‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!

অহা ২৮জুলাই, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।

তলৰ মন্তব্য শিতানত আপোনাৰ ইনপুট শ্বেয়াৰ কৰক।

Share
 
Comments
  • Your Suggestion
Comment 0