প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হন হাই টেকন'লজি গ্ৰুপ (ফক্সকন)ৰ অধ্যক্ষ ইয়ং লিউক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে ভৱিষ্যতৰ খণ্ডসমূহত ভাৰতে উপস্থাপন কৰা সুযোগসমূহৰ ওপৰত আলোকপাত কৰে আৰু দেশত ফক্সকনৰ বিনিয়োগ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এক পোষ্টত কয়।

“হন হাই টেকন’লজি গ্ৰুপ (ফক্সকন)ৰ অধ্যক্ষ ইয়ং লিউক লগ পাই আনন্দিত হৈছো। ভৱিষ্যতে উত্থান আনিব পৰা খণ্ডসমূহত ভাৰতে আগবঢ়োৱা সুযোগসমূহৰ ওপৰত আলোকপাত কৰিলোঁ। ভাৰতৰ কৰ্ণাটক, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যত তেওঁলোকৰ বিনিয়োগৰ পৰিকল্পনা সন্দৰ্ভতো আমি গঠনমূলক আলোচনা কৰিলোঁ।”

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's electronics manufacturing at 'inflection point', may quadruple by 2030, says Nomura

Media Coverage

India's electronics manufacturing at 'inflection point', may quadruple by 2030, says Nomura
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2024
September 12, 2024

Appreciation for the Modi Government’s Multi-Sectoral Reforms