প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত শুভাসিতম শ্বেয়াৰ কৰিছে -
“धर्मो यशो नयो दाक्ष्यम् मनोहारि सुभाषितम्।
इत्यादिगुणरत्नानां संग्रहीनावसीदति॥”
এই শুভাসিতমে বুজাই যে যিজন ব্যক্তি কৰ্তব্যপৰায়ণ, সত্যবাদী, দক্ষ আৰু সুখানুভূতি প্ৰদান কৰিব পৰা আচৰণৰ অধিকাৰী, তেওঁ কেতিয়াও দুখ অনুভৱ কৰিব নোৱাৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“धर्मो यशो नयो दाक्ष्यम् मनोहारि सुभाषितम्।
इत्यादिगुणरत्नानां संग्रहीनावसीदति॥”
धर्मो यशो नयो दाक्ष्यम् मनोहारि सुभाषितम्।
— Narendra Modi (@narendramodi) December 18, 2025
इत्यादिगुणरत्नानां संग्रहीनावसीदति॥ pic.twitter.com/FQLHuPGJWw


