প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিব্যাংগ ভ্ৰাতৃ-ভগ্নীসকলৰ মৰ্য্যাদা, প্ৰৱেশ আৰু সুযোগ সুনিশ্চিতকৰণৰ প্ৰতি দায়বদ্ধতাৰ কথা দোহাৰে। শ্ৰী মোদীয়ে কয় যে দিব্যাংগসকলে স্বকীয় সৃষ্টিশীলতা আৰু দৃঢ়তাৰে একাধিক খণ্ডত নিজকে বিশিষ্ট কৰি তুলিছে তথা আমাৰ ৰাষ্ট্ৰীয় প্ৰগতিক যথেষ্ট সমৃদ্ধ কৰিছে। "বিগত বৰ্ষসমূহত ভাৰতে আইন, সুগম আন্তঃগাঁথনি, সৰ্বাংগীন শিক্ষা নীতি আৰু সহায়ক প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে দিব্যাংগ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আগন্তুক সময়তো তেওঁলোকৰ সুবিধাৰ্থে আমি অধিক কাম কৰি যাম", শ্ৰী মোদীয়ে কয়।  

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

"আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে আমি আমাৰ দিব্যাংগ ভ্ৰাতৃ-ভগ্নীসকলৰ মৰ্য্যাদা, প্ৰৱেশ আৰু সুযোগ সুনিশ্চিতকৰণৰ প্ৰতি দায়বদ্ধতাৰ কথা দোহাৰিছো। তেওঁলোকে স্বকীয় সৃষ্টিশীলতা আৰু দৃঢ়তাৰে একাধিক খণ্ডত নিজকে বিশিষ্ট কৰি তুলিছে। একে সময়তে তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় প্ৰগতিক যথেষ্ট সমৃদ্ধ কৰিছে। বিগত বৰ্ষসমূহত ভাৰতে আইন, সুগম আন্তঃগাঁথনি, সৰ্বাংগীন শিক্ষা নীতি আৰু সহায়ক প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে দিব্যাংগ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আগন্তুক সময়তো তেওঁলোকৰ সুবিধাৰ্থে আমি অধিক কাম কৰি যাম।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress