প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৌৰাষ্ট তামিল সংগমমৰ অধীনত গুজৰাট আৰু তামিলনাডুৰ মাজৰ সম্পৰ্কক উদযাপন কৰা হৈছে বুলি আলোকপাত কৰে৷ এছটি সংগমমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ উদযাপন৷

কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মান্দভিয়াৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“#STSangamamএ গুজৰাট আৰু তামিলনাডুৰ মাজত এক প্ৰাচীন সম্পৰ্কক উদযাপন কৰে৷ শ শ বছৰৰ পূৰ্বে গুজৰাটৰ লোকসকলে তামিলনাডুক তেওঁলোকৰ ঘৰ বুলি ধৰিছিল আৰু স্থানীয় সংস্কৃতিক আকোঁৱালি লৈছিল৷ তামিল লোকসকলেও সেইবোৰক দুবাহু মেলি আদৰণি জনাইছিল৷ এই সংগমমে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ক উদযাপন কৰে৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
US tariff cut to boost India textile exports, double-digit growth seen

Media Coverage

US tariff cut to boost India textile exports, double-digit growth seen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Highlights the Power of Laughter for Health and Happiness sharing a Sanskrit Subhashitam
February 04, 2026

Prime Minister Shri Narendra Modi today shared an inspiring message rooted in ancient wisdom, emphasizing the timeless value of laughter as the best medicine.

Quoting a Sanskrit verse on X, the Prime Minister underscored that:

"औषधेष्वपि सर्वेषु हास्यं श्रेष्ठं वदन्ति ह।
स्वाधीनं सुलभं चैवारोग्यानन्दविवर्धनम्।। "