Quoteবিশ্বত এই স্তৰৰ টীকাদান অভিযান আৰু কেতিয়াও কতো দেখা নাই : প্ৰধানমন্ত্ৰী
Quoteক’ৰোনাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰতিক্ৰিয়া বিশ্বব্যাপী স্বীকৃত হৈছে: প্ৰধানমন্ত্ৰী
Quoteপ্ৰথম শ্ৰেণীৰ ক’ৰোনা যোদ্ধাসকললৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

মোৰ মৰমৰ দেশবাসী,

নমস্কাৰ!

আজিৰ দিনটোলৈ সমগ্ৰ দেশে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। কিমান মাহৰ পৰা দেশৰ প্ৰতিটো ঘৰত, শিশু-বৃদ্ধ-ডেকা-গাভৰু, সকলোৰে মুখে মুখে এইটোৱেই প্ৰশ্ন আছিল যে-ক'ৰোণাৰ ভেকচিন কেতিয়া আহিব? এতিয়া ক'ৰোণাৰ ভেকচিন আহি গ'ল, বহুত কম সময়তে আহি গ'ল। এতিয়াৰ পৰা কেইমিনিটমানৰ পিছতে ভাৰতত পৃথিৱীৰ সবাতোকৈ ডাঙৰ টীকাকৰণ অভিযান আৰম্ভ হ'বলৈ গৈ আছে। মই সকলো দেশবাসীক ইয়াৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। আজি সেই বৈজ্ঞানিক, ভেকচিন ৰিছাৰ্চৰ সৈতে জড়িত অনেক লোক বিশেষভাৱে প্ৰশংসাযোগ্য, যি বিগত কেইবামাহ ধৰি ক'ৰোণাৰ বিৰুদ্ধে ভেকচিন বনোৱাত লাগি আছিল, দিনে-নিশাই লাগি আছিল। না তেওঁলোকে উৎসৱ দেখিলে, না তেওঁলোকে দিন দেখিছে, না তেওঁলোকে ৰাতি দেখিছে। সাধাৰণতে এটা ভেকচিন বনাবলৈ কেইবাবছৰ লাগি যায়। কিন্তু ইমান কম বয়সত এটা নহয় দুটাকৈ মেড ইন ইণ্ডিয়া ভেকচিন তৈয়াৰ হৈছে। ইমানেই নহয় আৰু কেইবাটাও ভেকচিনৰ ওপৰতো কাম দ্ৰুত গতিত চলি আছে। ই ভাৰতৰ সামৰ্থ্য, ভাৰতৰ বৈজ্ঞানিক দক্ষতা, ভাৰতৰ টেলেণ্টৰ সজীৱ সজাগ প্ৰমাণ। এনেকুৱাই প্ৰাপ্তিৰ বাবে ৰাষ্ট্ৰকবি ৰামধাৰী সিংহ দিনকৰে কৈছিল-মানুহে যেতিয়া বল দিয়ে, শিল পানী হৈ যায়!!

ভাই-ভনীসকল,

ভাৰতৰ টীকাকৰণ অভিযান বহুত মানবীয় আৰু মহত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত আধাৰিত। যাক সকলোতকৈ বেছি আৱশ্যক, তেওঁ সবাতোকৈ আগতে ক'ৰোণাৰ টীকা লাভ কৰিব। যাৰ ক'ৰোণা সংক্ৰমণৰ ৰিস্ক সকলোতকৈ বেছি, তেওঁক আগতে টীকা দিয়া হ'ব। যি আমাৰ ডক্টৰ্ছ, নাৰ্ছেছ, হাস্পতালত চাফাই কৰ্মী, মেডিকেল-পেৰামেডিকেল ষ্টাফ, তেওঁলোক ক'ৰোণাৰ ভেকচিনৰ সবাতোকৈ আগত পোৱাৰ যোগ্য। লাগে তেওঁলোক চৰকাৰী হাস্পতালত হওক বা প্ৰাইভেটত, সকলোকে এই ভেকচিন অগ্ৰাধিকাৰ ভিত্তিত দিয়া হ'ব। ইয়াৰ পিছত সেইসকল লোকক টীকা দিয়া হ'ব, যাৰ ওপৰত জৰুৰী সেৱা আৰু দেশৰ ৰক্ষা বা আইন ব্যৱস্থাৰ দায়িত্ব আছে। যেনেকৈ আমাৰ সুৰক্ষা বাহিনী হৈ গ'ল, পুলিচ কৰ্মী হৈ গ'ল, ফায়াৰ ব্ৰিগেডৰ লোক হৈ গ'ল, চাফাই কৰ্মচাৰী হৈ গ'ল, এই সকলোকে এই ভেকচিন অগ্ৰাধিকাৰ ভিত্তিত দিয়া হ'ব। আৰু মই যেনেকৈ আগতেও কৈছো-এওঁলোকৰ সংখ্যা প্ৰায় তিনি কোটি। এওঁলোক সকলোৰে ভেকচিনেচনৰ খৰচ ভাৰত চৰকাৰৰ দ্বাৰা বহন কৰা হ'ব।

|

বন্ধুসকল,

এই টীকাকৰণ অভিযানৰ শক্তিশালী প্ৰস্তুতিৰ বাবে ৰাজ্য চৰকাৰসমূহৰ সহযোগিতাত দেশৰ প্ৰতিটো প্ৰান্তত Trials কৰা হৈছে, Dry Runs হৈছে। বিশেষভাৱে প্ৰস্তুত কৰা Co-Win ডিজিটেল প্লেটফৰ্মত টীকাকৰণৰ বাবে ৰেজিষ্ট্ৰেচনৰ পৰা ট্ৰেইনিঙলৈকে ব্যৱস্থা আছে। আপুনি প্ৰথম টীকা লগাৰ পিছত দ্বিতীয় ড'জ কেতিয়া লাগিব, ইয়াৰ জাননীও আপোনাৰ ফোনত দিয়া হ'ব। আৰু মই সকলো দেশবাসীক এই কথা পুনৰ মনত পেলাই দিব বিচাৰো যে ক'ৰোণা ভেকচিনৰ ২টা ড'জ লগাটো খুবেই জৰুৰী। এটা ড'জ ল'লে আৰু পিছত পাহৰি থাকিলে, এনেকুৱা ভুল নকৰিব। আৰু যেনেকৈ এক্সটাৰ্টসকলে কৈ আছে, প্ৰথম আৰু দ্বিতীয় ড'জৰ মাজত, প্ৰায় এক মাহৰ ব্যৱধানো ৰখা হ'ব। আপোনালোকে এই কথাও মনত ৰাখিব লাগিব যে দ্বিতীয় ড'জ লগাৰ ২ সপ্তাহৰ পিছতহে আপোনালোকৰ শৰীৰত ক'ৰোণাৰ বিৰুদ্ধে জৰুৰী শক্তি বিকশিত হ'ব পাৰিব। সেয়ে টীকা লগাৰ লগে লগে আপোনালোকে অসাৱধান হৈ পৰিব, মাস্ক খুলি থৈ দিব, দুই গজৰ দূৰত্ব পাহৰি যাব, এইবোৰ নকৰিব। মই প্ৰাৰ্থনা কৰিছো নকৰিব। লগতে মই আপোনালোকক আৰু এটা কথা বৰ আগ্ৰহেৰে ক'ব খুজিছো। যেনেকৈ ধৈৰ্যসহকাৰে আপোনালোকে ক'ৰোণাৰ মোকাবিলা কৰিলে, তেনেকুৱাই ধৈৰ্য এতিয়া ভেকচিনেচনৰ সময়তো দেখুৱাব লাগিব।

বন্ধুসকল,

ইতিহাসত এনেকুৱা আৰু ইমান ডাঙৰ স্তৰৰ টীকাকৰণ অভিযান আগতে কেতিয়াও চলোৱা হোৱা নাই। এই অভিযান কিমান ডাঙৰ, ইয়াৰ অনুমান আপোনালোকে কেৱল প্ৰথম পৰ্যায়ৰ পৰাই কৰিব পাৰে। পৃথিৱীৰ ১০০তকৈও অধিক এনেকুৱা দেশ আছে যাৰ জনসংখ্যা ৩ কোটিতকৈ কম। আৰু ভাৰতে ভেকচিনেচনৰ নিজৰ প্ৰথম পৰ্যায়তে ৩ কোটি মানুহৰ টীকাকৰণ কৰি আছে। দ্বিতীয় পৰ্যায়ত আমি ইয়াক ৩০ কোটিৰ সংখ্যালৈকে লৈ যাব লাগিব। যিসকল জ্যেষ্ঠ, যিসকল গম্ভীৰ ৰোগত আক্ৰান্ত, তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত টীকা দিয়া হ'ব। আপোনালোকে কল্পনা কৰিব পাৰে, ৩০ কোটিৰ জনসংখ্যাৰ ওপৰৰ পৃথিৱীৰ মাত্ৰ তিনিখন হে দেশ আছে-স্বয়ং ভাৰত, চীন আৰু আমেৰিকা। আৰু কোনো দেশ এনেকুৱা নহয় যাৰ জনসংখ্যা ইয়াতকৈ অধিক। সেয়ে ভাৰতৰ টীকাকৰণ অভিযান ইমান ডাঙৰ। আৰু সেইবাবেই এই অভিযানে ভাৰতৰ সামৰ্থ্য দেখুৱাইছে। আৰু মই দেশবাসীক আৰু এটা কথা ক'ব খুজিছো। আমাৰ বৈজ্ঞানিক, আমাৰ এক্সপাৰ্টছ যেতিয়া উভয়ে মেড ইন ইণ্ডিয়া ভেকচিনৰ সুৰক্ষা আৰু প্ৰভাৱক লৈ আশ্বস্ত হৈছে সেয়ে তেওঁলোকে ইয়াৰ ইমাৰ্জেঞ্চী ব্যৱহাৰৰ অনুমতি দিছে। সেয়ে দেশবাসীয়ে কোনোধৰণৰ প্ৰপাগাণ্ডা, উৰাবাতৰি, অপপ্ৰচাৰৰ পৰা বাচি থাকিব লাগিব।

|

বন্ধুসকল,

ভাৰতৰ ভেকচিন বৈজ্ঞানিক, আমাৰ মেডিকেল ছিষ্টেম, ভাৰতৰ প্ৰক্ৰিয়াৰ সমগ্ৰ বিশ্বত অত্যন্ত বিশ্বাসযোগ্যতা আছে আৰু আগৰে পৰা আছে। আমি এই বিশ্বাস নিজৰ ট্ৰেক ৰেকৰ্ডৰ পৰা আহৰণ কৰিছো।

মোৰ মৰমৰ দেশবাসী,

প্ৰতিজন হিন্দুস্তানীয়ে এই কথাত গৌৰৱ কৰিব যে বিশ্বৰ প্ৰায় ৬০ শতাংশ শিশুক যি জীৱনৰক্ষক টীকা দিয়া হয়, সেয়া ভাৰততে প্ৰস্তুত হয়, ভাৰতৰ শক্তিশালী বৈজ্ঞানিক প্ৰক্ৰিয়াৰ মাজেৰেই হয়। ভাৰতৰ বৈজ্ঞানিকসকল আৰু ভেকচিনৰ সৈতে জড়িত আমাৰ বিশেষজ্ঞতাৰ ওপৰত পৃথিৱীৰ এই বিশ্বাস মেড ইন ইণ্ডিয়া ক'ৰোণা ভেকচিনত আৰু শক্তিশালী হ'ব। ইয়াৰ আৰু কিছুমান বিশেষ কথা আছে যিবোৰ আজি মই দেশবাসীক নিশ্চিতভাৱে ক'ব বিচাৰো। এই ভাৰতীয় ভেকচিন, বিদেশী ভেকচিনৰ তুলনাত বহুত সস্তীয়া আৰু ইয়াৰ ব্যৱহাৰো সিমানেই সহজ। বিদেশত তো কিছুমান ভেকচিন এনেকুৱা আছে যাৰ এটা ড'জ পাঁচ হাজাৰ টকালৈকে হয় আৰু যাক মাইনাছ ৭০ ডিগ্ৰী তাপমাত্ৰাত ফ্ৰীজত ৰাখিব লাগে। একেদৰে, ভাৰতৰ Vaccines এনেকুৱা টেকনিকৰ ওপৰত বনোৱা হৈছে, যি ভাৰতত বছৰ বছৰ ধৰি Tried বা Tested। এই ভেকচিন ষ্টৰেজৰ পৰা ট্ৰেন্সপ'ৰ্টেচনলৈকে ভাৰতীয় স্থিতি আৰু পৰিস্থিতিৰ অনুকূল। এই ভেকচিনেই এতিয়া ভাৰতক ক'ৰোণাৰ বিৰুদ্ধে যুঁজত নিৰ্ণায়ক জয় আনি দিব।

বন্ধুসকল,

ক'ৰোণাৰে আমাৰ যুদ্ধ আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰতাৰ। এই কঠিন যুঁজৰ সৈতে যুঁজ দিবলৈ আমি নিজৰ আত্মবিশ্বাসক কমজোৰ হ'বলৈ নিদিওঁ, এই প্ৰতিজ্ঞা প্ৰতিজন ভাৰতীয়ৰ মাজত দেখা গৈছে। সংকট যিমানেই ডাঙৰ নহওক কিয়, দেশবাসীয়ে কেতিয়াও আত্মবিশ্বাস হেৰুউৱা নাই। যেতিয়া ভাৰতত ক'ৰোণা আহি পাইছিল তেতিয়া দেশত ক'ৰোণা টেষ্টিঙৰ এটাই লেব আছিল। আমি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিলো আৰু আজি ২৩০০তকৈও অধিক লেবছৰ নেটৱৰ্ক আমাৰ ওচৰত আছে। আৰম্ভণিতে আমি মাস্ক, PPE কিট, টেষ্টিং কিটছ, ভেণ্টিলেটৰৰ দৰে জৰুৰী সামগ্ৰীৰ বাবেও বিদেশৰ ওপৰত নিৰ্ভৰশীল আছিলো। আজি এই সামগ্ৰীসমূহৰ নিৰ্মাণত আমি আত্মনিৰ্ভৰ হৈ গ'লো আৰু ইয়াৰ ৰপ্তানিও কৰি আছো। আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰতাৰ এই শক্তিক আমি টীকাকৰণৰ এই গতিতো শক্তিশালী কৰিব লাগিব।

|

বন্ধুসকল,

মহান তেলেগু কবি শ্ৰী গুৰাজাডা অপ্পাৰাৱে কৈছিল-सौन्त लाभं कौन्त मानुकु, पौरुगुवाडिकि तोडु पडवोय् देशमन्टे मट्टि कादोयि, देशमन्टे मनुषुलोय ! অৰ্থাৎ আমি আনৰ কামত আহো এই নিস্বাৰ্থ ভাব আমাৰ ভিতৰত থাকিব লাগে। ৰাষ্ট্ৰ কেৱল মাটি, শিল, পানীৰেই নহয়, বৰং ৰাষ্ট্ৰৰ অৰ্থ হৈছে, আমাৰ মানুহ। ক'ৰোণাৰ বিৰুদ্ধে যুদ্ধক সম্পূৰ্ণ দেশে এই ভাবনাৰেই যুঁজিছে। আজি যেতিয়া আমি পাৰ হৈ যোৱা বছৰটো চাওঁ, তেতিয়া এজন ব্যক্তিৰ ৰূপত, এটা পৰিয়ালৰ ৰূপত, এখন ৰাষ্ট্ৰৰ ৰূপত আমি কিছু শিকিছো, বহুত কিছু দেখিছো, জানিছো, বুজিছো।

আজি ভাৰতে যেতিয়া নিজৰ টীকাকৰণ অভিযান আৰম্ভ কৰিছে, সেই সময়ত মই সেই দিনবিলাকৰ কথাও স্মৰণ কৰি আছো। ক'ৰোণা সংকটৰ সেই দৌৰ, যেতিয়া প্ৰত্যেকেই বিচাৰিছিল যে কিবা এটা কৰিব, কিন্তু তেওঁলোকে তাৰ কোনো পথ বিচাৰি পোৱা নাছিল। সাধাৰণ স্তৰত বেমাৰত সম্পূৰ্ণ পৰিয়াল ৰোগী ব্যক্তিৰ চোৱাচিতাৰ বাবে লাগি পৰিছিল। কিন্তু এই ৰোগে ৰোগকেই অকলশৰীয়া কৰি পেলালে। বহু ঠাইত সৰু-সৰু ৰুগীয়া শিশু মাকৰ পৰা আঁতৰত থাকিবলগীয়া হ'ল। মাক চিন্তিত হৈ আছিল, মাকে কান্দিছিল, কিন্তু ইচ্ছা কৰিও একো কৰিব পৰা নাছিল, শিশুক নিজৰ কোলাত ল'ব পৰা নাছিল। ক'ৰবাত বয়সস্থ পিতৃয়ে হাস্পতালত অকলে নিজৰ ৰোগৰ সৈতে সংঘৰ্ষ কৰিবলৈ মজবুৰ হৈছিল। সন্তানে ইচ্ছা কৰিও তেওঁৰ ওচৰলৈ যাব পৰা নাছিল। যি আমাক এৰি থৈ গুচি গ'ল, তেওঁক পৰম্পৰা অনুসৰি সেই বিদায়ো নাপালে যি তেওঁৰ প্ৰাপ্য আছিল। যিমানেই আমি সেই সময়ৰ বিষয়ে ভাবো, সিমানেই মন শিঁহৰিত হৈ উঠে, উদাস হৈ যায়।

কিন্তু বন্ধুসকল,

সংকটৰ সেই সময়ত, নিৰাশাৰ সেই বাতাবৰণত, কিছুমান আশাৰো সঞাৰ হৈ আছিল, আমাক বচাবলৈ নিজৰ প্ৰাণক সংকটত সঁপি দিছিল। আমাৰ ডক্টৰ, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, এম্বুলেঞ্চ ড্ৰাইভাৰ, আশা ৱৰ্কাৰ, চাফাই কৰ্মচাৰী, পুলিচৰ সহকৰ্মী আৰু অন্য Frontline Workers। তেওঁলোকে মানৱতাৰ প্ৰতি নিজৰ দায়িত্বক অগ্ৰাধিকাৰ দিয়ে। ইয়াৰ অধিকাংশ তেতিয়া নিজৰ সন্তান, নিজৰ পৰিয়ালৰ পৰা আঁতৰত আছিল, কেইবাদিনো ধৰি নিজৰ ঘৰলৈ যোৱা নাছিল। বহুত বন্ধু এনেকুৱাও আছে যি কেতিয়াও ঘৰলৈ উভতি যাব নোৱাৰিলে। তেওঁলোকে একো একোটা জীৱন বচাবলৈ নিজৰ জীৱন আহুতি দিলে। সেয়ে আজি ক'ৰোণাৰ প্ৰথম টীকা স্বাস্থ্য সেৱাৰে জড়িত লোকক লগাই, এফালে সমাজে নিজৰ ঋণ আদায় কৰিছে। এই টীকা সেই সকলো বন্ধুৰ প্ৰতি কৃতজ্ঞ ৰাষ্ট্ৰৰ আদৰাঞ্জলিও।

ভাই-ভনীসকল,

মানৱ ইতিহাসত অনেক বিপদ আহিছে, মহামাৰী আহিছে, ভীষণ যুদ্ধ হৈছে, কিন্তু ক'ৰোণাৰ দৰে প্ৰত্যাহ্বানৰ কোনেও কল্পনা কৰা নাছিল। ই এটা এনেকুৱা মহামাৰী আছিল যাৰ অনুভৱ বিজ্ঞানৰো নাছিল আৰু সমাজৰো নাছিল। বিভিন্ন দেশৰ পৰা যি ছবি আহি আছিল, যি খবৰ আহি আছিল, সেয়াই সমগ্ৰ পৃথিৱীৰ লগতে প্ৰতিজন ভাৰতীয়ক বিচলিত কৰিছিল। এনেকুৱা অৱস্থাত পৃথিৱীৰ ডাঙৰ ডাঙৰ এক্সপাৰ্টে ভাৰতক লৈ অত্যন্ত আশংকা প্ৰকাশ কৰিছিল।

কিন্তু বন্ধুসকল,

ভাৰতৰ যি বহুত বৃহৎ জনসংখ্যাক আমাৰ দুৰ্বলতা বনোৱা হৈছিল, হৈছে, তাকেই আমি আমাৰ শক্তি বনাই ল'লো। ভাৰতে সংবেদনশীলতা আৰু সহভাগিতাক যুঁজৰ আধাৰ বনালে। ভাৰতে চৌবিশ ঘণ্টাই সতৰ্ক থাকি প্ৰতিটো ঘটনাক্ৰমৰ ওপৰত দৃষ্টি ৰাখি সঠিক সময়ত সঠিক সিদ্ধান্ত লয়। ৩০ জানুৱাৰীত ভাৰতত ক'ৰোণাৰ প্ৰথম ঘটনা পোৱা যায়, কিন্তু ইয়াৰ দুসপ্তাহৰ আগতেই ভাৰতে এখন হাই লেবেল কমিটী গঠন কৰিছিল। যোৱা বছৰ আজিৰ দিনটোতে আমি সুচাৰুৰূপে ছাৰ্ভিলেঞ্চ আৰম্ভ কৰি দিছিলো। ১৭ জানুৱাৰী, ২০২০ সেই তাৰিখ আছিল, যেতিয়া ভাৰতে নিজৰ প্ৰথম এডভাইজৰী জাৰি কৰিছিল। ভাৰত পৃথিৱীৰ সেই প্ৰথম দেশসমূহৰ অন্যতম আছিল যি নিজৰ এয়াৰপৰ্টত যাত্ৰীৰ স্ক্ৰীণিং আৰম্ভ কৰিছিল।

বন্ধুসকল,

ক'ৰোণাৰ বিৰুদ্ধে যুঁজত ভাৰতে যি ইচ্ছা শক্তি দেখুৱাইছে, যি সাহস দেখুৱাইছে, যি সামূহিক শক্তিৰ পৰিচয় কৰাইছে, সেয়াই আহিবলগীয়া অনেক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ কাম কৰিব। মনত পেলাওক জনতা কাৰফিউ, ক'ৰোণাৰ বিৰুদ্ধে আমাৰ সমাজৰ সংযম আৰু অনুশাসনৰো পৰীক্ষা আছিল, য'ত প্ৰতিজন দেশবাসী সফল হ'ল। জনতা কাৰফিউৱে দেশক মনোবৈজ্ঞানিক ৰূপত লকডাউনৰ বাবে প্ৰস্তুত কৰিলে। আমি তালি-থালী আৰু চাকি জ্বলাই দেশৰ আত্মবিশ্বাসক ঊৰ্ধত তুলি ধৰিলো।

বন্ধুসকল,

ক'ৰোণাৰ দৰে অচিনাকি শত্ৰু, যাৰ Action-Reactionক ডাঙৰ-ডাঙৰ সামৰ্থ্যবান দেশে তলাব পৰা নাছিল, তেওঁলোকৰ সংক্ৰমণক ৰোধ কৰাৰ সকলোতকৈ প্ৰভাৱশালী উপায়েই এইটো আছিল যে যি য'তেই আছে, তেওঁ তাতেই থাকক। সেয়ে দেশত লকডাউনৰ সিদ্ধান্তও কৰা হয়। এই সিদ্ধান্ত সহজ নাছিল। ইমান বৃহৎ জনসংখ্যাক ঘৰৰ ভিতৰত ৰখাটো অসম্ভৱ, সেই কথা আমি ভাবিছিলো। আৰু ইয়াত তো দেশত সকলো বন্ধ হ'বলৈ গৈ আছিল, লকডাউন হ'বলৈ গৈ আছিল। ইয়াৰ মানুহৰ জীৱন-জীৱিকাৰ ওপৰত কি প্ৰভাৱ পৰিব, অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত কি প্ৰভাৱ পৰিব, ইয়াৰ পৰিসংখ্যাও আমাৰ সন্মুখত আছিল। কিন্তু দেশত 'দেহা থাকিলেহে বেহা'ৰ মন্ত্ৰৰ ওপৰত চলি প্ৰত্যেক ভাৰতীয়ৰ জীৱন বচাবলৈ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হয়। আৰু আমি সকলোৱে দেখিলো যে কেনেকৈ ক্ষিপ্ৰ গতিত সমগ্ৰ দেশ, সমগ্ৰ সমাজ এই ভাবনাৰ সপক্ষে থিয় হ'ল। বহুবাৰ সৰু-সৰু অথচ মহত্বপূৰ্ণ কথাৰ তথ্য দিবলৈ ময়ো বহুবাৰ দেশবাসীৰ সৈতে পোনপটীয়াকৈ বাৰ্তা বিনিময় কৰিছো। এফালে য'ত গৰীবক মুক্ত ভোজনৰ ব্যৱস্থা কৰা হয়, একেদৰে গাখীৰ, পাচলি, ৰেছন, গেছ, ঔষধ, এনেকুৱা আৱশ্যকীয় সামগ্ৰীৰ সুচাৰু যোগান সুনিশ্চিত কৰা হয়। দেশত ব্যৱস্থাৱলী ঠিকেই চলক, ইয়াৰ বাবে গৃহ মন্ত্ৰালয়ে 24×7 কণ্ট্ৰ'ল ৰূম আৰম্ভ কৰে য'ত হাজাৰ হাজাৰ কলৰ উত্তৰ দিয়া হয়, মানুহক সমাধান দিয়া হয়।

বন্ধুসকল,

ক'ৰোণাৰ বিৰুদ্ধে এই যুঁজত আমি প্ৰতি খোজত পৃথিৱীৰ সন্মুখত উদাহৰণ দাঙি ধৰিছো। এনেকুৱা সময়ত যেতিয়া কিছুমান দেশে নিজৰ নাগৰিকক চীনত বৃদ্ধি পোৱা ক'ৰোণাৰ মাজত এৰি দিছিল, তেতিয়া ভাৰতে, চীনত আবদ্ধ প্ৰতিজন ভাৰতীয়ক ওভতাই আনে। আৰু কেৱল ভাৰতৰে নহয়, আমি কেইবাখনো বেলেগ দেশৰ নাগৰিককো তাৰ পৰা ওভতাই উলিয়াই আনো। ক'ৰোণা কালত বন্দে ভাৰত মিছনৰ জৰিয়তে ৪৫ লাখতকৈ অধিক ভাৰতীয়ক বিদেশৰ পৰা ভাৰতলৈ অনা হয়। মোৰ মনত আছে, এখন দেশত যেতিয়া ভাৰতীয়ক টেষ্ট কৰিবলৈ মেচিন কম হৈছিল তেতিয়া ভাৰতে সম্পূৰ্ণ টেষ্টিং লেব ইয়াৰ পৰা তালৈ পঠিয়াই সেইবিলাক তাত সজায় পৰায় যাতে তাৰ পৰা ভাৰতলৈ অহা লোকসকলক টেষ্টিঙৰ সমস্যা নহয়।

বন্ধুসকল,

ভাৰতে এই মহামাৰীৰে যেনেকৈ মোকাবিলা কৰিলে তাৰ প্ৰতিফল আজি সমগ্ৰ পৃথিৱীয়ে মানি আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে, স্থানীয় নিকায়, প্ৰতিটো চৰকাৰী সংস্হা, সামাজিক সংস্থা, কেনেকৈ একত্ৰিত হৈ উন্নত কাম কৰিব পাৰে, সেই উদাহৰণো ভাৰতে পৃথিৱীৰ সন্মুখত ৰাখিলে। ISRO, DRDO, সেনাৰ পৰা আৰম্ভ কৰি কৃষক আৰু শ্ৰমিকলৈকে, সকলোৱে এটা সংকল্পৰে কেনেকৈ কাম কৰিব পাৰে, এয়া ভাৰতে দেখুৱালে। 'দো গজ কী দূৰি ঔৰ মাস্ক হ্যেই জৰুৰী'ৰ ওপৰত ফ'কাছ কৰাসকলৰ মাজতো ভাৰত অগ্ৰণী দেশৰ মাজত থাকিল।

ভাই-ভনীসকল,

আজি এই সকলো প্ৰয়াসৰ পৰিণাম হিচাপেই ভাৰতত ক'ৰোণাৰ ফলত হোৱা মৃত্যুৰ হাৰ কম আৰু আৰোগ্য হোৱা লোকৰ হাৰ বহুত বেছি। দেশৰ কেইবাখনো জিলা এনেকুৱা আছে য'ত এজন লোককো আমি ক'ৰোণাৰ বাবে হেৰুৱাবলগীয়া নহ'ল। এই জিলাসমূহত প্ৰতিজন লোকে ক'ৰোণাৰ পৰা আৰোগ্য হোৱাৰ পিছত নিজৰ ঘৰ পাইছে। বহুত জিলা এনেকুৱাও আছে য'ত যোৱা দুসপ্তাহ ধৰি ক'ৰোণা সংক্ৰমণৰ এটাও কেছ অহা নাই। আনকি লকডাউনেৰে প্ৰভাৱিত অৰ্থনৈতিক ব্যৱস্থাৰ ৰিক'ভাৰীতো ভাৰত বিশ্বৰ আগশাৰীত আছে। ভাৰত সেই বচা বচা দেশৰ মাজত আছে যি সংকট সত্ত্বেও পৃথিৱীৰ ১৫০তকৈ অধিক দেশলৈ জৰুৰী ঔষধ, জৰুৰী মেডিকেল সাহায্য পঠিয়াইছে। পেৰাচিটামলেই হওক, হাইড্ৰক্সি-ক্লৰকুইনেই হওক, টেষ্টিঙেৰে জড়িত সামগ্ৰীয়েই হওক, ভাৰতে আন দেশৰ মানুহকো বচোৱাৰ সম্ভৱপৰ সকলো চেষ্টা কৰিছে। আজি যেতিয়া আমি নিজৰ ভেকচিন প্ৰস্তুত কৰিলো, তেতিয়াও ভাৰতৰ ফালে পৃথিৱীয়ে আশা আৰু বিশ্বাসৰ দৃষ্টিৰে চাই আছে। আমাৰ টীকাকৰণ অভিযান যিমানেই আগবাঢ়িব, সিমানেই পৃথিৱীৰ অনেক দেশে আমাৰ ধাৰণাৰ মুনাফা লাভ কৰিব। ভাৰতৰ ভেকচিন, আমাৰ উৎপাদন ক্ষমতা, সম্পূৰ্ণ মানৱতাৰ হিতত কামত আহক, এয়া আমাৰ সংকল্পবদ্ধতা।

ভাই-ভনীসকল,

এই টীকাকৰণ অভিযান এতিয়া দীঘলীয়াকৈ চলিব। আমি প্ৰতিজনৰ জীৱনক বচোৱাত যোগদান দিয়াৰ সুযোগ পাইছো। সেয়ে এই অভিযানৰ সৈতে জড়িত প্ৰক্ৰিয়াক, সেই প্ৰক্ৰিয়াৰ অংশ হ'বলৈও দেশত Volunteer আগবাঢ়ি আহিছে। মই তেওঁলোকক স্বাগতম জনাইছো, আৰু অধিক Volunteersক মই নিজৰ সময় এই সেৱা কাৰ্যত সংযোগ কৰিবলৈ নিশ্চিতভাৱে আহ্বান জনাম। হয়, যেনেকৈ মই আগতে কৈছো, মাস্ক, দুই গজৰ দূৰত্ব আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, এয়া টীকাৰ সময়তো আৰু পিছতো জৰুৰী হৈ থাকিব। টীকা লাগিল মানেই ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি ক'ৰোণাৰ পৰা ৰক্ষা পোৱাৰ পৰৱৰ্তী উপায় বাদ দিব। এতিয়া আমি নতুন প্ৰতিশ্ৰুতি ল'ব লাগিব-দৱাই ভী, কড়াই ভী! আপোনালোক সকলো সুস্থ থাকক, এই কামনাৰে এই টীকাকৰণ অভিযানৰ বাবে সমগ্ৰ দেশক বহুত-বহুত শুভ কামনা জ্ঞাপন কৰিছো! দেশৰ বৈজ্ঞানিক, ৰিছাৰ্চাৰ্ছৰ, লেবত জড়িত হৈ থকা সকলো লোকৰ যি গোটেই বছৰটো এজন ঋষিৰ দৰে নিজৰ লেবত জীৱন সঁপি দিলে আৰু এই ভেকচিন দেশ আৰু মানৱতাক দিছে মই তেওঁলোককো বিশেষভাৱে অভিনন্দন জনাইছো, তেওঁলোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোক সকলোকে বহুত বহুত শুভকামনা। আপোনালোকে সোনকালে ইয়াৰ মুনাফা গ্ৰহণ কৰক। আপোনালোকো সুস্থ থাকক, আপোনালোকৰ পৰিয়ালো সুস্থ থাকক। এই মানৱ জাতি এই সংকটৰ সময়ৰ পৰা বাহিৰলৈ ওলাওক আৰু সুস্থতা আমি সকলোৱে লাভ কৰো, এই কামনাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।

  • Jitendra Kumar May 18, 2025

    🙏🇮🇳
  • Rachna devi June 27, 2024

    free fire unban
  • nagendra singh bisht January 09, 2024

    Jay ho
  • शिवकुमार गुप्ता March 01, 2022

    जय भारत
  • शिवकुमार गुप्ता March 01, 2022

    जय हिंद
  • शिवकुमार गुप्ता March 01, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता March 01, 2022

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Indian economy remains positive amid global turbulence: Finance Ministry

Media Coverage

Indian economy remains positive amid global turbulence: Finance Ministry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India is going to open doors of new possibilities of space for the world: PM Modi
June 28, 2025
QuoteI extend my heartiest congratulations and best wishes to you for hoisting the flag of India in space: PM
QuoteScience and Spirituality, both are our Nation’s strength: PM
QuoteThe success of Chandrayaan mission and your historic journey renew interest in science among the children and youth of the country: PM
QuoteWe have to take Mission Gaganyaan forward, we have to build our own space station and also land Indian astronauts on the Moon: PM
QuoteYour historic journey is the first chapter of success of India's Gaganyaan mission and will give speed and new vigour to our journey of Viksit Bharat: PM
QuoteIndia is going to open doors of new possibilities of space for the world: PM

प्रधानमंत्रीशुभांशु नमस्कार!

शुभांशु शुक्लानमस्कार!

प्रधानमंत्रीआप आज मातृभूमि से, भारत भूमि से, सबसे दूर हैं, लेकिन भारतवासियों के दिलों के सबसे करीब हैं। आपके नाम में भी शुभ है और आपकी यात्रा नए युग का शुभारंभ भी है। इस समय बात हम दोनों कर रहे हैं, लेकिन मेरे साथ 140 करोड़ भारतवासियों की भावनाएं भी हैं। मेरी आवाज में सभी भारतीयों का उत्साह और उमंग शामिल है। अंतरिक्ष में भारत का परचम लहराने के लिए मैं आपको हार्दिक बधाई और शुभकामनाएं देता हूं। मैं ज्यादा समय नहीं ले रहा हूं, तो सबसे पहले तो यह बताइए वहां सब कुशल मंगल है? आपकी तबीयत ठीक है?

|

शुभांशु शुक्ला: जी प्रधानमंत्री जी! बहुत-बहुत धन्यवाद, आपकी wishes का और 140 करोड़ मेरे देशवासियों के wishes का, मैं यहां बिल्कुल ठीक हूं, सुरक्षित हूं। आप सबके आशीर्वाद और प्यार की वजह से… बहुत अच्छा लग रहा है। बहुत नया एक्सपीरियंस है यह और कहीं ना कहीं बहुत सारी चीजें ऐसी हो रही हैं, जो दर्शाती है कि मैं और मेरे जैसे बहुत सारे लोग हमारे देश में और हमारा भारत किस दिशा में जा रहा है। यह जो मेरी यात्रा है, यह पृथ्वी से ऑर्बिट की 400 किलोमीटर तक की जो छोटे सी यात्रा है, यह सिर्फ मेरी नहीं है। मुझे लगता है कहीं ना कहीं यह हमारे देश के भी यात्रा है because जब मैं छोटा था, मैं कभी सोच नहीं पाया कि मैं एस्ट्रोनॉट बन सकता हूं। लेकिन मुझे लगता है कि आपके नेतृत्व में आज का भारत यह मौका देता है और उन सपनों को साकार करने का भी मौका देता है। तो यह बहुत बड़ी उपलब्धि है मेरे लिए और मैं बहुत गर्व feel कर रहा हूं कि मैं यहां पर अपने देश का प्रतिनिधित्व कर पा रहा हूं। धन्यवाद प्रधानमंत्री जी!

प्रधानमंत्रीशुभ, आप दूर अंतरिक्ष में हैं, जहां ग्रेविटी ना के बराबर है, पर हर भारतीय देख रहा है कि आप कितने डाउन टू अर्थ हैं। आप जो गाजर का हलवा ले गए हैं, क्या उसे अपने साथियों को खिलाया?

शुभांशु शुक्ला: जी प्रधानमंत्री जी! यह कुछ चीजें मैं अपने देश की खाने की लेकर आया था, जैसे गाजर का हलवा, मूंग दाल का हलवा और आम रस और मैं चाहता था कि यह बाकी भी जो मेरे साथी हैं, बाकी देशों से जो आए हैं, वह भी इसका स्वाद लें और चखें, जो भारत का जो rich culinary हमारा जो हेरिटेज है, उसका एक्सपीरियंस लें, तो हम सभी ने बैठकर इसका स्वाद लिया साथ में और सबको बहुत पसंद आया। कुछ लोग कहे कि कब वह नीचे आएंगे और हमारे देश आएं और इनका स्वाद ले सकें हमारे साथ…

प्रधानमंत्री: शुभ, परिक्रमा करना भारत की सदियों पुरानी परंपरा है। आपको तो पृथ्वी माता की परिक्रमा का सौभाग्य मिला है। अभी आप पृथ्वी के किस भाग के ऊपर से गुजर रहे होंगे?

शुभांशु शुक्ला: जी प्रधानमंत्री जी! इस समय तो मेरे पास यह इनफॉरमेशन उपलब्ध नहीं है, लेकिन थोड़ी देर पहले मैं खिड़की से, विंडो से बाहर देख रहा था, तो हम लोग हवाई के ऊपर से गुजर रहे थे और हम दिन में 16 बार परिक्रमा करते हैं। 16 सूर्य उदय और 16 सनराइज और सनसेट हम देखते हैं ऑर्बिट से और बहुत ही अचंभित कर देने वाला यह पूरा प्रोसेस है। इस परिक्रमा में, इस तेज गति में जिस हम इस समय करीब 28000 किलोमीटर प्रति घंटे की रफ्तार से चल रहे हैं आपसे बात करते वक्त और यह गति पता नहीं चलती क्योंकि हम तो अंदर हैं, लेकिन कहीं ना कहीं यह गति जरूर दिखाती है कि हमारा देश कितनी गति से आगे बढ़ रहा है।

प्रधानमंत्रीवाह!

शुभांशु शुक्ला: इस समय हम यहां पहुंचे हैं और अब यहां से और आगे जाना है।

प्रधानमंत्री: अच्छा शुभ अंतरिक्ष की विशालता देखकर सबसे पहले विचार क्या आया आपको?

शुभांशु शुक्ला: प्रधानमंत्री जी, सच में बोलूं तो जब पहली बार हम लोग ऑर्बिट में पहुंचे, अंतरिक्ष में पहुंचे, तो पहला जो व्यू था, वह पृथ्वी का था और पृथ्वी को बाहर से देख के जो पहला ख्याल, वो पहला जो thought मन में आया, वह ये था कि पृथ्वी बिल्कुल एक दिखती है, मतलब बाहर से कोई सीमा रेखा नहीं दिखाई देती, कोई बॉर्डर नहीं दिखाई देता। और दूसरी चीज जो बहुत noticeable थी, जब पहली बार भारत को देखा, तो जब हम मैप पर पढ़ते हैं भारत को, हम देखते हैं बाकी देशों का आकार कितना बड़ा है, हमारा आकार कैसा है, वह मैप पर देखते हैं, लेकिन वह सही नहीं होता है क्योंकि वह एक हम 3D ऑब्जेक्ट को 2D यानी पेपर पर हम उतारते हैं। भारत सच में बहुत भव्य दिखता है, बहुत बड़ा दिखता है। जितना हम मैप पर देखते हैं, उससे कहीं ज्यादा बड़ा और जो oneness की फीलिंग है, पृथ्वी की oneness की फीलिंग है, जो हमारा भी मोटो है कि अनेकता में एकता, वह बिल्कुल उसका महत्व ऐसा समझ में आता है बाहर से देखने में कि लगता है कि कोई बॉर्डर एक्जिस्ट ही नहीं करता, कोई राज्य ही नहीं एक्जिस्ट करता, कंट्रीज़ नहीं एक्जिस्ट करती, फाइनली हम सब ह्यूमैनिटी का पार्ट हैं और अर्थ हमारा एक घर है और हम सबके सब उसके सिटीजंस हैं।

प्रधानमंत्रीशुभांशु स्पेस स्टेशन पर जाने वाले आप पहले भारतीय हैं। आपने जबरदस्त मेहनत की है। लंबी ट्रेनिंग करके गए हैं। अब आप रियल सिचुएशन में हैं, सच में अंतरिक्ष में हैं, वहां की परिस्थितियां कितनी अलग हैं? कैसे अडॉप्ट कर रहे हैं?

शुभांशु शुक्ला: यहां पर तो सब कुछ ही अलग है प्रधानमंत्री जी, ट्रेनिंग की हमने पिछले पूरे 1 साल में, सारे systems के बारे में मुझे पता था, सारे प्रोसेस के बारे में मुझे पता था, एक्सपेरिमेंट्स के बारे में मुझे पता था। लेकिन यहां आते ही suddenly सब चेंज हो गया, because हमारे शरीर को ग्रेविटी में रहने की इतनी आदत हो जाती है कि हर एक चीज उससे डिसाइड होती है, पर यहां आने के बाद चूंकि ग्रेविटी माइक्रोग्रेविटी है absent है, तो छोटी-छोटी चीजें भी बहुत मुश्किल हो जाती हैं। अभी आपसे बात करते वक्त मैंने अपने पैरों को बांध रखा है, नहीं तो मैं ऊपर चला जाऊंगा और माइक को भी ऐसे जैसे यह छोटी-छोटी चीजें हैं, यानी ऐसे छोड़ भी दूं, तो भी यह ऐसे float करता रहा है। पानी पीना, पैदल चलना, सोना बहुत बड़ा चैलेंज है, आप छत पर सो सकते हैं, आप दीवारों पर सो सकते हैं, आप जमीन पर सो सकते हैं। तो पता सब कुछ होता है प्रधानमंत्री जी, ट्रेनिंग अच्छी है, लेकिन वातावरण चेंज होता है, तो थोड़ा सा used to होने में एक-दो दिन लगते हैं but फिर ठीक हो जाता है, फिर normal हो जाता है।

|

प्रधानमंत्री: शुभ भारत की ताकत साइंस और स्पिरिचुअलिटी दोनों हैं। आप अंतरिक्ष यात्रा पर हैं, लेकिन भारत की यात्रा भी चल रही होगी। भीतर में भारत दौड़ता होगा। क्या उस माहौल में मेडिटेशन और माइंडफूलनेस का लाभ भी मिलता है क्या?

शुभांशु शुक्ला: जी प्रधानमंत्री जी, मैं बिल्कुल सहमत हूं। मैं कहीं ना कहीं यह मानता हूं कि भारत already दौड़ रहा है और यह मिशन तो केवल एक पहली सीढ़ी है उस एक बड़ी दौड़ का और हम जरूर आगे पहुंच रहे हैं और अंतरिक्ष में हमारे खुद के स्टेशन भी होंगे और बहुत सारे लोग पहुंचेंगे और माइंडफूलनेस का भी बहुत फर्क पड़ता है। बहुत सारी सिचुएशंस ऐसी होती हैं नॉर्मल ट्रेनिंग के दौरान भी या फिर लॉन्च के दौरान भी, जो बहुत स्ट्रेसफुल होती हैं और माइंडफूलनेस से आप अपने आप को उन सिचुएशंस में शांत रख पाते हैं और अपने आप को calm रखते हैं, अपने आप को शांत रखते हैं, तो आप अच्छे डिसीजंस ले पाते हैं। कहते हैं कि दौड़ते हो भोजन कोई भी नहीं कर सकता, तो जितना आप शांत रहेंगे उतना ही आप अच्छे से आप डिसीजन ले पाएंगे। तो I think माइंडफूलनेस का बहुत ही इंपॉर्टेंट रोल होता है इन चीजों में, तो दोनों चीजें अगर साथ में एक प्रैक्टिस की जाएं, तो ऐसे एक चैलेंजिंग एनवायरमेंट में या चैलेंजिंग वातावरण में मुझे लगता है यह बहुत ही यूज़फुल होंगी और बहुत जल्दी लोगों को adapt करने में मदद करेंगी।

प्रधानमंत्री: आप अंतरिक्ष में कई एक्सपेरिमेंट कर रहे हैं। क्या कोई ऐसा एक्सपेरिमेंट है, जो आने वाले समय में एग्रीकल्चर या हेल्थ सेक्टर को फायदा पहुंचाएगा?

शुभांशु शुक्ला: जी प्रधानमंत्री जी, मैं बहुत गर्व से कह सकता हूं कि पहली बार भारतीय वैज्ञानिकों ने 7 यूनिक एक्सपेरिमेंट्स डिजाइन किए हैं, जो कि मैं अपने साथ स्टेशन पर लेकर आया हूं और पहला एक्सपेरिमेंट जो मैं करने वाला हूं, जो कि आज ही के दिन में शेड्यूल्ड है, वह है Stem Cells के ऊपर, so अंतरिक्ष में आने से क्या होता है कि ग्रेविटी क्योंकि एब्सेंट होती है, तो लोड खत्म हो जाता है, तो मसल लॉस होता है, तो जो मेरा एक्सपेरिमेंट है, वह यह देख रहा है कि क्या कोई सप्लीमेंट देकर हम इस मसल लॉस को रोक सकते हैं या फिर डिले कर सकते हैं। इसका डायरेक्ट इंप्लीकेशन धरती पर भी है कि जिन लोगों का मसल लॉस होता है, ओल्ड एज की वजह से, उनके ऊपर यह सप्लीमेंट्स यूज़ किए जा सकते हैं। तो मुझे लगता है कि यह डेफिनेटली वहां यूज़ हो सकता है। साथ ही साथ जो दूसरा एक्सपेरिमेंट है, वह Microalgae की ग्रोथ के ऊपर। यह Microalgae बहुत छोटे होते हैं, लेकिन बहुत Nutritious होते हैं, तो अगर हम इनकी ग्रोथ देख सकते हैं यहां पर और ऐसा प्रोसेस ईजाद करें कि यह ज्यादा तादाद में हम इन्हें उगा सके और न्यूट्रिशन हम प्रोवाइड कर सकें, तो कहीं ना कहीं यह फूड सिक्योरिटी के लिए भी बहुत काम आएगा धरती के ऊपर। सबसे बड़ा एडवांटेज जो है स्पेस का, वह यह है कि यह जो प्रोसेस है यहां पर, यह बहुत जल्दी होते हैं। तो हमें महीनों तक या सालों तक वेट करने की जरूरत नहीं होती, तो जो यहां के जो रिजल्‍ट्स होते हैं वो हम और…

प्रधानमंत्री: शुभांशु चंद्रयान की सफलता के बाद देश के बच्चों में, युवाओं में विज्ञान को लेकर एक नई रूचि पैदा हुई, अंतरिक्ष को explore करने का जज्बा बढ़ा। अब आपकी ये ऐतिहासिक यात्रा उस संकल्प को और मजबूती दे रही है। आज बच्चे सिर्फ आसमान नहीं देखते, वो यह सोचते हैं, मैं भी वहां पहुंच सकता हूं। यही सोच, यही भावना हमारे भविष्य के स्पेस मिशंस की असली बुनियाद है। आप भारत की युवा पीढ़ी को क्या मैसेज देंगे?

शुभांशु शुक्ला: प्रधानमंत्री जी, मैं अगर मैं अपनी युवा पीढ़ी को आज कोई मैसेज देना चाहूंगा, तो पहले यह बताऊंगा कि भारत जिस दिशा में जा रहा है, हमने बहुत बोल्ड और बहुत ऊंचे सपने देखे हैं और उन सपनों को पूरा करने के लिए, हमें आप सबकी जरूरत है, तो उस जरूरत को पूरा करने के लिए, मैं ये कहूंगा कि सक्सेस का कोई एक रास्ता नहीं होता कि आप कभी कोई एक रास्ता लेता है, कोई दूसरा रास्ता लेता है, लेकिन एक चीज जो हर रास्ते में कॉमन होती है, वो ये होती है कि आप कभी कोशिश मत छोड़िए, Never Stop Trying. अगर आपने ये मूल मंत्र अपना लिया कि आप किसी भी रास्ते पर हों, कहीं पर भी हों, लेकिन आप कभी गिव अप नहीं करेंगे, तो सक्सेस चाहे आज आए या कल आए, पर आएगी जरूर।

प्रधानमंत्री: मुझे पक्का विश्वास है कि आपकी ये बातें देश के युवाओं को बहुत ही अच्छी लगेंगी और आप तो मुझे भली-भांति जानते हैं, जब भी किसी से बात होती हैं, तो मैं होमवर्क जरूर देता हूं। हमें मिशन गगनयान को आगे बढ़ाना है, हमें अपना खुद का स्पेस स्टेशन बनाना है, और चंद्रमा पर भारतीय एस्ट्रोनॉट की लैंडिंग भी करानी है। इन सारे मिशंस में आपके अनुभव बहुत काम आने वाले हैं। मुझे विश्वास है, आप वहां अपने अनुभवों को जरूर रिकॉर्ड कर रहे होंगे।

शुभांशु शुक्ला: जी प्रधानमंत्री जी, बिल्कुल ये पूरे मिशन की ट्रेनिंग लेने के दौरान और एक्सपीरियंस करने के दौरान, जो मुझे lessons मिले हैं, जो मेरी मुझे सीख मिली है, वो सब एक स्पंज की तरह में absorb कर रहा हूं और मुझे यकीन है कि यह सारी चीजें बहुत वैल्युएबल प्रूव होंगी, बहुत इंपॉर्टेंट होगी हमारे लिए जब मैं वापस आऊंगा और हम इन्हें इफेक्टिवली अपने मिशंस में, इनके lessons अप्लाई कर सकेंगे और जल्दी से जल्दी उन्हें पूरा कर सकेंगे। Because मेरे साथी जो मेरे साथ आए थे, कहीं ना कहीं उन्होंने भी मुझसे पूछा कि हम कब गगनयान पर जा सकते हैं, जो सुनकर मुझे बहुत अच्छा लगा और मैंने बोला कि जल्द ही। तो मुझे लगता है कि यह सपना बहुत जल्दी पूरा होगा और मेरी तो सीख मुझे यहां मिल रही है, वह मैं वापस आकर, उसको अपने मिशन में पूरी तरह से 100 परसेंट अप्लाई करके उनको जल्दी से जल्दी पूरा करने की कोशिश करेंगे।

प्रधानमंत्री: शुभांशु, मुझे पक्का विश्वास है कि आपका ये संदेश एक प्रेरणा देगा और जब हम आपके जाने से पहले मिले थे, आपके परिवारजन के भी दर्शन करने का अवसर मिला था और मैं देख रहा हूं कि आपके परिवारजन भी सभी उतने ही भावुक हैं, उत्साह से भरे हुए हैं। शुभांशु आज मुझे आपसे बात करके बहुत आनंद आया, मैं जानता हूं आपकी जिम्मे बहुत काम है और 28000 किलोमीटर की स्पीड से काम करने हैं आपको, तो मैं ज्यादा समय आपका नहीं लूंगा। आज मैं विश्वास से कह सकता हूं कि ये भारत के गगनयान मिशन की सफलता का पहला अध्याय है। आपकी यह ऐतिहासिक यात्रा सिर्फ अंतरिक्ष तक सीमित नहीं है, ये हमारी विकसित भारत की यात्रा को तेज गति और नई मजबूती देगी। भारत दुनिया के लिए स्पेस की नई संभावनाओं के द्वार खोलने जा रहा है। अब भारत सिर्फ उड़ान नहीं भरेगा, भविष्य में नई उड़ानों के लिए मंच तैयार करेगा। मैं चाहता हूं, कुछ और भी सुनने की इच्छा है, आपके मन में क्योंकि मैं सवाल नहीं पूछना चाहता, आपके मन में जो भाव है, अगर वो आप प्रकट करेंगे, देशवासी सुनेंगे, देश की युवा पीढ़ी सुनेगी, तो मैं भी खुद बहुत आतुर हूं, कुछ और बातें आपसे सुनने के लिए।

|

शुभांशु शुक्ला: धन्यवाद प्रधानमंत्री जी! यहां यह पूरी जर्नी जो है, यह अंतरिक्ष तक आने की और यहां ट्रेनिंग की और यहां तक पहुंचने की, इसमें बहुत कुछ सीखा है प्रधानमंत्री जी मैंने लेकिन यहां पहुंचने के बाद मुझे पर्सनल accomplishment तो एक है ही, लेकिन कहीं ना कहीं मुझे ये लगता है कि यह हमारे देश के लिए एक बहुत बड़ा कलेक्टिव अचीवमेंट है। और मैं हर एक बच्चे को जो यह देख रहा है, हर एक युवा को जो यह देख रहा है, एक मैसेज देना चाहता हूं और वो यह है कि अगर आप कोशिश करते हैं और आप अपना भविष्य बनाते हैं अच्छे से, तो आपका भविष्य अच्छा बनेगा और हमारे देश का भविष्य अच्छा बनेगा और केवल एक बात अपने मन में रखिए, that sky has never the limits ना आपके लिए, ना मेरे लिए और ना भारत के लिए और यह बात हमेशा अगर अपने मन में रखी, तो आप आगे बढ़ेंगे, आप अपना भविष्य उजागर करेंगे और आप हमारे देश का भविष्य उजागर करेंगे और बस मेरा यही मैसेज है प्रधानमंत्री जी और मैं बहुत-बहुत ही भावुक और बहुत ही खुश हूं कि मुझे मौका मिला आज आपसे बात करने का और आप के थ्रू 140 करोड़ देशवासियों से बात करने का, जो यह देख पा रहे हैं, यह जो तिरंगा आप मेरे पीछे देख रहे हैं, यह यहां नहीं था, कल के पहले जब मैं यहां पर आया हूं, तब हमने यह यहां पर पहली बार लगाया है। तो यह बहुत भावुक करता है मुझे और बहुत अच्छा लगता है देखकर कि भारत आज इंटरनेशनल स्पेस स्टेशन पहुंच चुका है।

प्रधानमंत्रीशुभांशु, मैं आपको और आपके सभी साथियों को आपके मिशन की सफलता के लिए बहुत-बहुत शुभकामनाएं देता हूं। शुभांशु, हम सबको आपकी वापसी का इंतजार है। अपना ध्यान रखिए, मां भारती का सम्मान बढ़ाते रहिए। अनेक-अनेक शुभकामनाएं, 140 करोड़ देशवासियों की शुभकामनाएं और आपको इस कठोर परिश्रम करके, इस ऊंचाई तक पहुंचने के लिए बहुत-बहुत धन्यवाद देता हूं। भारत माता की जय!

शुभांशु शुक्ला: धन्यवाद प्रधानमंत्री जी, धन्यवाद और सारे 140 करोड़ देशवासियों को धन्यवाद और स्पेस से सबके लिए भारत माता की जय!