প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভ বিজয়া দশমী উপলক্ষ্যে সমগ্ৰ দেশৰ নাগৰিকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।
এক্সত দিয়া পৃথক পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়-
"বিজয়া দশমী অশুভ আৰু অসত্যৰ বিৰুদ্ধে শুভ আৰু সত্যৰ জয়ৰ প্ৰতীক। এই শুভ মুহূৰ্তত সকলোৱে সাহস, প্ৰজ্ঞা, ভক্তিৰ পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা লাভ কৰক" সেয়াই কামনা কৰিলোঁ।
সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ বিজয়া দশমীৰ বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"
Vijaya Dashami celebrates the triumph of good and righteousness over evil and falsehood. May courage, wisdom and devotion always guide our paths.
— Narendra Modi (@narendramodi) October 2, 2025
Wishing my fellow Indians a happy Vijaya Dashami.
विजयादशमी बुराई और असत्य पर अच्छाई और सत्य की विजय का प्रतीक है। मेरी कामना है कि इस पावन अवसर पर हर किसी को साहस, बुद्धि और भक्ति के मार्ग पर निरंतर अग्रसर रहने की प्रेरणा मिले।
— Narendra Modi (@narendramodi) October 2, 2025
देशभर के मेरे परिवारजनों को विजयादशमी की बहुत-बहुत शुभकामनाएं।


