज्यों से आए आप सभी लोग और भी खूबसूरत बना देते हैं। नए नए रंगों से भर देते हैं।

कोई तमिल है, कोई पंजाबी है, कोई गुजराती है, तो कोई मराठी है, और कोई बंगाली है। भारत के हर कोने का प्रतिनिधित्व यहां दिखाई देता है।

साथियों,

मैं जब 14 जून को नीस पहुंचा था तो सबसे पहले भारत इनोवेट्स कार्यक्रम में शामिल हुआ था। आज जब मैं फ्रांस से वापसी की तैयारी में हूं तो लग रहा है जैसे भारत कनेक्ट्स कार्यक्रम में आ गया हूं।

फ्रांस में रहने वाले आप लोगों ने 21वीं सदी के भारत-फ्रांस रिश्तों को जिस तरह कनेक्ट किया है, वो हमारी Strategic Partnership की बहुत बड़ी ताकत बन रही है। मैं आप सभी के लिए भारत से 140 करोड़ देशवासियों की शुभकामनाएं लेकर आया हूं। इस आत्मीय स्वागत के लिए, मैं आप सभी का हृदय से आभार व्यक्त करता हूं।

साथियों,

आज मैं ऐसे समय में फ्रांस आया हूं जब कुछ ही दिन पहले हमारी सरकार के 12 वर्ष पूरे हुए हैं। चुने हुए प्रधानमंत्री के रूप निरंतर 12 साल तक देश की सेवा करना मेरे जीवन का बहुत बड़ा सौभाग्य रहा है। यह भारत के लोकतंत्र की शक्ति है जिसने एक चायवाले को यहां तक पहुंचा दिया।

साथियों,

बीते 12 वर्ष, 140 करोड़ भारतीयों के अद्भुत सामर्थ्य के रहे हैं। 12 साल के इस कालखंड में भारत का GDP दोगुना हुआ है। Airports की संख्या दोगुनी हुई है। Universities की संख्या भी दोगुनी हो गई है। Highway Construction की स्पीड तीन गुना बढ़ गई। और Metro Network, चार गुणा बड़ा हो गया है।

मैं आपको कुछ और फैक्ट्स दूंगा, उससे आप अंदाजा लगा पाएंगे कि भारत किस स्पीड और कितने बड़े स्केल पर काम कर रहा है। पिछले 12 वर्षों में भारत का Defence Export 35 गुणा यानि Thirty Five Times बढ़ गया है।

औऱ एक फैक्ट सुनिए भारत में मोबाइल मैन्यूफैक्टरिंग यूनिट्स में, 100 गुणा की बढ़ोतरी हुई है। 100 times. भारत अब दुनिया का दूसरा सबसे बड़ा mobile phone manufacturer है। इसी गति, इसी प्रगति का नतीजा है कि आज भारत दुनिया की Fastest Growing Major Economy है।

साथियों,

आज भारत की कहानी सिर्फ Economic Progress की कहानी नहीं है। सिर्फ यहाँ अटक नहीं जाती है। ये Social Transformation की भी कहानी है।

पिछले 12 साल में देश में 25 करोड़ लोग गरीबी से बाहर निकले हैं। यानि एक ऐसी प्रगति जिसका लाभ समाज के अंतिम व्यक्ति तक पहुंच रहा है। फ्रांस में जितने घर हैं, उससे भी अधिक पक्के घर बीते 12 वर्ष में हमने जरूरतमंदों के लिए बनाए हैं।

अब हर परिवार के पास, गरीब से गरीब क्यों न हो, Bank Account है। Financial Inclusion एक सरकारी कार्यक्रम नहीं, बल्कि सामाजिक परिवर्तन का अभियान बना है।

साथियों,

इन 12 वर्षों की उपलब्धियों में, एक उपलब्धि ऐसी भी है जिसे किसी आंकड़े से, या अंकों से, नहीं मापा जा सकता। वह है 140 करोड़ भारतीयों का आत्मविश्वास।

आज का भारत और आज के भारत का युवा बहुत बड़े सपने देख रहा है। भारत का किसान नई संभावनाओं के साथ आगे बढ़ रहा है। भारत की महिलाएं नए नेतृत्व का परिचय दे रही हैं। इसलिए ये सिर्फ Achievements के 12 साल नहीं हैं, ये भारत की एस्पिरेशन्स को नई बुलंदी देने का कालखंड रहा है।

साथियों,

एक समय था जब दूर-दराज के गांवों तक आधुनिक सुविधाएं पहुंचाना वाकई बहुत मुश्किल भरा था। आज उन्हीं गांवों में बिजली भी है, इंटरनेट भी है, और डिजिटल सेवाओं की पूरी दुनिया भी है। आज एक क्लिक पर, कभी भी, कहीं भी बैंकिंग सेवाएं उपलब्ध हैं।

आज मोबाइल फोन, भारत के नागरिकों को अनेक सुविधाओं से कनेक्ट कर रहा है। हमारे किसान, हमारे मछुआरे, हमारे dairy farmers, हमारी महिलाएं, हमारे स्टूडेंट्स, सभी टेक्नोलॉजी के माध्यम से सशक्त हो रहे हैं, और अपने लिए नए अवसर बना रहे हैं।

साथियों,

आपने 125 करोड़ से अधिक Aadhaar IDs के बारे में सुना है। लेकिन आज भारत सिर्फ पहचान को डिजिटल नहीं बना रहा। आज करीब 90 करोड़ भारतीयों की Unique Digital Health IDs बनाई जा चुकी हैं। जिससे मेडिकल रिकॉर्ड सुरक्षित और accessible बन गए हैं। इससे हेल्थकेयर डिलीवरी और अधिक आसान और efficient हो रही है।

साथियों,

इन उपलब्धियों की सबसे बड़ी विशेषता यह है कि इनमें से अधिकांश चीजें कुछ वर्ष पहले तक कल्पना जैसी लगती थीं। कौन सोच सकता था कि गांव-गांव तक हाई-स्पीड इंटरनेट पहुंचेगा ? कौन सोच सकता था कि दूर-सुदूर के गांवों में भी QR code जीवन का हिस्सा बन जायेगा ? गांव में कोई बहन, ड्रोन से खेती करने में मदद करेगी, ये भी असंभव लगता था।

लेकिन आज यह सब, भारत के करोड़ों लोगों के जीवन का सामान्य हिस्सा बनता जा रहा है। और आपको गर्व होगा साथियों, यही नए भारत की पहचान है।

जो कभी सपना था, वह आज सच्चाई है। जो कभी नामुमकिन लगता था, वो आज मुमकिन हुआ है, औऱ ये करने के पीछे सबसे बड़ी ताकत क्या है? किसकी वजह से ये सब संभव हुआ है? यह मोदी के कारण नहीं, वो ताकत है- भारत का लोकतंत्र, भारत की डेमोक्रेसी। इस डेमोक्रेसी में सबका साथ है, सबका विकास है।

साथियों,

आज से 50 या 100 साल बाद जब भारत के इस कालखंड की समीक्षा होगी, तो ये बात उभरकर सामने आएगी कि इस कालखंड को भारत की Aspirations ने ड्राइव किया। यह भारत के एस्पिरेशन्स का नया युग है।

जहां बिजली पहुंची है, वहां लोग सिर्फ बिजली नहीं चाहते, वे Smart Living चाहते हैं। जहां ट्रेन पहुंची है, वहां लोग High-Speed Connectivity चाहते हैं। जहां हाईवे बने हैं, वहां लोग World-Class Expressways चाहते हैं। जहां इंटरनेट पहुंचा है, वहां लोग AI और Digital Innovation में नेतृत्व चाहते हैं।

यानि आज भारत के लोग अपने जीवन को भी Next Level पर ले जाना चाहते हैं, और भारत को भी Next Level पर ले जाना उनका मकसद है, उनका संकल्प है, उनके सपने है।

और साथियों,

यही Aspirations आज भारत की विकास यात्रा की सबसे बड़ी शक्ति हैं। मैं आपको भारत की Space Journey का उदाहरण दूंगा।

भारत ने चंद्रयान को चंद्रमा के South Pole पर उतारा। दुनिया ने इसे एक बहुत बड़ी उपलब्धि माना। लेकिन भारत इसे अपनी मंजिल मानकर रुका नहीं। आज देश गगनयान की तैयारी कर रहा है। भारत अंतरिक्ष में अपना Space Station बनाने की दिशा में आगे बढ़ रहा है।

हमारे Space Startups Global Space Economy में अपनी जगह बनाने के लिए पुरजोश काम कर रहे हैं, आगे बढ़ रहे हैं।

साथियों,

Green Energy के क्षेत्र में भी भारत की यही एस्पिरेशंस दिखाई देती है। Solar Power में भारत की उपलब्धियों की दुनिया भर में लगातार चर्चा हो रही हैं। लेकिन भारत अगली छलांग की तैयारी कर रहा है।

Green Hydrogen में बड़े निवेश हो रहे हैं। Advanced Nuclear Energy पर तेजी से काम हो रहा है। आपने भारत के Fast Breeder nuclear Reactor से जुड़ी प्रोग्रेस के बारे में भी सुना ज़रूर होगा। ये भारत के न्यूक्लियर एनर्जी लैंडस्केप में क्रांतिकारी परिवर्तन करने का बहुत बड़ा अचीवमेंट हमारे सीसेन्टिस्टों ने किया है।

साथियों,

आज का भारत भविष्य का पूरा Ecosystem बना रहा है। भारत एक साथ हर उस क्षेत्र में निवेश कर रहा है, जो आने वाले दशकों की दिशा तय करेगा।

अभी आपने कुछ दिन पहले ही देखा है नीस में भारत इनोवेट्स का एक आयोजन किया। ये इवेंट भारत के डीप टेक सामर्थ्य को दुनिया तक पहुंचाने का एक और माध्यम था। इसमें भारत के 120 Deep-Tech Startups उपस्थित थे। Bharat Innovates में करीब एक हजार चार सौ B2B Meetings हुईं है। कई Startups के लिए Investment Commitments आगे बढ़ीं, Commercial Orders के लिए रास्ते खुले। French और European Universities तथा Incubators के साथ Engagements बढ़ रही हैं।

Student Exchanges, Joint Research, और Innovation Support के नए रास्ते बने। इसलिए Bharat Innovates सिर्फ एक Summit नहीं रहा। यह Innovation Diplomacy का एक नया मॉडल बना है।

और आज ही पेरिस में VivaTech इवेंट के जरिए, इस यात्रा को हमने और आगे बढ़ाया। नीस में हमने Ideas को Capital से जोड़ा और पेरिस में Indian Innovation को Global Scale से जोड़ा। आज दुनिया देख रही है भारत केवल भविष्य के लिए तैयार नहीं हो रहा है। भारत भविष्य को आकार दे रहा है।

साथियों,

एक समय था, जब देशों के बीच रिश्ते केवल व्यापार से तय होते थे। आज व्यापार के साथ-साथ Trust यानि भरोसा भी उतना ही महत्वपूर्ण हो गया है।

हर देश Reliable Supply Chains चाहता है। हर देश Stable Partnerships चाहता है। हर देश ऐसे साथियों की तलाश में है, जिन पर लंबे समय तक भरोसा किया जा सके। और ऐसे समय में, भारत विश्व में एक Trusted Partner के रूप में उभर रहा है।

एवियां में G7 बैठक के दौरान मैंने trust based partnerships बनाने पर ज़ोर दिया। ग्लोबल साउथ के देशों के साथ equal पार्टनर्स के रूप में आगे बढ़ने का आह्वान किया। भारत का G7 समिट में संदेश था Global Governance तभी प्रभावी होगी जब वह Inclusive होगी। Global Growth तभी Sustainable होगी जब वह शेयर्ड होगी। और Global Technology तभी मानवता के लिए उपयोगी होगी जब वह Trusted होगी।

साथियों,

भारत और दुनिया के बीच व्यापारिक रिश्तों में नई ऊर्जा नज़र आ रही है। फ्रांस के साथ भारत का ट्रेड लगतार बढ़ रहा है। पिछले कुछ वर्षों में भारत ने दुनिया के अनेक देशों के साथ Free Trade Agreements किए हैं। यूरोपियन यूनियन हो, यूनाइटेड किंगडम हो दुनिया के हर देश, हर रीजन के साथ भारत समझौते कर रहा है।

अगले महीने से भारत और UK के बीच ट्रेड एग्रीमेंट भी लागू हो जाएगा। यह एग्रीमेंट भारत के farmers, workers और innovators को अनेक नए अवसर प्रदान करेगा।

साथियों,

आज दुनिया Uncertainty और Disruption के दौर से गुजर रही है। ऐसे समय में भारत और फ्रांस की साझेदारी विश्वास, स्थिरता और सहयोग का एक मजबूत स्तंभ बन रहा है।

इस वर्ष हमने भारत और फ्रांस के संबंधों को Special Global Strategic Partnership का दर्जा दिया था। नीस में मेरे मित्र President Macron और मैंने हमारे संबंधों को force for global good बनाने पर चर्चा की। Defence से लेकर space और नुक्लियर तक AI और क्रिटीकल मिनरल्स से लेकर high speed railway तक, हर क्षेत्र में हम मिलकर आगे बढ़ेंगे।

साथियों,

Solar energy हो, या AI के क्षेत्र में सहयोग हो, भारत और फ्रांस मिलकर ऐसे समाधान विकसित कर रहे हैं जो पूरी मानवता के हित में हैं। पिछले वर्ष पेरिस में और इस वर्ष दिल्ली में हमने AI Summit को Co-chair किया।

अब हम साथ मिलकर अगले वर्ष “तृष्णा” satellite को लॉन्च करने जा रहें हैं। यह “तृष्णा” satellite जो विश्व में फूड और वाटर सिक्युरिटी सुनिश्चित करने में योगदान देगा।

और साथियों,

यह सभी गवर्नमेंट टू गवर्नमेंट पहलो में आप सभी का योगदान बहुत महत्वपूर्ण है। ये आप हैं जो भारत और यूरोप के बीच सबसे मजबूत सेतु हैं। आप दोनों समाजों को समझते हैं। दोनों बाजारों को समझते हैं। आने वाले समय में Talent, Trade, Technology, Tourism और Investment के नए अवसरों को आगे बढ़ाने में आपकी भूमिका लगातार बढ़ने वाली हैं।

साथियों,

भारत और फ्रांस के रिश्तों को साझा इतिहास, साझा मूल्यों और साझा विश्वास ने आगे बढ़ाया है। विश्व युद्धों के दौरान फ्रांस की धरती पर बलिदान देने वाले भारतीय सैनिकों की स्मृतियां आज भी हमें जोड़ती हैं।

मुझे पहले नव शापेल में श्रद्धांजलि देने का अवसर मिला, पिछले वर्ष प्रेसिडेंट मैक्रों के साथ मार्सेय के वॉर मेमोरियल जाने का अवसर भी मिला। ये हमारी साझा विरासत है।

फ्रांस, भारतीयों के योगदान को संजोता भी है और सराहता भी है। भारतीय मूल की नूर इनायत खान हों, जिन्होंने फ्रांस की Resistance के लिए अपना जीवन बलिदान किया, या महाराजा रणजीत सिंह के साथ काम करने वाले जनरल जां फ्रांस्वा अलार हों ये सभी भारत और फ्रांस की साझा विरासत के प्रतीक हैं।

भारत के राज्य पुडुचेरी में भी फ्रेंच विरासत की झलक दिखाई देती है। वहां का Architecture, वहां की कला-संस्कृति और खान-पान सभी में हमारे संबंधों की महेक है।

साथियों,

इस समय फ्रांस समेत पूरी दुनिया में International Yoga Day की तैयारी भी चल रही है। इस अवसर पर मैं, फ्रांस में योग को आगे बढ़ाने वाले श्रीमान महेश घाट्राड्याल जी को भी आदरपूर्वक श्रद्धांजलि देता हूं। मैं पद्म पुरस्कार से सम्मानित, शार्लोत शोपां जी को भी प्रणाम करता हूं। जिन्होंने सौ वर्ष की आयु में भी, योग के माध्यम से फ़्रांस को भारत की विरासत से जोड़ा है। उनका जीवन यह सिद्ध करता है: Yoga does not add years to life, it adds life to years.

साथियों,

मैं फ्रेद नेग्री जी को भी आदरपूर्वक श्रद्धापूर्वक याद करता हूं। भारतीय विरासत को संरक्षित करने में उनका योगदान अतुल्य रहा है।

साथियों,

भारत और फ्रांस को कनेक्ट करने वाली एक और चीज है, और वो है फुटबॉल। इस वक्त यहां फुटबॉल फीवर पूरे जोर पर है। फ्रांस में इसकी दीवानगी, चप्पे-चप्पे पर दिखती है। लेकिन भारत में भी फुटबॉल का क्रेज़ सिर चढ़कर बोलता है।

खासतौर पर फ्रांस की टीम के फैन्स भारत में बहुत अधिक हैं। फ़्रांस ने इस वर्ल्ड कप की शुरुआत एक जोरदार जीत से शुरू की है। मैं फ्रांस की टीम को बहुत-बहुत शुभकामनाएं देता हूं।

साथियों,

जाने से पहले, आप सभी के लिए कुछ और अच्छी खबरें भी लेकर के आया हूँ। वो आपके लिए हैं। पिछले वर्ष, मार्सेय में कॉन्सुलेट खोला गया, इससे काफी अधिक सुविधा मिल रही है। कुछ हफ्ते पहले, Indian Nationals के लिए French Airports पर Visa-free Transit की व्यवस्था शुरू हो गई है।

Students और Professionals की Mobility बढ़ाना हो, या Educational Qualifications की Mutual Recognition की बात हो, या फिर French Universities के भारत में Campus खोलना हो, इन सभी पर हम मिलकर आगे बढ़ रहें हैं।

अब फ्रांस में UPI के उपयोग का दायरा भी और बढ़ने जा रहा है। यानि भारत-फ्रांस कनेक्ट भी Instant और आपसी Payment भी Instant!

साथियों,

इन सभी पहलों से, हम भारत और फ़्रांस को और करीब ला रहें हैं। और मैं फिर कहूंगा इस साझेदारी की नींव, इस रिश्ते की असली ताकत आप सभी हैं। आप सब मेरे देशवासी हैं।

आज जब भारत तेज़ी से विकसित भारत के लक्ष्य की ओर बढ़ रहा है, तो मैं आप सभी से भारत के साथ और गहराई से जुडने का आग्रह करूंगा। इससे भारत की विकास यात्रा को नई शक्ति मिलेगी, और आपको अपनी पुरखों की धरती की सेवा करने का अवसर भी मिलेगा।

इन्हीं शब्दों के साथ आप सभी के प्रेम आपके उत्साह और इस आत्मीय स्वागत के लिए मैं एक बार फिर आप सभी का आभार व्यक्त करता हूं।

भारत माता की जय!

बहुत बहुत धन्यवाद।