প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২৫ জুনত ‘সংবিধান হত্যা দিৱস’ ঘোষণা কৰা কথাই ভাৰতৰ সংবিধানক কেতিয়া পদদলিত কৰা হৈছিল সেই কথাৰ স্মাৰক হিচাপে কাম কৰিব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘এক্স’-ত কৰা এটা ‘পোষ্ট শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে;

 

"২৫ জুনক ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰা কথাই ভাৰতৰ সংবিধানক পদদলিত কৰাৰ সময়ত কি ঘটিছিল সেই ঘটনাৱলীৰ স্মাৰক হিচাপে কাম কৰিব। এয়া হৈছে জৰুৰীকালীন অৱস্থাত চলা আতিশয্যত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিগৰাকী ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনোৱাৰ এটা দিন, কংগ্ৰেছে ভাৰতীয় ইতিহাসৰ ক’লা অধ্যায়ৰ সূচনা কৰিছিল।"

 

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
In young children, mother tongue is the key to learning

Media Coverage

In young children, mother tongue is the key to learning
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ডিচেম্বৰ 2024
December 11, 2024

PM Modi's Leadership Legacy of Strategic Achievements and Progress