এটা ভয়ংকৰ দুৰ্ঘটনা হ'ল। অসহনীয় বেদনা মই অনুভৱ কৰিছোঁ আৰু অনেক ৰাজ্যৰ নাগৰিকে এই যাত্ৰাত কিবা নহয় কিবা তেওঁলোকে হেৰুৱালে। যিসকল লোকে নিজৰ জীৱন হেৰুৱালেএয়া বহত ডাঙৰ পীড়াদায়ক আৰু বেদনাৰেও শোকাৰ্ত মনক বিচলিত কৰা।

যিসকল পৰিয়ালৰ লোক আহত হৈছে তেওঁলোকৰ বাবেও চৰকাৰে তেওঁলোকৰ উত্তম স্বাস্থ্যৰ বাবে কোনো কৰণীয় বাকী নাৰাখে। যিসকল পৰিজনক আমি হেৰুৱাইছোঁ তেওঁলোকক তো ওভতাই আনিব নোৱাৰোঁকিন্তু চৰকাৰ তেওঁলোকৰ দুখতপৰিজনৰ দুখত তেওঁলোকৰ সৈতে আছে। চৰকাৰৰ বাবে এই ঘটনা অত্যন্ত গম্ভীৰসকলো ধৰণৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু যাকেই দোষী পোৱা যাবতেওঁৰ কঠোৰতকৈও কঠোৰ শাস্তি হওকতেওঁক ৰেহাই দিয়া নহ'ব।

মই ওড়িশা চৰকাৰৰোইয়াৰ প্ৰশাসনৰ সকলো বিষয়াৰ যি যিদৰে এই পৰিস্থিতিত নিজৰ ওচৰত যিয়েই ব্যৱস্থা আছিল তাৰেই মানুহৰ সহায় কৰাৰ প্ৰয়াস কৰে। ইয়াৰ নাগৰিকসকলকো হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ কিয়নো তেওঁলোকে এই সংকটৰ সময়ত লাগে ব্লাড ডনেশ্যনৰ কাম হওকলাগে উদ্ধাৰ অভিযানত সহায়ৰ কথা হওকযিয়েই তেওঁলোকে কৰিব পাৰিছিল তাকে কৰাৰ প্ৰয়াস কৰিছিল। বিশেষকৈ এই অঞ্চলৰ যুৱকসকলে গোটেই নিশা পৰিশ্ৰম কৰিলে।

মই এই অঞ্চলৰ নাগৰিকসকলকো শ্ৰদ্ধাৰে নমন কৰিছোঁ যে তেওঁলোকৰ সহযোগৰ কাৰণেই অপাৰেশ্যন দ্ৰুতগতিত আগবঢ়াব পৰা গ'ল। ৰে'লৱেই নিজৰ সম্পূৰ্ণ শক্তিসমগ্ৰ ব্যৱস্থা উদ্ধাৰ অভিযানত আগলৈ ৰিলিভৰ বাবে আৰু যিমান পাৰি সোনকালে ট্ৰেক ৰিষ্ট'ৰ হওকযাতায়াতৰ কাম দ্ৰুতগতিত আকৌ আহকএই তিনিওটা দৃষ্টিৰে সুবিচাৰিত ৰূপে প্ৰয়াস আগবঢ়ায়।

কিন্তু এই দুখৰ সময়ত মই আজি ঘটনাস্থলীলৈ গৈ সকলো বিষয় চাই আহিছোঁ। হাস্পতালতো যিসকল আহত নাগৰিক আছিলতেওঁলোকৰ সৈতে মই কথা পাতিলোঁ। মোৰ ওচৰত শব্দ নাই এই বেদনা প্ৰকট কৰিবলৈ। কিন্তু পৰমাত্মাই অমাক সকলোকে শক্তি দিয়ক যাতে অমি সোনকালেই এই দুখৰ সময়ৰ পৰা ওলআওঁ। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি এই ঘটনাৰ পৰাও বহু কথা শিকিম আৰু নিজৰ ব্যৱস্থাকো আৰু যিমান নাগৰিকৰ ৰক্ষাক প্ৰাথমিকতা দি আগবঢ়াম। দুখৰ সময়আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ এই পৰিজনসকলৰ বাবে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi At SRCC:

Media Coverage

PM Modi At SRCC: "Those Who Pushed India Into 'Fragile 5' Can't Digest 7.8%"
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."