Along with celebrating the 75th festival of independence, Azadi ka Mahotsav is an opportunity to build a clear vision and roadmap for future India: PM
In the world that is shrinking due to physical, technological and financial connectivity, new possibilities are being created around the world for the expansion of our exports: PM
Considering the size of our economy and potential, our manufacturing and service industry base, there is tremendous potential for export growth: PM
Production Linked Incentive Scheme will not only help in increasing the scale of our manufacturing but also increase the level of global quality and efficiency: PM
Decision taken by India to get rid of retrospective taxation shows our commitment, shows consistency in policies and gives a clear message to all the investors that India is not only opening the doors of new possibilities but the decisive Government of India, has the will to fulfill its promises: PM
Central government is working closely with the states to minimize the regulatory burden: PM
Healthy competition is being promoted between the states to make export hubs in the states: PM
We have to find new destinations and push new products. Can we have futuristic strategies for new sectors?

নমস্কাৰ,

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সকলো সহকৰ্মীসকল। ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, সমগ্ৰ বিশ্বতে সেৱা আগবঢ়োৱা সকলো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকল। বিভিন্ন ৰপ্তানি পৰিষদ আৰু চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিৰ সকলো নেতাসকল। মহিলা আৰু ভদ্ৰলোকসকল! এয়া স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়। এয়া কেৱল স্বাধীনতাৰ ৭৫ তম বৰ্ষত আমাৰ স্বাধীনতা উদযাপন কৰাৰ সময় নহয়, ভৱিষ্যতৰ ভাৰতৰ বাবে এক স্পষ্ট দৃষ্টিভংগী আৰু ৰোডমেপ গঢ়ি তোলাৰ সময়। ইয়াত আমাৰ ৰপ্তানিৰ উচ্চাকাংক্ষা আৰু ইয়াত আপোনালোক সকলো সহকৰ্মী, পদক্ষেপ, আপোনাৰ ভূমিকা বৃহৎ। আজি গোলকীয় পৰ্যায়ত যি ঘটিছে, মই ভাবো আমি সকলো ইয়াত আছোঁ আৰু মোৰ সন্মুখত যিসকল লোক বহি আছে তেওঁলোক এই সকলোবোৰ বস্তুৰ সৈতে অধিক পৰিচিত। আজি, ভৌতিক, প্ৰযুক্তিগত আৰু বিত্তীয় সংযোগৰ বাবে, পৃথিৱীখন প্ৰতিদিনে সৰু হৈ আহিছে। এনে পৰিস্থিতিত, আমাৰ ৰপ্তানি সম্প্ৰসাৰণৰ বাবে সমগ্ৰ বিশ্বতে নতুন সম্ভাৱনা সৃষ্টি কৰা হৈছে। আৰু মই ভাবো, মোতকৈ, আপোনালোক সকলোৱে অতি অভিজ্ঞ, অতিশয় জ্ঞানী। আজি এই উদ্যোগৰ বাবে আৰু এই ধৰণৰ বিষয়বোৰ ৰখাৰ সুযোগৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। ৰপ্তানি সম্পৰ্কে আমাৰ উচ্চাভিলাষী লক্ষ্যসমূহক উৎসাহিত কৰিবলৈ আপোনালোক সকলোৱে দেখুওৱা উৎসাহ, আশাবাদ আৰু প্ৰতিশ্ৰুতিও প্ৰশংসনীয়।

বন্ধুসকল,

যেতিয়া বিশ্ব অৰ্থনীতিত আমাৰ সৰ্বাধিক অংশ আছিল আৰু সেই সময়ত, এই দেশৰ এটা মুখ্য কাৰণ আছিল ভাৰতৰ শক্তিশালী বাণিজ্য আৰু ৰপ্তানি। আমি আমাৰ পৃথিৱীৰ প্ৰায় প্ৰতিটো অংশৰ সৈতে বাণিজ্য সংযোগ আৰু বাণিজ্য পথ। আজিও, যেতিয়া আমি গোলকীয় অৰ্থনীতিৰ সেই পুৰণি অংশ পুনৰ প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰি আছো এনে ক্ষেত্ৰত আমাৰ ৰপ্তানিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। আজি যেতিয়া পচ্ছাদ ক’ভিড গ্ল’বেল বিশ্বত গ্ল’বেল চাপ্লাই চেইনৰ ওপৰত এক ব্যাপক বিতৰ্ক হয়, আমি নতুন সুযোগৰ সুবিধা ল'বলৈ আমাৰ সকলো শক্তি প্ৰয়োগ কৰিব লাগিব। আপুনি সকলোৱে জানে যে বৰ্তমান আমাৰ ৰপ্তানি জিডিপিৰ প্ৰায় ২০ শতাংশ। আমাৰ অৰ্থনীতিৰ আকাৰ, আমাৰ সম্ভাৱনা, আমাৰ উৎপাদন আৰু সেৱা উদ্যোগৰ আধাৰৰ পৰিপ্ৰেক্ষিতত, ই যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আজি, যেতিয়া দেশখন স্বাৱলম্বী ভাৰতৰ অভিযানত জড়িত হৈছে, ইয়াৰ এটা লক্ষ্য হৈছে ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বব্যাপী যোগান শৃংখলাত ভাৰতৰ অংশ বৃদ্ধি কৰা। আৰু সেয়েহে আজি আমি নিশ্চিত কৰিব লাগিব যে আন্তৰ্জাতিক চাহিদা অনুসৰি আমি প্ৰৱেশাধিকাৰ পাম যাতে আমাৰ ব্যৱসায় বৃদ্ধি হ'ব পাৰে। আমাৰ উদ্যোগটোৱে সৰ্বশ্ৰেষ্ঠ প্ৰযুক্তিৰ দিশত আগবাঢ়িব লাগিব, উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু আৰ এণ্ড ডিত অংশ বৃদ্ধি কৰিব লাগিব। গোলকীয় মূল্য শৃংখলাত, আমাৰ অংশ এই পথত বৃদ্ধি হ'ব। প্ৰতিযোগিতা আৰু উৎকৰ্ষতাক উৎসাহিত কৰিহে আমি প্ৰতিটো খণ্ডতে গোলকীয় চেম্পিয়ন সৃষ্টি কৰিব লাগিব। সহকৰ্মীৰ ৰপ্তানি বৃদ্ধিৰ বাবে চাৰিটা কাৰক অতি গুৰুত্বপূৰ্ণ। প্ৰথমতে, দেশৰ উৎপাদন বহুগুণে বৃদ্ধি পাইছে। আৰু এয়া গুণগতভাৱে প্ৰতিযোগিতামূলক হ'ব লাগে। আৰু বন্ধুসকলে কোৱাৰ দৰেই আজি পৃথিৱীত এনে শ্ৰেণী সৃষ্টি হৈছে। যিয়ে মূল্যতকৈ গুণগত মানদণ্ডৰ ওপৰত অধিক গুৰুত্ব দিয়ে। আৰু আমি এই বস্তুটো সম্বোধন কৰিব লাগিব। দ্বিতীয়তে, পৰিবহণৰ লজিষ্টিক সমস্যাবোৰ আঁতৰ কৰিব লাগে। ই ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু যিকোনো ব্যক্তিগত খেলুৱৈক খেলুৱৈ কৰে। তেওঁলোক সকলোৱে তেওঁলোকৰ ভূমিকা পালন কৰিব লাগিব। তৃতীয়তে, চৰকাৰে ৰপ্তানিকৰ্তাসকলৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়িছে। যদি এইবোৰ কোনো ৰাজ্য চৰকাৰ ইয়াত জড়িত নহয়। আৰু কোনোবা এজন ব্যৱসায়ীয়ে যদি নিজৰ ধৰণে ৰপ্তানি কৰি থাকে। বিচ্ছিন্নভাৱে। গতিকে আমি বিচৰা ফলাফল নাপাম। আমি একেলগে কাম কৰিব লাগিব। আৰু আজিৰ অনুষ্ঠানটোৰ সৈতে সম্পৰ্কিত চতুৰ্থ কাৰকটো হ'ল ভাৰতীয় সামগ্ৰীৰ বাবে আন্তৰ্জাতিক মাৰ্কেট। এই চাৰিটা কাৰক একত্ৰিত হ'লেহে আমি বিশ্বৰ বাবে মেক ইন ইণ্ডিয়াৰ লক্ষ্য উন্নতভাৱে প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ম।

আৰু বন্ধুসকলে কোৱাৰ দৰেই আজি পৃথিৱীত এনে শ্ৰেণী সৃষ্টি হৈছে। যিয়ে মূল্যতকৈ গুণগত মানদণ্ডৰ ওপৰত অধিক গুৰুত্ব দিয়ে। আৰু আমি এই বস্তুটো সম্বোধন কৰিব লাগিব। দ্বিতীয়তে, পৰিবহণৰ লজিষ্টিক সমস্যাবোৰ আঁতৰ কৰিব লাগে। ই ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু যিকোনো ব্যক্তিগত খেলুৱৈক খেলুৱৈ কৰে। তেওঁলোক সকলোৱে তেওঁলোকৰ ভূমিকা পালন কৰিব লাগিব। তৃতীয়তে, চৰকাৰে ৰপ্তানিকৰ্তাসকলৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়িছে। যদি এইবোৰ কোনো ৰাজ্য চৰকাৰ ইয়াত জড়িত নহয়। আৰু কোনোবা এজন ব্যৱসায়ীয়ে যদি নিজৰ ধৰণে ৰপ্তানি কৰি থাকে। বিচ্ছিন্নভাৱে। গতিকে আমি বিচৰা ফলাফল নাপাম। আমি একেলগে কাম কৰিব লাগিব। আৰু আজিৰ অনুষ্ঠানটোৰ সৈতে সম্পৰ্কিত চতুৰ্থ কাৰকটো হ'ল ভাৰতীয় সামগ্ৰীৰ বাবে আন্তৰ্জাতিক মাৰ্কেট। এই চাৰিটা কাৰক একত্ৰিত হ'লেহে আমি বিশ্বৰ বাবে মেক ইন ইণ্ডিয়াৰ লক্ষ্য উন্নতভাৱে প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ম।

বন্ধুসকল,

আজি দেশৰ চৰকাৰ, ৰাজ্যসমূহৰ চৰকাৰে ব্যৱসায়িক জগতৰ প্ৰয়োজনীয়তা বুজি আগবাঢ়িবলৈ চেষ্টা কৰি আছে। এই অভিযানৰ অধীনত, অনুপালনত কেইবাটাও শিথিলতা প্ৰদান কৰা হৈছে। এইটোৱে অৰ্থনৈতিক কাৰ্যকলাপবোৰ সুচাৰুৰূপে চলাটো সহজ কৰি তুলিছে। ৩ লাখ কোটি টকাৰ জৰুৰীকালীন ক্ৰেডিট লাইন গেৰাণ্টি আঁচনিয়ে এমএছএমই আৰু অন্যান্য প্ৰভাৱিত খণ্ডসমূহক সকাহ দিছে। পুনৰুদ্ধাৰ আৰু বিকাশত উদগনি দিবলৈ শেহতীয়াকৈ আৰু ১.৫ লাখ কোটি টকা অনুমোদিত হৈছে।

বন্ধুসকল,

Production Linked Incentive আঁচনিৰ দ্বাৰা আমাৰ কেৱল গোলকীয় মানদণ্ড আৰু দক্ষতাৰ স্তৰ বৃদ্ধি হোৱাত সহায়ক হোৱাই নহয় বৰঞ্চ আমাৰ উৎপাদনৰ পৰিমাণো বৃদ্ধি কৰাত সহায় কৰিব। ইয়াৰ ফলত স্বাৱলম্বী ভাৰতৰ মেড ইন ইণ্ডিয়াৰ এক নতুন পৰিস্থিতিতন্ত্ৰৰ বিকাশত যথেষ্ট সহায় হ'ব। আৰু বিকশিত হ'ব পাৰে। দেশখনে উৎপাদন আৰু ৰপ্তানিৰ নতুন গোলকীয় চেম্পিয়ন লাভ কৰিব। ম'বাইল ফোন খণ্ডতো, আমি ইয়াৰ প্ৰভাৱ অনুভৱ কৰি আছো। ৭ বছৰ পূৰ্বে, আমি বাহিৰৰ পৰা প্ৰায় ৮ বিলিয়ন ডলাৰ মূল্যৰ ম’বাইল ফোন আমদানি কৰিছিলো। এতিয়া, ই ২ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। ৮ বিলিয়নৰ পৰা ২ বিলিয়ন। ৭ বছৰ আগতে, ভাৰতে মাত্ৰ ০.৩ বিলিয়ন ডলাৰ মূল্যৰ ম’বাইল ফোন ৰপ্তানি কৰিছিল। এতিয়া, ই ৩ বিলিয়ন ডলাৰতকৈও অধিক লৈ বৃদ্ধি হৈছে।

বন্ধুসকল,

নিৰ্মাণ আৰু ৰপ্তানিৰ সৈতে জড়িত আন এক সমস্যা সমাধানৰ বাবেও চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে৷ দেশত Logistics ৰ Time আৰু Cost কম কৰাতো কেন্দ্ৰ আৰু ৰাজ্য দুয়ো চৰকাৰৰ প্ৰাথমিকতা হয় আৰু হবও লাগে৷ ইয়াৰ বাবে লাগিলে পলিচিৰ সিদ্ধান্তই হওক বা আন্তঃগাঠনি নিৰ্মাণ সকলো স্তৰতে আমি কাম আৰু ক্ষিপ্ৰতাৰে কৰিব লাগিব৷ আজি আমি মাল্টিমডেল কানেক্টিভিটিৰ ফালে ক্ষিপ্ৰতাৰে আগুৱাই গৈ আছো৷

বন্ধুসকল,

এতিয়া আমি শুনিলো বাংলাদেশে অনুভৱ ব্যক্ত কৰিলে যে এতিয়া ৰেল পথেৰে সামগ্ৰী যাবলৈ ধৰিছে৷ তেন্তে একেবাৰে বৃদ্ধি হ’বলৈ ধৰিছে৷ বন্ধুসকল, চৰকাৰৰ তৰফৰ পৰা নিৰন্তৰ প্ৰয়াস কৰি থকা হৈছে৷ মহামাৰীৰ প্ৰভাৱ কিদৰে কমৰো কম কৰিব পাৰি৷ আমাৰ এই সম্পূৰ্ণ প্ৰচেষ্টা যাতে ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণত থাকে৷ দেশত এতিয়া টীকাকৰণৰ কাম ক্ষিপ্ৰ গতিত চলি আছে৷ দেশবাসী আৰু ইণ্ডাষ্ট্ৰীৰ সকলো প্ৰয়োজনীয়তা সকলো সমস্যা দূৰ কৰিবৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ যোৱা সময়ছোৱাত কৰা প্ৰয়াসবোৰৰ ফলাফল এতিয়া আপোনালোকেও অনুভৱ কৰি আছে৷ আমাৰ ইণ্ডাষ্ট্ৰীয়ে আমাৰ ব্যৱসায়ীয়েও এই সময়ত উদ্ভাৱণ কৰিছে নতুন প্ৰত্যাহ্বানসমূহ সমাধান কৰাত বহুত সহায় কৰিছে৷ ইণ্ডাষ্ট্ৰীয়ে দেশক মেডিকেল ইমাৰজেঞ্চীৰ সৈতে মোকাবিলা কৰিবলৈও সহায় কৰিছে আৰু বিকাশক পুনৰউজ্জীৱিত কৰাতো ভূমিকা পালন কৰিছে৷ সেই কাৰণেই এতিয়া Drugs আৰু Pharmaceuticals ৰ সৈতে Agriculture ৰ দৰে চেক্টৰতো আমাৰ এক্সপৰ্ট নতুন স্তৰত উপনীত হৈছে৷ আজি আমাৰ অৰ্থব্যৱস্থাত পুনৰুদ্ধাৰে নহয় আনকি উচ্চ বিকাশক লৈও ইতিবাচক ইংগিত দেখা পোৱা গৈছে৷ পৃথিৱীৰ বহুতো ডাঙৰ Economies ও ক্ষিপ্ৰতাৰে পুনৰুদ্ধাৰ হোৱাৰ সংকেত পোৱা গৈছে৷ সেয়েহে Export ক লৈ ডাঙৰ লক্ষ্য ৰখাৰ লগতে সেইবোৰত অৰ্জন কৰাৰ ক্ষেত্ৰত এইখিনি এক ভাল সময়৷ তাৰ বাবেও চৰকাৰে সকলো স্তৰতে দৰকাৰী পদক্ষেপ গ্ৰহণ কৰিছে৷ শেহতীয়াকৈ চৰকাৰে Exporters লৈ এক ডাঙৰ সিদ্ধান্তই গ্ৰহণ কৰিছে৷ এই সিদ্ধান্তৰ ফলত আমাৰ Exporters ক Insurance Cover ৰ ৰূপত প্ৰায় ৪৪ হাজাৰ কোটি টকাৰ Boost পাব। এনে দৰে export incentives ক rationalize কৰাৰ বাবে WTO অনুগত ইয়াক তৈয়াৰ কৰাৰ ফলতো এক্সপৰ্টে বল পাব৷

বন্ধুসকল,

পৃথিৱীৰ বেলেগ-বেলেগ দেশত ব্যৱসায়ী কৰা আমাৰ এক্সপৰ্টাৰ্চ বহুত ভালদৰে জানে যে Stability ৰ কিমান ডাঙৰ প্ৰভাৱ থাকে৷ ভাৰতে retrospective taxation ৰ পৰা মুক্তিৰ যি সিদ্ধান্তই গ্ৰহণ কৰিলে সেয়াই আমাৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে পলিচিসমূহত স্থিৰতা প্ৰদৰ্শন কৰে৷ এইটো সকলো বিনিয়োগকাৰীক স্পষ্ট বাৰ্তা দিয়ে যে আগবাঢ়ি যোৱা ভাৰতে না কেৱল সম্ভাৱণাৰ দ্বাৰ খুলিছে আনকি ভাৰতৰ নিৰ্ণায়ক চৰকাৰে নিজৰ প্ৰতিশ্ৰুতিও পূৰণৰ ইচ্ছাশক্তি ৰাখে৷

বন্ধুসকল,

ৰপ্তানিৰ সৈতে জড়িত আমাৰ যি লক্ষ্য আছে যি আমাৰ সংস্কাৰ আছে তাত দেশৰ সকলো ৰাজ্যৰ বহুত ডাঙৰ অংশীদাৰীত্ব আছে৷ ইনভেষ্টমেন্ট হওক Ease of Doing Business হওক Last mile infrastructure হওক এইবোৰত ৰাজ্যৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ৷ ৰাপ্তানি হওক বা বিনিয়োগ ইয়াক বৃদ্ধি কৰাৰ বাবে regulatory burden কমতকৈও কম হোৱাৰ বাবে কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে মিলি কাম কৰি আছে৷ ৰাজ্যসমূহত export hubs নিৰ্মাণ হওক তাৰ বাবে এক healthy competition ক promote কৰা হৈ আছে৷ সকলো জিলাতে কোনো এক প্ৰডাক্টত ফ’কাচ কৰাৰ বাবে ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে৷

বন্ধুসকল,

ৰপ্তানিক লৈ আমাৰ ambitious target এক holistic আৰু detailed action plan সৈতে হে achieve হ’ব পাৰে৷ আমাৰ নিজৰ বৰ্তমান ৰপ্তানিও ক্ষিপ্ৰ কৰিব লাগিব আৰু নতুন প্ৰডাক্টসমূহৰ বাবে মাৰ্কেট নতুন destinations তৈয়াৰ কৰাৰ বাবেও কাম কৰিব লাগিব৷ আৰু মই আপোনালোকক কিছু উপদেশো আগবঢ়াব বিচাৰো৷ আমাৰ যি Missions আছে। সেইটোই এইটো স্থিৰ কৰিব পাৰে৷ যে আজি যি দেশত তেওঁলোক আছে সেইখন বহুত সৰু দেশ সেয়ে মই তেওঁলোকৰ কথা কোৱা নাই৷ কিন্তু অন্য দেশবোৰত বৰ্তমান ধৰি লওক তিনিটা স্থানতে ভাৰতৰ সামগ্ৰী গৈ আছে৷ তিনিটাই গন্তব্যস্থান আছে৷ আমি স্বাধীনতাৰ এই 75 বছৰ বাবে পাচটা নতুন গন্তব্যস্থান ইয়াৰ সৈতে যোগ দিব নোৱাৰো নে৷ যে যত ভাৰতৰ পৰা কিবা নহয় কিবা আহে৷ মই বুজো কৰিব পাৰো৷ কি আমাৰ Missions আজাদীৰ 75 বছৰত বাবে এই সিদ্ধান্তই ল’ব পাৰো যে আমাৰ দেশত ভাৰতৰ পৰা কমেও এতিয়া যি সামগ্ৰী আহে তাৰোপৰি অন্য নতুন 75 সামগ্ৰী আমি আমাৰ দেশত যত আমি mission ত কাম কৰি আছো সেই দেশলৈ লৈ যাব পাৰো৷ তেনেদৰে তাত যি Diaspora আছে Indian Diaspora আমি দেখিছো যোৱা সাত বছৰত বহুত proactive হৈছে। এক প্ৰকাৰে কান্ধত কান্ধ মিলাই কাম কৰাৰ প্ৰচেষ্টাৰ সৈতে আমি যুক্ত৷ আমাৰ ৰাজ্যভিত্তিক, আমাৰ Diaspora ৰ কিছু গোট তৈয়াৰ কৰক আৰু এই স্বাধীনতাৰ 75 বছৰৰ বৰ্ষপূতিত তেওঁলোকৰ respective ৰাজ্যৰ সৈতে এই এক বিষয়ক লৈ export ৰ বিষয়ক virtual summit কৰিব পাৰে৷ যেনে ধৰি লওক বিহাৰ চৰকাৰে আয়োজন কৰিলে৷ ভাৰত চৰকাৰো থাকিলে৷ বিহাৰৰ পৰি যি সামগ্ৰী export হয় তাৰ সকলো exporters ও থাকক। আৰু এই দেশত বাস কৰা বিহাৰৰ যি Diaspora আছে তেওঁলোকে তাৰ সৈতে সংযুক্ত হওক৷ আৰু বিহাৰৰ সেয়া কোনটো সামগ্ৰী৷ যি সেই respective country গৈ পাব লাগে৷ মই বুজি পাও Diaspora emotionally attach হ’ব৷ এইটোই মাৰ্কেটিংত ব্ৰেণ্ডিংত বহুত সহায় কৰিব পাৰে৷ আৰু আমাৰ সামগ্ৰী বহুত ক্ষিপ্ৰতাৰে বিস্তাৰিত হ’ব পাৰে৷ সেইধৰণে কি ৰাজ্য চৰকাৰসমূহেও এইটো থিৰাং কৰিব পাৰে৷ যে আমি আমাৰ ৰাজ্যৰ পাঁচ বা দহটা এনেধৰণৰ শীৰ্ষ অগ্ৰাধিকাৰযুক্ত সামগ্ৰী থিৰাং কৰো৷ যি আমি export কৰিব লাগে৷ আৰু পৃথিৱীৰ অতিকমেও 75 দেশত মোৰ ৰাজ্যৰ পৰা কিছু নহয় কিছু যাব লাগে৷ এইটো ৰাজ্যবোৰৰ মাজত লক্ষ্য হ’ব পাৰে৷ মানে আমি স্বাধীনতাৰ 75 বছৰ বিশ্বত গৈ পোৱাৰ নতুন নতুন উপায় অবলম্বণ গ্ৰহণ কৰি আমি সম্পূৰ্ণ proactively আমি প্ৰয়াস কৰিব পাৰো৷ আমাৰ এনেকুৱা বহুতো products আছে৷ বিশ্বই গমেই নাপায়৷ এতিয়া যেনে আমাৰ LED বাল্ব ভাৰতত ইমান কম ব্যয়বহুল LED বাল্ব তৈয়াৰ কৰিছে, পৃথিৱীয়ে গোলকীয় উষ্ণতাৰ কথা চিন্তা কৰি আছে৷ শক্তি সঞ্চয়ৰ কথা চিন্তা কৰি আছে৷ এই বিষয়টো লৈয়ে, আমি বিশ্বত LED লৈ যাওঁ৷ কম ব্যয়বহুল হিচাপে লৈ যাওঁ৷ আমি গোলকীয় উষ্ণতাৰ পৰা বিশ্বৰ মানৱতাৰ বাবে এক কামো কৰিম৷ আৰু ভাৰতে বহুত ডাঙৰ বজাৰো লাভ কৰিব৷ এনে বহুতো সামগ্ৰী আছে৷ মই এনে উদাহৰণৰ নাম কৈছো৷ আমি বহুতো কাম কৰিব পাৰো৷ বৰ্তমান আমাৰ প্ৰায় আধা এক্সপৰ্ট কেৱল 4টা ডাঙৰ destinations ৰ বাবে হয়৷ এইদৰে আমাৰ প্ৰায় 60 শতাংশ Export, Engineering Goods, Gems and Jewellery, Petroleum and chemical Products আৰু Pharmaceuticals ৰ সৈতে জড়িত হৈ আছে। মই বুজি পাওঁ যে ইমান ডাঙৰ বিশাল দেশ, ইমান ভিন্নতাৰে ভৰপূৰ দেশ, ইমান ডাঙৰ unique product ৰ দেশ, সেই বিশ্বত যদি গৈ নাপায় তেন্তে আমি আত্মচিন্তন কৰা উচিত৷ আমাৰ যি দোষ আছে সেয়া দূৰ কৰা উচিত৷ আৰু লগে ভাগে মিলি পথৰ সন্ধান কৰিবই লাগে৷ এই স্থিতি আমি মিলি সলনি কৰিব লাগে৷ আমি নতুন Destination ও সন্ধান কৰিব লাগে  আৰু নিজৰ নতুন Products ও বিশ্বলৈ গৈ পাব লাগে৷ Mining, Coal, Defence, Railways দৰে চেক্টৰসমূহ খোলাৰ বাবে আমাৰ entrepreneurs ক export বৃদ্ধি কৰাৰ বাবেও নতুন সুযোগ লাভ কৰি আছে৷ এই নতুন চেক্টৰৰ বাবে আমি কি futuristic strategies তৈয়াৰ কৰিব পাৰোনে?

বন্ধুসকল,

আজি এই কাৰ্যক্ৰমত উপস্থিত আমাৰ ৰাষ্ট্ৰদূতসকল, বিদেশ মন্ত্ৰালয়ৰ বন্ধুসকলৰ সৈতে মই আৰু এক কথাও ক’বলৈ আগ্ৰহ কৰো৷ আপোনালোকে যি দেশতে ভাৰতক প্ৰতিনিধিত্ব কৰি আছে, সেই দেশৰ প্ৰয়োজনীয়তাসমূহ বহুত ভালদৰে আপোনালোকে বুজি পাই৷ সেই দেশত কি সামগ্ৰীৰ চাহিদা আছে, ভাৰতৰ কোনটো ক্ষেত্ৰৰ পৰা সেই চাহিদা পূৰণ কৰিব পাৰি, সেই সম্পৰ্কে আপোনালোকৰ ভাল ধাৰণাও থাকিব৷ যোৱা 7 বছৰত আমি এক নতুন প্ৰয়োগ কৰিছো যে যি মিচনৰ মানুহ ভাৰতত আহে৷ তেতিয়া তেওঁলোকক ৰাজ্যলৈ পঠিয়াও৷ ৰাজ্য চৰকাৰৰ সৈতে তেওঁলোকৰ দুই-তিনি দিন কথা-বতৰা কৰাও৷ যাতে সেই ৰাজ্যখনে সেই দেশখনত নিজৰ কিছু কথা লৈ যোৱাত সুবিধা হয়৷ এই কাম ইতিমধ্যে চলি আছে৷ এনেটো ভাৰতৰ এক্সপৰ্টসমূহৰ বাবে, কমাৰ্চ ইণ্ডাষ্ট্ৰীৰ বাবে আপোনালোক সকলো এক বহুত মজবুত সেতুৰ দৰে৷ মই বিচাৰো যে কিছুমান বেলেগ-বেলেগ দেশত থকা ইণ্ডিয়া হাউচ, ভাৰতৰ মেনুফেকচাৰিং পাৱাৰৰো প্ৰতিনিধি হওক৷ সময়ে-সময়ে আপোনালোকে, ভাৰতত ইয়াৰ ব্যৱস্থাসমূহক সজাগ কৰি থাকিব,গাইড কৰি থাকিব, তেন্তে ইয়াৰ লাভ এক্সপৰ্ট বৃদ্ধিত হ’ব৷ মই কমাৰ্চ মন্ত্ৰালয়কো কম যে তেওঁলোকে এনেকুৱা ব্যৱস্থা তৈয়াৰ কৰক যাৰ ফলত আমাৰ এক্সপৰ্ট আৰু আমাৰ মিচন সমূহৰ মাজত নিৰন্তৰ যোগাযোগ থাকে৷ আৰু মইতো বিশ্বাস কৰো যে আজি এই ভাৰ্চুৱেল ব্যৱস্থাৰ কাৰণে এই কামবোৰ আমি বহুত ক্ষিপ্ৰতাৰে সহজতে কৰিব পাৰো৷ আগতে ভ্ৰমণ কৰা, মিটিং কৰা, এইবোৰ কৰাটো কঠিন আছিল৷ কিন্তু কৰোনাৰ পিছত ব্যাপকভাৱে এইটো সমগ্ৰ বিশ্বতে এক ব্যৱস্থা স্বীকৃত হৈ আছে৷ মই বিশ্বাস কৰো এই ভাৰ্চুৱেল অভ্যাসটো ইমান বেছি বৃদ্ধি কৰা উচিত৷ আৰু আমাৰ এই প্ৰকাৰৰ সকলো পাৰ্টী, সকলো অংশীদাৰৰ combined initiative প্ৰকাৰৰ প্ৰয়াস অধিক নিৰ্ণায়ক হ’ব৷

বন্ধুসকল,

আমাৰ Exports ৰ পৰা আমাৰ অৰ্থনীতি অধিক লাভৱান হওক, ইয়াৰ বাবে আমাৰ দেশৰ ভিতৰতো নিৰবচিন্ন আৰু উচ্চ মানদণ্ডৰ বিতৰণ প্ৰণালীৰ নিৰ্মাণ কৰিব লাগিব৷ তাৰ বাবে আমি এক নতুন সম্বন্ধ, নতুন অংশীদাৰীত্ব তৈয়াৰ কৰা উচিত৷ মোৰ সকলো Exporters ৰ প্ৰতি আগ্ৰহ যে তেওঁলোকে আমাৰ MSMEs, আমাৰ কৃষকসকল, আমাৰ মাছমৰীয়াসকলৰ সৈতে অংশীদাৰীত্ব দৃঢ় কৰক৷ আমাৰ  Startups ক প্ৰচাৰ কৰে, আমাৰ  বহুতো exporters থাকিব, হয়টো আজি startups ৰ পৃথিৱীত আমাৰ যুৱ প্ৰজন্ময়ই কিমান ডাঙৰ পৃথিৱীক প্ৰদান কৰিব পাৰে৷ তাৰ সৈতে পৰিচিত নহয়৷ পাৰিলে এদিন আমাৰ Commerce ministry উদ্যোগ লওক। আমাৰ startups আমাৰ exporters আমাৰ investors তেওঁলোকৰ এক যৌথ কৰ্মশালা হওক৷ ইটোই-সিটোৰ শক্তিৰ সৈতে পৰিচিত হওক৷ বিশ্বৰ বজাৰখনৰ সৈতে পৰিচিত হওক৷ হ’ব পাৰে আমি বহুত কিবা কৰিব পাৰো৷ আমি তেওঁলোকক সমৰ্থন কৰিম৷ যিমান দূৰ Quality আৰু efficiency ৰ প্ৰশ্ন হওক তেনে ক্ষেত্ৰত, নিজৰ ঔষধ, নিজৰ vaccines ৰ বিষয়ত এই বিশ্বৰ ওচৰত প্ৰমাণিত কৰিছো৷ প্ৰয়ুক্তিৰ উন্নত প্ৰয়োগৰ সৈতে আমি কিদৰে মানদণ্ড উন্নত কৰিম, তাৰ এক উদাহৰণ আমাৰ Honey চেক্টৰ৷ মই উদাহৰণ সৰু এইবাবে দি আছো যে সৰু-সৰু বস্তবোৰেও কিমান ডাঙৰ শক্তিৰে থিয় হ’ব পাৰে৷ এয়া মই আপোনালোকৰ সন্মুখত Honey ৰ উদাহৰণ দি আছো৷ Honey ৰ মানদণ্ড সুনিশ্চিত কৰাৰ বাবে, বিশ্ব বজাৰত তাৰ পৰিচয় বৃদ্ধি কৰাৰ বাবে অনিবাৰ্য আছি—৷ আমি Honey ৰ পৰীক্ষণৰ বাবে প্ৰযুক্তিৰ আধাৰত এক নতুন test পৰিচয় কৰাইছো৷ ফলাফল এই পোৱা গল যে যোৱা বছৰ আমি প্ৰায় 97 মিলিয়ন ডলাৰৰ Honey export কৰিছো৷ কি আমি এইদৰেই food processing, fruits, fisheries ক লৈ নতুন উদ্ভাৱণ কৰিব নোৱাৰো? এতিয়া বিশ্বত সামগ্ৰিক স্বাস্থ্যসেৱাৰ বাতাবৰণ হৈ আছে৷ Back to Basic ৰ বাতাবৰণ হৈ আছে৷ আমাৰ যোগৰ বাবে ভাৰতৰ ফালে এই দিশত চোৱাৰ এক কাৰণ তৈয়াৰ হ’ল৷ তেনেদৰেই আমাৰ organic agriculture product যি আছে সেইবোৰৰ বিশ্বত এক ডাঙৰ বজাৰৰ সম্ভাৱণা আছে৷ আমাৰ জৈৱিক সামগ্ৰীসমূহ আমি কিদৰে প্ৰচাৰ কৰো৷

বন্ধুসকল,

এই সময় Brand India ৰ বাবে নতুন সক্ষ্যৰ সৈতে নতুন যাত্ৰাৰ৷ এই সময় আমাৰ বাবে Quality আৰু Reliability ৰ নতুন পৰিচয় স্থাপন কৰাৰ৷ আমি প্ৰয়াস কৰিব লাগে যে বিশ্বৰ কোণে-কোণে ভাৰতৰ high value-added product কাৰণ এই অহা বিষয়ৰ value-added ৰ ফালে আমি বল দিব লাগিব৷ আমি আাৰ সকলো সামগ্ৰীত নিৰন্তৰ value addition কৰি যাব লাগিব৷ তাকে লৈ এক স্বাভাৱিক চাহিদা সৃষ্টি হওক৷ এইটো আমি চেষ্টা কৰা উচিত৷ মই ইণ্ডাষ্ট্ৰীক, সকলো নিয়ন্ত্ৰককে আশ্বস্ত কৰো যে চৰকাৰে আপোনালোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়াব৷ আহক, আমি আত্মনিৰ্ভৰ ভাৰতৰ, বৈভৱশালী ভাৰতৰ এখ সংকল্প মিলি প্ৰমাণ কৰো৷ আপোনালোক সকলোলৈ মোৰ বহুত-বহুত শুভকামনা৷ এসপ্তাহৰ পিছত বিশ্বজুৰি আমাৰ মিচন আৰু ভাৰততো আমি 15 আগষ্ট পালন কৰিম৷ স্বাধীনতাৰ আমৃত মহোৎসৱৰো আনুষ্ঠানিক আৰম্ভণি হৈ যাব৷ মই বিচাৰো যে আমাৰ বাবে ই এটা প্ৰেৰণাৰ কাৰণ হোৱা উচিত৷ বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে বিশ্বত পৰিচয়ৰ বাবে স্বাধীনতাৰ 75 বছৰ নিজেই আমাৰ বাবে এক বহুত ডাঙৰ প্ৰেৰণাৰ সুযোগ৷ আৰু 2047, দেশে যেতিয়া স্বাধীনতাৰ এশ বছৰ পালন কৰিব, এই 25 বছৰৰ সময় আমাৰ বাবে বহুত মূল্যৱান সময়৷ আমি এক মুহূৰ্তও অপচয় নকৰাকৈ এতিয়াৰে পৰাই এক ৰোডমেপ লৈ আগবাঢ়িব লাগে৷ আৰু মোৰ বিশ্বাস আছে যে আজিৰ কথাবোৰৰ পৰা আমি এই সংকল্পটো পৰিপূৰ্ণ কৰিম, আমি সংকল্পটো অতিক্ৰমি যাম৷ এইটো সম্পূৰ্ণ বিশ্বাসৰ সৈতে মই আপোনালোক সকলোকে বহুত-বহুত শুভকামনা জনাওঁ৷ ধন্যবাদ

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GIFT City scales new heights as India's 1st international finance and IT hub

Media Coverage

GIFT City scales new heights as India's 1st international finance and IT hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi’s interaction with BJP booth Karyakartas from Assam ahead of Assembly Elections
March 30, 2026
‘Seva, Sangathan, and Samarpan’, PM Modi says Assam’s BJP karyakartas embody the true spirit of the organisation
When every booth becomes strong, victory becomes certain, and Assam’s future becomes brighter: PM Modi lauding the efforts of BJP karyakartas
The importance of protecting Assam’s identity and tackling issues like illegal infiltration is not just a political issue but one of security, culture and justice: PM Modi
Over a dozen key peace agreements have brought lasting stability, especially in regions like Bodoland: PM Modi

PM Modi interacted with BJP booth karyakartas across Assam as a part of the ‘Mera Booth, Sabse Mazboot’ programme via NaMo App. He energised booth-level members and reaffirmed that every booth remains the foundation of the party’s strength and electoral success. He hailed the true spirit of Assam, calling it a powerful force driving BJP’s growth in the Northeast.

Opening the interaction, PM Modi described himself as a karyakarta first, expressing pride in working alongside the grassroots cadre. He lauded booth karyakartas for their tireless dedication, emphasising that their connect with every household is the BJP’s greatest strength. “Booth jeetoge toh chunav jeetoge,” he reiterated.

Highlighting Assam’s transformation over the past decade, PM Modi underlined the shift from instability and violence to peace, progress, and prosperity under the double engine government. He noted that over a dozen key peace agreements have brought lasting stability, especially in regions like Bodoland.

He stressed the importance of educating first-time voters about Assam’s past challenges, urging karyakartas to actively communicate the contrast between earlier regimes marked by unrest and the current era of stability. He encouraged innovative booth-level engagements to emotionally connect with voters while showcasing developmental achievements.

PM Modi also called for focused outreach to beneficiaries of key welfare schemes such as PM Awas Yojana, PM-Kisan, Ujjwala, and others, urging workers to compile beneficiary lists and strengthen direct engagement. He emphasised turning polling day into a Jan Utsav, with collective participation ensuring maximum voter turnout.
Encouraging youth and women’s participation, PM Modi praised Assam’s Nari Shakti and highlighted initiatives empowering women economically and socially. He urged workers to leverage platforms like the NaMo App and social media to share real-life stories.

Addressing key regional concerns, PM Modi underscored the importance of protecting Assam’s identity and tackling issues like illegal infiltration, calling it not just a political issue but one of security, culture, and justice. He urged karyakartas to raise awareness at the grassroots and support efforts ensuring the rights and dignity of indigenous communities.

He also highlighted the empowerment of tea garden workers through land rights and welfare schemes, calling it a historic step towards dignity and long-term security for lakhs of families.

Reaffirming the guiding principles of ‘Seva, Sangathan, and Samarpan’, PM Modi said that Assam’s BJP karyakartas embody the true spirit of the organisation.

He concluded with a powerful call to action:“When every booth becomes strong, victory becomes certain, and Assam’s future becomes brighter.”